দেশ

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

সাধাৰণ লোক আৰু আৰক্ষীৰ সংঘাত তথা আৰক্ষী বাহিনী সাধাৰণ জনতাৰ ৰোষৰ বলি হোৱা অনেক উদাহৰণ আছে। কিন্তু শেহতীয়াকৈ সংঘটিত এক...

Read moreDetails

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

যোৱা ডিচেম্বৰ মাহৰ পৰাই চলি আছিল ন্যায়ালয়ৰ কলেজিয়াম আৰু কেন্দ্ৰৰ বিতৰ্ক। কলেজিয়ামে দিয়া প্ৰস্তাৱ নাকচ কৰিছিল কেন্দ্ৰই। কিন্তু শেহতীয়াকৈ কলেজিয়ামৰ...

Read moreDetails

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

তামিলনাডুৰ তিৰুপট্তুৰ জিলাত আজি সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। এক উপহাৰ বিতৰণ অনুষ্ঠানত হোৱা ব্যাপক সমাগমৰ ফলত পদপিষ্টহৈ প্ৰায় হেৰুৱাইছে...

Read moreDetails

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

দেশত প্ৰথমবাৰৰ গৰ্ভধাৰণ কৰিছে এহাল ট্ৰেন্সজেণ্ডাৰ দম্পতীয়ে। শেহতীয়াকৈ ইনষ্টাগ্ৰামৰ জৰিয়তে ফ’ট শ্বেয়াৰ কৰি তেওঁলোকে নিজেই প্ৰকাশ কৰিছে এই কথা। এই...

Read moreDetails

কা বিৰোধী প্ৰতিবাদৰ গোচৰত শ্বাৰ্জিল ইমামক দোষমুক্ত ঘোষণা আদালতৰ

কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত ২০১৯ চনৰ ১৩ ডিচেম্বৰত দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ত এক...

Read moreDetails

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

উত্তৰ প্ৰদেশৰ বাৰেলীৰ ছাবা নামৰ এগৰাকী মুছলমান যুৱতীয়ে হিন্দু যুৱকৰ লগত বিাবাহপাশত আৱদ্ধ হোৱা ঘটনাক লৈ এতিয়া চৰ্চাত নামি পৰিছে...

Read moreDetails

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

বলিউডকে ধৰি বিভিন্ন ভাষাত হাজাৰ হাজাৰ সংগীত পৰিৱেশন কৰি শ্ৰোতা-দৰ্শকৰ মন জয় কৰা প্ৰবীণ কন্ঠশিল্পী বাণী জয়ৰামে শনিবাৰে দিনত চেন্নাইস্থিতি...

Read moreDetails

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

প্লাষ্টিকৰ আটাইতকৈ ক্ষুদ্ৰ কণা মাইক্ৰ'প্লাষ্টিক মানুহৰ তেজত পোৱা গৈছে।  প্ৰথমবাৰৰ বাবে বিজ্ঞানীসকলে ইয়াক মানুহৰ শিৰাৰ ভিতৰত বিচাৰি পাইছে। নতুন গৱেষণাই...

Read moreDetails

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) সাৰদা চিটফাণ্ড কেলেংকাৰীৰ সন্দৰ্ভত অসমৰ প্ৰাক্তন কংগ্ৰেছ নেতা প্ৰয়াত অঞ্জন দত্ত, পশ্চিমবংগৰ চিপিআই(এম)ৰ প্ৰাক্তন বিধায়ক দেবেন বিশ্বাস,...

Read moreDetails

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

যোৱা ৩০ জানুৱাৰীত জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সামৰণি পৰিল ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰা। যাত্ৰাৰ বাবে শ্ৰীনগৰত উপস্থিত হোৱাৰ...

Read moreDetails
Page 1344 of 1860 1 … 1,343 1,344 1,345 … 1,860

Stay Connected

Recent News