দেশ

আইআৰচিটিচি-ৰ বিশেষ উত্তৰ-পূব ভ্ৰমণৰ বাবে ৰেলৰ টিকটত ৩৩% ৰেহাই; কিদৰে লাভ কৰিব এই সুবিধা?

ভাৰতীয় ৰে’লৱেৰ পৰ্যটন শাখা ইণ্ডিয়ান ৰে’লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্প’ৰেশ্যন (আই আৰ চি টি চি)ৰ উদ্যোগত পৰ্যটকৰ বাবে এক বিশেষ...

Read moreDetails

মৰ্মান্তিক! কুঁৱা চাফা কৰি থকা অৱস্থাত বিষাক্ত গেছত শ্বাসকষ্টত ভূগি ৮ জনৰ মৃত্যু

উৎসৱৰ প্ৰস্তুতি চলি থকাৰ মাজতে মধ্যপ্ৰদেশৰ এখন গাঁওত বিষাদৰ ছাঁ নামিছে। গংগৌৰ উৎসৱৰ বাবে চাফা কৰি আছিল কুঁৱাটো। সেই কুঁৱাটো...

Read moreDetails

‘মুছলমান বিৰোধী’ আখ্যা দি ৱাকফ সংশোধনী বিধেয়কৰ বিৰোধিতাৰে জেডিইউ এৰিলে দুই নেতাই

শেহতীয়াকৈ ৱাকফ বিলৰ সপক্ষে ভোটদান কৰিছিল জেডিইউ-ৰ দুজন সাংসদে।কিন্তু আনহাতে দলৰ স্থিতি মানি ল’ব নোৱাৰি শীৰ্ষ নেতা দুগৰাকীয়ে পদত্যাগ কৰে।...

Read moreDetails

ঘূৰিও নাচালে! বেংককত অনুষ্ঠিত বিমষ্টেক সন্মিলনত একেলগে দেখা গ’ল মোদী-ইউনুছক

দুজন ৰাষ্ট্ৰপ্ৰধানে লগ পালে... কিন্তু যেন ইজনে-সিজনক চিনিয়ে নাপালে। বৃহস্পতিবাৰে বেংককত বংগ উপসাগৰক কেন্দ্ৰ কৰি বুজাবুজিৰ মঞ্চ বিমষ্টেক সন্মিলনৰ দৃশ্য...

Read moreDetails

বলীউদৰ কিংবদন্তি অভিনেতা মনোজ কুমাৰৰ দেহাৱসান; ৮৭ বছৰ বয়সত অন্ত পৰিল জীৱন নাটৰ

বলীউদৰ কিংবদন্তি অভিনেতা মনোজ কুমাৰৰ দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৭ বছৰ। অভিনেতাগৰাকীয়ে অ’ কৌন থি, ক্ৰান্তিকে ধৰি...

Read moreDetails

১০ কোটিতকৈ অধিক পৰিয়ালে লাভ কৰিছে সুলভ মূল্যত ৰন্ধন গেছ; বিভাগীয় মন্ত্ৰীয়ে প্ৰদান কৰিলে তথ্য…

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত ৰাজসাহায্যযুক্ত এলপিজি লাভ কৰা হিতাধিকাৰীৰ সংখ্যা চলিত বৰ্ষৰ ১ মাৰ্চলৈকে ১০.৩৩ কোটি হৈছেগৈ। ইয়াৰ উপৰিও ভাৰতত...

Read moreDetails

১৪ ঘণ্টাৰ বিতৰ্কৰ অন্তত পুৱতি নিশা ২.৩০ বজাত ৰাজ্যসভাত গৃহীত ৱাকফ(সংশোধনী) বিধেয়ক ২০২৫

আজি অৰ্থাৎ ৪ এপ্ৰিলত ১৪ ঘণ্টীয়া বিতৰ্কৰ অন্তত ৰাজ্যসভাত ৱাকফ (সংশোধনী) বিধেয়ক ২০২৫ৰ সপক্ষে ১২৮টা আৰু বিপক্ষে ৯৫টা ভোট লাভ...

Read moreDetails

মোডী-শ্বিনাৱাত্ৰাৰ বৈঠক, ভাৰত-থাইলেণ্ডৰ মাজত কৌশলগত অংশীদাৰিত্বৰ ঘোষণা

ভাৰত আৰু থাইলেণ্ডৰ দীৰ্ঘদিনীয়া বন্ধুত্বত নতুন শক্তি আৰু গতি সংযোজন কৰি আজি বৃহস্পতিবাৰে বেংককৰ চৰকাৰী আৱাসত থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেয়েতংটাৰ্ণ শ্বিনাৱাত্ৰাৰ...

Read moreDetails

“বনধ্বংসৰ সকলো কাৰ্যকলাপ বন্ধ কৰক” : তেলেংগানা চৰকাৰলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

সবত্ৰে চলা প্ৰতিবাদৰ মাজতে তেলেংগানা চৰকাৰে হায়ডৰাবাদ বিশ্ববিদ্যালয়ৰ ওচৰত থকা বন ধ্বংস কাৰ্সকলাপত নিষেধাজ্ঞা আৰোপ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। তেলেংগানাত...

Read moreDetails

জনসাধাৰণৰ আগত দাঙি ধৰিব সম্পত্তিৰ হিচাপ; ডাঙৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল যেন বহু দূৰৈৰ গ্ৰহৰ লোক। উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত যি তথ্য দিয়া আছে তাৰ বাহিৰে সাধাৰণ মানুহৰ বাবে...

Read moreDetails
Page 660 of 1835 1 … 659 660 661 … 1,835

Stay Connected

Recent News