DMCA.com Protection Status

জলিউদ

বলিউদত আন এক আত্মহত্যাৰ ঘটনা! সুশান্তৰ সহঃ অভিনেতা সন্দীপ নাহাৰৰ অস্বাভাৱিক মৃত্যু

বলিউদ আৰু টিভি চিৰিয়েলৰ অভিনতো সন্দীপ নাহাৰৰ অস্বাভাৱিক মৃত্যুক লৈ শেহতীয়াকৈ বলিউদত চৰ্চা চলিছে। মুম্বাইৰ গৰেগাওঁ অঞ্চলত বাস কৰা নাহাৰৰ...

Read more

চিৰদিনৰ বাবে….! ভেলেণ্টাইন ডে’ত আৱেগিক হৈ পৰিল অনুষ্কা

অভিনেত্ৰী অনুস্কা শৰ্মাই ভেলেণ্টাইন ডে’ উপলক্ষে স্বামী তথা ক্ৰিকেট তাৰকা বিৰাট কোহলীৰ স’তে তোলা এখনি ৰোমাণ্টিক ছৱি তেওঁৰ টুইটাৰ একাউণ্টত...

Read more

পূৰ্ণগতিত চলি আছে ৰবী শৰ্মাৰ নতুন অসমীয়া ছবি ‘ৰঘুপতি’ৰ নিৰ্মাণ

পুৰুষোত্তম ৰজা ৰাম চন্দ্ৰৰ আন এটা নাম ৰঘুপতি। তেওঁৰ জীৱন কথাৰ পৰাই অনুপ্ৰাণিত হৈ অসমৰ জনপ্ৰিয় অভিনেতা ৰবী শৰ্মাই প্ৰথমবাৰৰ...

Read more

কেবৰ বিৰোধিতা : ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ পৰা নিজৰ ছবিৰ নাম প্ৰত্যাহাৰ জাহ্নু বৰুৱাৰ

অসমীয়া জাতিৰ ভৱিষ্যৎ সংকটাপন্ন কৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰ মুকলিকৈ বিৰোধিতা কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ছবি পৰিচালক জাহ্নু বৰুৱাই।...

Read more

ব্যৱসায়িক সফলতাৰ লক্ষ্যৰে কলেজে কলেজে প্ৰচাৰত নামিছে প্ৰতিঘাতৰ দল

শেহতীয়াভাৱে কেইবাখনো অসমীয়া চিনামেই বাণিজ্যিকভাৱে সফল হোৱাৰ পিছত এইবাৰ ৬ ডিচেম্বৰত মুক্তি লাভ কৰিবলৈ সাজু হৈছে আন এখন অসমীয়া ছবি...

Read more

অমিতাভ বচ্চনলৈ ভাৰত চৰকাৰৰ সৰ্বোচ্চ চলচ্চিত্ৰ সন্মান “দাদাচাহেব ফাল্কে”

বলিউদৰ চুপাৰষ্টাৰ অমিতাভ বচ্চনলৈ ভাৰত চৰকাৰৰ সৰ্বোচ্চ চলচ্চিত্ৰ সন্মান দাদাচাহেব ফাল্কে আগবঢ়োৱা হৈছে। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ...

Read more

প্ৰথম সপ্তাহত উপাৰ্জন ২.৯ কোটি; অসমীয়া চলচ্চিত্ৰ উদ্যোগত কাঞ্চনজংঘাৰ নতুন জোৱাৰ

যোৱা ৬ ছেপ্তেম্বৰত মুক্তি লাভ কৰা জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘাই ছবিগৃহত দৰ্শকৰ পৰা লাভ কৰিছে বিপুল সঁহাৰি। অসমৰ বিভিন্ন জিলাৰ...

Read more

অৰ্কেষ্ট্ৰল ৰূপলৈ গুৰু দুজনাৰ বৰগীত, মেচিদনিয়াত অসমৰ অনুৰাগ শইকীয়া

অসমৰ এক সাংস্কৃতিক পৰিচয় শ্ৰীমন্ত শংকৰ-মাধৱদেৱৰ “বৰগীত” উপস্থাপিত হ’ব বিশাল অৰ্কেষ্ট্ৰল ৰূপত। বলিউদত কৰ্মৰত, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত সংগীত পৰিচালক অসমৰ অনুৰাগ...

Read more

ৰাণু মণ্ডলৰ নকল কৰি গ্ৰেপ্তাৰ হোৱাৰ পথত পাপু পম পম – আৰু বহুতৰ ওপৰত আৰক্ষীৰ শেনচকু

ৰেইলৱে ষ্টেশ্যনত লতা মংগেশকাৰৰ ‘এক প্যায়াৰ কা নাগমা হে’ গীতটো গাই নিশাৰ ভিতৰতে চেলিব্ৰেটিলৈ পৰিণত হোৱা ৰাণু মণ্ডল এতিয়া বহুতৰে...

Read more
Page 2 of 4 1 2 3 4

Recent News