দেশ

কয়লাৰ অভাৱ: আমদানিকৃত গেছৰ সহায়ত এনটিচিপি প্ৰকল্প পুনৰ আৰম্ভ কৰিব কেন্দ্ৰই

নেৰানেপেৰা বৰষুণৰ ফলত খনিৰ খনন বাধাগ্ৰস্ত হোৱাৰ বাবে দেশত বাৰিষা কালত হ্ৰাস হ'ব পাৰে কয়লাৰ যোগান। এনে অৱস্থাত বাৰিষা মাহত...

Read moreDetails

এইবাৰ শ্ৰীলংকাত মোদীৰ আদানি প্ৰীতি! শ্ৰীলংকাৰ বিদ্যুৎ ব’ৰ্ডৰ চেয়াৰমেনৰ পদত্যাগ

এইবাৰ শ্ৰীলংকাৰ এটা বায়ুবিদ্যুৎ প্ৰকল্প নিৰ্মাণক কেন্দ্ৰ কৰি বিতৰ্কত সাঙোৰ খাই পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অভিযোগ অনুসৰি, শ্ৰীলংকাৰ উত্তৰ অঞ্চলত...

Read moreDetails

দুই কোটিৰ স্বপ্নৰ সলিল সমাধি! এইবাৰ ১.৫ বছৰত ১০ লাখ নিযুক্তিৰ সিদ্ধান্ত মোদী চৰকাৰৰ

২০১৪ চনত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱাৰ সময়ত নিজৰ চমকপ্ৰদ বাকপটুতাৰ বলেৰে দেশৰ জনসাধাৰণক আকৃষ্ট কৰি তুলিছিল...

Read moreDetails

অমৰনাথ যাত্ৰা: তীৰ্থযাত্ৰীৰ বাবে বাধ্যতামূলক আধাৰ প্ৰমাণীকৰণ

হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে দুটা বছৰৰ বিৰতিৰ পিছত পুনৰ মুকলি কৰা হৈছে অমৰনাথ যাত্ৰা। অহা ৩০ জুনৰ পৰা ১১ আগষ্টলৈ...

Read moreDetails

পূৰ্ণোদ্যমে চলিছে সেনা-আৰক্ষীৰ অভিযান: পাঁচমাহতে জম্মু-কাশ্মীৰত নিহত ১০০ সন্ত্ৰাসবাদী

সন্ত্ৰাসবাদ নিৰ্মূলৰ লক্ষ্যৰে জম্মু-কাশ্মীৰত পূৰ্ণোদ্যমে চলিছে ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযান। এই উদ্দেশ্যতে চলিত বৰ্ষৰ আৰম্ভণিৰ পৰা...

Read moreDetails

কেৰালাত নতুন ৰোগত আক্ৰান্ত হৈ পুনৰ আন এগৰাকী লোকৰ মৃত্যু

কোভিড, মাংকি পক্স আদিৰ আতংকৰ মাজতে কেৰালাত স্ক্ৰাব টাইফাছৰোগত আক্ৰান্ত হৈ পুনৰ আন এজন লোকৰ মৃত্যু ঘটিছে।মৃত্যু ঘটা লোকজনৰ বয়স...

Read moreDetails

কোন এই ষ্টান স্বামী? কিয় তেওঁৰ মৃত্যুক লৈ নহ’ল কোনো চৰ্চা ?

যোৱা বৰ্ষৰ মাজৰ ফালে মৃত্যু হৈছিল ভাৰতৰ এজন প্ৰখ্যাত মানৱ অধিকাৰ কৰ্মীৰ। নাম তেওঁৰ ষ্টান স্বামী। মোদী চৰকাৰে কাৰাগাৰত বন্দী...

Read moreDetails

কংগ্ৰেছৰ মুৰব্বী ছোনিয়া গান্ধীক গংগা ৰাম চিকিৎসালয়ত ভৰ্তি

কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীক কোভিড সম্পৰ্কীয় সমস্যাৰ বাবে দেওবাৰে নতুন দিল্লীৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কংগ্ৰেছ নেত্ৰী...

Read moreDetails

নুপুৰ শৰ্মাক ‘শিৰচ্ছেদ’ কৰাৰ ভিডিঅ’ প্ৰস্তুত কৰি গ্ৰেপ্তাৰ কাশ্মীৰী ইউটিউবাৰ ফৈজল ৱানী

হজৰত মহম্মদকলৈ কৰা  মন্তব্যই দেশত উত্তেজনাৰ সৃষ্টি কৰি থকাৰ সময়তে নুপুৰ শৰ্মাৰ শিৰচ্ছেদৰ ভিডিঅ' ছচিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল কৰি গ্ৰেপ্তাৰ...

Read moreDetails

জম্মু-কাশ্মীৰৰ কুলগ্ৰামত এনকাউণ্টাৰত হিজবুল সদস্য নিহত, বুলগামত উদ্ধাৰ আই ই ডি

জম্মু-কাশ্মীৰত অব্যাহত আছে সেনাৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। আজি পুৱতি নিশা জম্মু-কাশ্মীৰ আৰক্ষীয়ে কুলগাম জিলাৰ খান্দিপৰা অঞ্চলত এক সংঘৰ্ষত হিজবুল মুজাহিদীনৰ...

Read moreDetails
Page 1444 of 1809 1 1,443 1,444 1,445 1,809

Stay Connected

Recent News