• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চিৰদিনৰ বাবে….! ভেলেণ্টাইন ডে’ত আৱেগিক হৈ পৰিল অনুষ্কা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 14, 2021 5:49 pm

1 min read

চিৰদিনৰ বাবে….! ভেলেণ্টাইন ডে’ত আৱেগিক হৈ পৰিল অনুষ্কা
332
VIEWS
Share on FacebookShare on Twitter

অভিনেত্ৰী অনুস্কা শৰ্মাই ভেলেণ্টাইন ডে’ উপলক্ষে স্বামী তথা ক্ৰিকেট তাৰকা বিৰাট কোহলীৰ স’তে তোলা এখনি ৰোমাণ্টিক ছৱি তেওঁৰ টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰিছে।

বৰ্তমান অনুষ্কাই তেওঁলোকৰ সদ্যজাত কন্যাসন্তানৰ স’তে মুম্বাইত থকাৰ বিপৰীতে বিৰাট ব্যস্ত আছে ইংলেণ্ডৰ বিৰুদ্ধে ছেকেণ্ড চেন্নাই টেষ্টমেচত।

 

View this post on Instagram

 

A post shared by AnushkaSharma1588 (@anushkasharma)

সূৰ্যাস্ত আৰু সাগৰক বেকগ্ৰাউণ্ডত ৰাখি নিবিড় মুহূৰ্তৰ ফটোখনৰ স’তে অনুষ্কাই বিৰাটক চিৰদিনৰ বাবে তেওঁৰ ভেলেণ্টাইন হিচাপে আখ্যা দিছে।

ইনষ্টাগ্ৰাম প’ষ্টটো শ্বেয়াৰ কৰাৰ পাছতে অনুষ্কা আৰু বিৰাটৰ অনুৰাগীসকলে তেওঁলোকক কমেণ্ট বক্সত শুভেচ্ছাজ্ঞাপন কৰিছে।

উল্লেখযোগ্য যে ১১ জানুৱাৰীত তেওঁলোকৰ কন্যা সন্তান বাল্মিকাৰ জন্ম হৈছিল আৰু এই লৈ অনুৰাগীসকলৰ মাজত ব্যাপক আনন্দৰ জোৱাৰ দেখা পোৱা গৈছে।

Recent News

index.jpgb

বোকাখাত মহকুমাত নির্বাচনী আচৰণ বিধি সম্পর্কত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

Hagrama-Mohilary-1

বিজেপি সংগ ত্যাগ বিপিএফৰ : কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত যোগ দিব হাগ্ৰামাৰ বিপিএফ-এ

index.jpgbbb

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাব প্ৰণৱ দলেই! : ব্যতিক্ৰমী প্ৰচাৰেৰে চৰ্চা লাভ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ

index.jpgaa

শিৱসাগৰত দিনজোৰা কাৰ্যসূচীৰে বীৰ চিলাৰায়ৰ ৫১১ সংখ্যক জন্ম জয়ন্তী পালন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd