বিদ্যুতৰ অনিয়মীয়া যোগানে প্ৰায়ে জনসাধাৰণক বিপাঙত পেলায়। কোনো প্ৰয়োজনীয় কামৰ সময়ত বিদ্যুৎ কৰ্তনে সুচাৰুৰূপে কৰ্ম সম্পাদনত যথেষ্ট বাধা দিয়ে। পিছে...
Read moreDetailsঅন্ধ্ৰ প্ৰদেশ আৰু উৰিষ্যাত আঘাত কৰিছে আছানীয়ে। আছানী হৈছে এক তীব্ৰ বেগী ঘূৰ্ণীবতাহ। সিংহলা শব্দ ‘আছানী'ৰ অসমীয়া প্ৰতিশব্দ হৈছে ক্ৰোধ।...
Read moreDetailsভাৰতবৰ্ষত বহুল জনপ্ৰিয়তা অৰ্জন কৰা বলিউডৰ চলচ্চিত্ৰ 'দ্য কাশ্মীৰ ফাইলছ'ক মুছলমানসকলৰ বিৰুদ্ধে উচতনিমূলক তথা একপক্ষীয় চিত্ৰায়নৰ বাবে ছিংগাপুৰত নিষিদ্ধ কৰা...
Read moreDetailsভাৰতীয় ধ্ৰুপদী সংগীত জগতৰ অন্যতম পুৰোধা, কিংবদন্তী সংগীতজ্ঞ সন্তুৰ বাদক পণ্ডিত শিৱকুমাৰ শৰ্মাই আজি ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ...
Read moreDetailsউচ্চতম ন্যায়ালয়লৈ উন্নীত হোৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ধাংশু ধুলিয়াই সোমবাৰে শীৰ্ষ আদালতৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব। শনিবাৰে,...
Read moreDetailsযোৱা ৩২ বছৰ ধৰি হাৰিয়ানাৰ ৰাখি গঢ়িত জৰীপত ব্যস্ত থকা ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (ASI)- এ এক বৃহৎ সফলতা লাভ কৰিছে।...
Read moreDetailsনেপালৰ মাউণ্ট এভাৰেষ্টৰ বেচ কেম্প অভিমুখে ট্ৰেকিং কৰি থকা অৱস্থাতে মৃত্যৰ মুখত পৰিছে মুম্বাইৰ এগৰাকী ৫২ বছৰীয়া মহিলা চিকিৎসক। হৃদৰোগত...
Read moreDetailsদেশৰ ৰাজধানী দিল্লীৰ ব্যস্ত ৰাজপথত পুনৰ গুলীচালনাৰ (শুটআউট)ঘটনা সংঘটিত হৈছে। শুকুৰবাৰে সন্ধিয়া দুৰ্বৃত্তই ১০ ৰাউণ্ড গুলী চলাই দুগৰাকী ব্যৱসায়ীক গুৰুতৰভাৱে...
Read moreDetailsদেশত ধৰ্মীয় বিষয়কলৈ সংঘাতপূৰ্ণ চৰ্চা অব্যাহত থকাৰ মাজতে এইবাৰ এখন বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ এটা প্ৰশ্নকলৈ সৃষ্টি হৈছে বিতৰ্কৰ। উত্তৰ প্ৰদেশৰ...
Read moreDetailsচিনেমাত বিভিন্ন অভিনৱ কায়দাৰে ডকাইতি কৰা নিশ্চয় দেখিছে। এনে এক কায়দাৰেই চাৰি দুৰ্বৃত্তই এগৰাকী ৬০ বছৰীয়া মহিলাৰ পৰা লুটিলে ১.২...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd