জীৱনশৈলী

এইচ আই ভি কি? ভয়ানক এইডছ ৰোগৰ বিষয়ে জানো আহক কিছু গুৰুত্বপূৰ্ণ কথা

এইচ আই ভি (Human Immunodeficiency Virus) এটা ভয়ংকৰ ভাইৰাছ যি মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক আক্ৰমণ কৰে আৰু দুৰ্বল কৰি পেলায়।...

Read moreDetails

ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

কিকু শাৰদা অবিহনে কপিল শৰ্মাৰ শ্ব’ আধৰুৱা। কিন্তু কিকুৱে ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’’ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। বৃহস্পতিবাৰে জনপ্ৰিয়...

Read moreDetails

“Tata Nano 2025” মুকলি! আকৰ্ষণীয় ডিজাইন আৰু সাধ্যৰ ভিতৰত EMIৰ সৈতে ঘুৰি আহিছে আৰ্বান কমপেক্ট কাৰ

ভাৰতীয় অটোমোবাইল উদ্যোগত নতুন অধ্যায় আৰম্ভ কৰিছে টাটা মটৰ্ছে। এসময়ৰ বহু চৰ্চিত আৰু আশাব্যঞ্জক গাড়ী “টাটা নেনো” পুনৰ বজাৰত নতুন...

Read moreDetails

GST সংস্কাৰঃ দৈনন্দিন প্ৰয়োজানীয় সামগ্ৰীৰ পৰা বাহনলৈ হ্ৰাস পাব জিএছটিৰ হাৰ

ভাৰত চৰকাৰে সামগ্ৰী আৰু সেৱা শুল্ক চমুকৈ জিএছটি ব্যৱস্থাত ডাঙৰ পৰিৱৰ্তন আনিছে। জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠকত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে...

Read moreDetails

সঁচাকৈয়ে ৰক্তদান কৰিলে মাত্ৰ ১০ মিনিটতে ৫০০ কেলৰি নাইকিয়া হয় নেকি! কি কয় চিকিৎসকে?

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা দাবী ভাইৰেল হৈছে যে, ৰক্তদান কৰিলে মাত্ৰ ১০ মিনিটতে ৫০০-৬৫০ কেলৰি জ্বলি যায়! কিন্তু সেয়া সঁচাকৈয়ে...

Read moreDetails

প্ৰধানমন্ত্ৰী মোদীৰ নাৰী সন্মানৰ দুমুখীয়া চৰিত্ৰ? বিৰোধীৰ কটাক্ষত শিৰনত মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাৰী সন্মানৰ কথিত নীতিৰ ওপৰত এতিয়া প্ৰশ্ন উত্থাপন হৈছে। বিহাৰত ৰাহুল গান্ধীৰ ভোটাৰ অধিকাৰ যাত্ৰাত এজন লোকে...

Read moreDetails

মুখৰ পৰা গোন্ধ ওলোৱাৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ

বিভিন্ন কাৰণত মুখৰ পৰা দুৰ্গন্ধ ওলাব পাৰে। ইয়াৰ মুখ্য কাৰণ আৰু প্ৰতিকাৰ তলত দিয়া হৈছে - মুখৰ পৰা গন্ধ ওলোৱাৰ...

Read moreDetails

২২ বছৰ পূৰ্বে কিয় আন্না বিশ্ববিদ্যালয়ে আমেৰিকাৰ পানীয় পেপচি, কোকাকোলাক কেণ্টিনৰ পৰা নিষিদ্ধ কৰিছিল?

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত আৰোপ কৰা অতিৰিক্ত ২৫% শুল্ক ২০২৫ চনৰ ২৭ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাৰ পাছত পঞ্জাৱৰ...

Read moreDetails

দিল্লীৰ পৰা উত্তৰ-পূবলৈ বাঢ়িছে কেন্সাৰ ৰোগীৰ সংখ্যা! কি কয় নতুন সমীক্ষায়?

ভাৰতত কেন্সাৰ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। এতিয়া ভাৰত বিশ্বৰ দ্বিতীয় সৰ্বাধিক কেন্সাৰ আক্ৰান্ত দেশ হিচাপে পৰিগণিত হৈছে। ইণ্টাৰনেশ্যনেল এজেন্সি...

Read moreDetails

ঘনিষ্ঠ সম্পৰ্কতো সীমাৰেখাৰ প্ৰয়োজন; নিজে ভালে থাকিবলৈ চাওক কেনেকৈ সীমা টানিব?

পৰিয়াল, ঘনিষ্ঠ বন্ধু, আপোনজন এইবোৰ একান্তই আপোন। তেওঁলোকৰ লগত সুখ, দুখ আৰু মৰম ভাগ কৰাটো স্বাভাৱিক। কিন্তু মানসিক স্বাস্থ্য বিশেষজ্ঞসকলে...

Read moreDetails
Page 2 of 264 1 2 3 264

Stay Connected

Recent News