২০২২ চনৰ ছেপ্টেম্বৰ মাহ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ‘ভাৰত জোড়ো যাত্ৰা’ৰ শুভাৰম্ভ কৰা হয়। কংগ্ৰেছ নেতাগৰাকীয়ে ১২খন ৰাজ্যৰ ৭৫খন...
Read moreDetailsএক নতুন অধ্যয়নত দেখা গৈছে যে ভাৰতীয়সকলে তেওঁলোকৰ আয়ৰ এক তৃতীয়াংশ ঋণৰ কিস্তি পৰিশোধ কৰাত ব্যয় কৰে। পিডব্লিউচি আৰু পাৰ্ফিঅ’ছৰ...
Read moreDetailsবৃক্কৰ স্বাস্থ্যৰ কথা আহিলে বেছিভাগ মানুহেই কঁকালৰ বিষ আৰু প্ৰস্ৰাৱৰ পৰিৱৰ্তনৰ দৰে সাধাৰণ লক্ষণৰ বিষয়ে সচেতন। কিন্তু বৃক্কৰ ক্ষতি অস্বাভাৱিকভাৱে...
Read moreDetailsগৰমৰ আৰম্ভণিতে জেঠীৰ উপদ্ৰৱ বৃদ্ধি পায়। বেৰৰ পৰা মাটিলৈকে জেঠী পিলপিলাই ফুৰা দেখা যায়। বহু সময়ত পৰিস্থিতি বেয়া হৈ পৰে।...
Read moreDetailsপুৰুষতকৈ মহিলাক অধিক টোপনিৰ প্ৰয়োজন। শাৰীৰিক আৰু মানসিক সুস্থতাৰ লগতে হৰম’নৰ সুষমতাৰ বাবে মহিলাসকলক অধিক টোপনিৰ প্ৰয়োজন হয়। শেহতীয়াকৈ বিভিন্ন...
Read moreDetailsশৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ হৈছে লিভাৰ বা যকৃত। লিভাৰৰ ক্ষতিৰ লক্ষণসমূহে হঠাতে বা লাহে লাহে দেখা দিব পাৰে। লিভাৰ বেয়া...
Read moreDetailsএইগৰাকী ক্ৰিকেটাৰে নিউজিলেণ্ডক প্ৰতিনিধিত্ব কৰি তিনিখনকৈ বিশ্বকাপত অংশগ্ৰহণ কৰিছিল যদিও আজি তেওঁ মাত্ৰ এজন টেক্সি চালক। আজিকালি ক্ৰিকেট খেলুৱৈৰ আয়ৰ...
Read moreDetailsআমি ওজন কমাবলৈ বিভিন্ন ডায়েট প্লেন মানি চলোঁ। বহুতে স্বাস্থ্যসন্মত খাদ্য খাই দিনটো আৰম্ভ কৰে। দিনটো আগবাঢ়ি যোৱাৰ লগে লগে...
Read moreDetailsআপুনি কেতিয়াবা ভাবিছেনে ভাৰতৰ কোনখন ৰাজ্যত মহিলাসকলে আটাইতকৈ বেছিকৈ মদ্যপান কৰে? শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কৰা এক...
Read moreDetailsমংগল গ্ৰহ মহাকাশৰ ‘ৰঙা বন্তি’। নাছাৰ কিউৰিয়াচিটি ৰভাৰে বহু দিন ধৰি তাত নিৰীক্ষণ কৰি আহিছে। এইবাৰ তেওঁলোকে নিশাৰ আকাশত উজ্জ্বল...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd