• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

GST সংস্কাৰঃ দৈনন্দিন প্ৰয়োজানীয় সামগ্ৰীৰ পৰা বাহনলৈ হ্ৰাস পাব জিএছটিৰ হাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 4, 2025 8:44 am
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত চৰকাৰে সামগ্ৰী আৰু সেৱা শুল্ক চমুকৈ জিএছটি ব্যৱস্থাত ডাঙৰ পৰিৱৰ্তন আনিছে। জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠকত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ জিএছটি ১২ৰ পৰা  শতাংৰ পৰা ৫ শতাংশলৈ আৰু ইলেক্ট্ৰনিক্স আৰু বাহনত ২৮ শতাংশৰ পৰা ১৮ শতাংশ লৈ হ্ৰাস কৰা হৈছে। ২২ ছেপ্তেম্বৰ নৱৰাত্ৰিৰ প্ৰথম দিনৰ পৰাই কাৰ্যকৰী হ’ব পৰিৱৰ্তিত জিএছটি। ইয়াৰ লগতে জীৱন বীমা আৰু স্বাস্থ্য বীমাৰ পৰা GST সম্পূৰ্ণৰূপে আঁতৰোৱা হৈছে, শিক্ষাখণ্ডটো জিএছটি মুক্ত কৰা হৈছে ।

বিত্তমন্ত্ৰী সীতাৰমণে বৈঠকৰ পিছত সংবাদমেল সম্বোধন কৰি কয় যে, সাধাৰণ মানুহৰ বোজা লাঘৱ কৰা আৰু অৰ্থনীতিক গতি প্ৰদান কৰাৰ লক্ষ্যৰে এই সংস্কাৰ কৰা হৈছে। এই হ্ৰাসৰ ফলত খাদ্য, স্বাস্থ্য, শিক্ষা আৰু যাতায়তৰ দৰে খণ্ডত ডাঙৰ প্ৰভাৱ পৰিব বুলি উল্লেখ কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে। শেহতীয়া সংস্কাৰ অনুসৰি-

Apply Now

নিত্য ব্যৱহাৰ্য সামগ্ৰীত ৰেহাইঃ

দৈনন্দিন জীৱনৰ অবিহনে চলিব নোৱাৰা কেইবাটাও সামগ্ৰীৰ GST হ্ৰাস কৰা হৈছে।

– তেল, চেম্পু, টুথপেষ্ট, চাবোন, টুথব্ৰাছ, শ্বেভিং ক্ৰীম আদি সামগ্ৰী।

– মাখন, ঘিউ, পনীৰ, দুগ্ধজাত সামগ্ৰী, নিমখ আৰু জলকীয়াৰ দৰে খাদ্য সামগ্ৰী।

– বাচন-বৰ্তন, নেপকিন, ডায়েপাৰ আৰু চিলাই মেচিনৰ দৰে ঘৰুৱা সামগ্ৰী।

এই সামগ্ৰী সমূহৰ পৰা GST ১২ শতাংশৰ পৰা ৫ শতাংশলৈ নমাই অনা হৈছে। ইয়াৰ লগে লগে এই সামগ্ৰীসমূহৰ দামত ৭ শতাংশলৈকে হ্ৰাস হ‘ব পাৰে।

স্বাস্থ্য খণ্ডত ৰেহাইঃ

স্বাস্থ্য বীমাৰ ওপৰত GST সম্পূৰ্ণৰূপে আঁতৰোৱা হৈছে, যাৰ ফলত প্ৰিমিয়ামৰ দাম কমিব আৰু অধিক মানুহে বীমা ল‘ব পাৰিব। ইয়াৰ উপৰিও স্বাস্থ্য সংক্ৰান্তীয় সামগ্ৰী যেনে থাৰ্মোমিটাৰ, অক্সিজেন, ডায়েগনষ্টিক কিট, ৰিএজেণ্ট, গ্লুক’মিটাৰ আৰু টেষ্ট ষ্ট্ৰিপৰ জিএছটি হ্ৰাস কৰা হৈছে। এই পৰিৱৰ্তনে চিকিৎসা খৰচ লাঘৱ কৰিব আৰু বিশেষকৈ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক সহায় কৰিব।

শিক্ষা খণ্ডত জিএছটি(GST) মুক্তঃ

শিক্ষাৰ সামগ্ৰীসমূহক সম্পূৰ্ণৰূপে GST মুক্ত কৰা হৈছে। ইয়াৰ অধীনত মানচিত্ৰ, চাৰ্ট, গ্লব, পেঞ্চিল, চাৰ্পেনাৰ, ক্ৰেয়ন, পেষ্টেল, কিতাপ, বহী আৰু ইৰেজাৰৰ দৰে বস্তু অন্তৰ্ভুক্ত। এই ঘোষণাই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষা সামগ্ৰী অধিক সুলভ কৰিব।

ইলেক্ট্ৰনিক্স আৰু বাহনত ৰেহাইঃ

ইলেক্ট্ৰনিক সামগ্ৰীত ডাঙৰ পৰিৱৰ্তন। এয়াৰ কণ্ডিচনাৰ, টেলিভিছন (৩২ ইঞ্চিতকৈ ডাঙৰ LED আৰু LCD), মনিটৰ, প্ৰজেক্টৰ আৰু ডিচৱাছাৰৰ GST ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত এই সামগ্ৰীৰ দাম ১০ শতাংশলৈকে কমিব পাৰে।

একে সময়তে বাহন খণ্ডতো সুসংবাদ। পেট্ৰ’ল গাড়ী, ডিজেল গাড়ী, তিনিচকীয়া বাহন, মটৰ চাইকেল আৰু সামগ্ৰী কঢ়িওৱা বাহনৰ GST ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ নমাই অনা হৈছে। এই হ্ৰাসে অটোম‘বাইল উদ্যোগক গতি প্ৰদান কৰিব আৰু গ্ৰাহকসকলক সস্তাত বাহন কিনিবলৈ সহায় কৰিব।

কৃষি খণ্ডতৰেহাইঃ

কৃষকসকলৰ বাবে ডাঙৰ সকাহ। ট্ৰেক্টৰ, টায়াৰ, জৈৱ-কীটনাশক, ড্ৰিপ জলসিঞ্চন ব্যৱস্থা আৰু মাটি খান্দিবলৈ ব্যৱহাৰ কৰা মেচিনৰ GST হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত কৃষি সামগ্ৰী অধিক সুলভ হ‘ব আৰু উৎপাদন বৃদ্ধি পাব।

এই GST সংস্কাৰসমূহে অৰ্থনীতিত নতুন গতি আনিব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। তথাপিও, বজাৰত এই পৰিৱৰ্তনৰ প্ৰভাৱ নিৰীক্ষণ কৰিব লাগিব। গ্ৰাহকসকলে ২২ ছেপ্তেম্বৰৰ পৰা এই লাভ উঠাব পাৰিব। অধিক বিৱৰণৰ বাবে GST পৰিষদৰ অফিচিয়েল ৱেবছাইট চাব পাৰে। https://www.gst.gov.in/

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd