অনাদি কালৰে পৰা অসমত বাস কৰি অহা থলগিৰি জনজাতীয় লোকসকলক ভূমিৰ পট্টা প্ৰদান কৰাৰ বাবে চৰকাৰে গ্রহণ কৰা ‘মিছন বসুন্ধৰা...
Read moreDetailsদেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰে। আৰু এনে এক বিশেষ দিনত নতুন সংসদ ভৱনৰ বাহিৰত ভাইৰেল হোৱা...
Read moreDetailsঅলিম্পিককে ধৰি আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক জয়েৰে এসময়ত দেশৰ সন্মান বিশ্বত উজ্জ্বলাই তোলা ভাৰতৰ তাৰকা মল্লযুঁজাৰুসকল আজি দেশৰ ভিতৰতে নিজ অধিকাৰ...
Read moreDetailsকাষ চাপিছে ২০২৪ চনৰ লোকসভা নিৰ্বাচন। দিল্লীৰ মচনদ দখলৰ লক্ষ্যৰে যো-জা চলাইছে শাসক-বিৰোধী উভয়েই। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিয় জয়ৰ পথ...
Read moreDetailsআজি দেশৰ নতুন সংসদ ভৱন উদ্বোধন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শেহতীয়া কিছুদিন ধৰি নতুন ভৱন উদ্বোধনীক লৈ চলি আহিছে তীব্ৰ...
Read moreDetailsনতুন সংসদ ভৱন উদ্বোধনৰ দিনাই প্ৰতিবাদত উত্তাল হৈ পৰিল দিল্লীৰ যন্তৰ মন্তৰ। প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলে জানিবলৈ দিছিল যে আজিৰ দিনটোত যন্তৰ...
Read moreDetailsগুজৰাট ব’ৰ্ড অৱ ছেকেণ্ডাৰী এণ্ড হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনে গুজৰাট ব’ৰ্ডৰ ২০২৩ বৰ্ষৰ এছএছচি দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰিছে। মুঠতে...
Read moreDetailsআজি উদ্বোধন কৰা হ’ল নতুন সংসদ ভৱন। আজিৰ অনুষ্ঠানলৈ ৰাষ্ট্ৰপতিক নিমন্ত্ৰণ নকৰাৰ প্ৰতিবাদত বিৰোধী দলসমূহে অনুষ্ঠান বৰ্জনৰ আহ্বান জনাইছে। অৱশ্যে...
Read moreDetailsৰাজ্যৰ প্ৰতি কেন্দ্ৰৰ বঞ্চনা তথা কেন্দ্ৰই ফেডাৰেল গাঁথনিত আক্ৰমণ কৰাকে ধৰি একাধিক বিষয়ত নীতি আয়োগৰ বিৰোধিতাৰে ১১ গৰাকী মুখ্যমন্ত্ৰীয়ে বৰ্জন...
Read moreDetailsবিহাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ৰাজ্যখনৰ আৰাৰিয়া জিলাৰ ফৰ্বেছগঞ্জৰ এখন চৰকাৰী বিদ্যালয়ত আজি মধ্যাহ্ন ভোজনত ওলাল সাপ। এই খাদ্য...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd