দেশ

প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নাতিৰ বিৰুদ্ধে যৌন কেলেংকাৰীৰ অভিযোগ! আপত্তিজনক ভিডিঅ’ক লৈ আৰম্ভ তদন্ত

লোকসভা নিৰ্বাচনৰ মাজতে দাক্ষিণাত্যৰ ৰাজনীতিত তোলপাৰ লাগিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নাতি প্ৰজ্জ্বল ৰেভান্না এইবাৰ বিতৰ্কত সোমাই পৰিছে। তেওঁৰ...

Read moreDetails

IPL 2024: মধুৰ প্ৰতিশোধ! বেট-বলে উজলিল ধোনীৰ চেন্নাই; তুষাৰ দেশপাণ্ডেৰ বিক্ৰমেৰে বিধ্বস্ত হায়দৰাবাদ

যোৱা ৫ এপ্ৰিলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ধোনী বাহিনীক ঘৰুৱা খেলপথাৰত বিধ্বস্ত কৰি প্ৰায় একপক্ষীয়ভাৱে খেলখনত জয় কাঢ়ি নিছিল। দেওবাৰে চিপকত সেই...

Read moreDetails

মৰ্মান্তিক! পোহনীয়া কুকুৰৰ মৃত্যুৰ বেদনাত চৰম সিদ্ধান্ত বাচি হ’লে ১২ বছৰীয়া কিশোৰীয়ে

প্ৰিয় পোহনীয়া জন্তুবোৰ কোনো কাৰণতে মানুহতকৈ কম নহয়। কোৱা বাহুল্য যে এনে পোহনীয়া জন্তুৰ মৃত্যু অত্যন্ত দুখজনক। এইবাৰ এটা পোহনীয়া...

Read moreDetails

ভাৰতত বৃদ্ধি পাইছে টিবি ৰোগীৰ সংখ্যা : যোৱা বছৰ ধৰা পৰিছে ২৫ লাখ আক্ৰান্ত

ভাৰতত বৃদ্ধি পাইছে টিবি ৰোগীৰ সংখ্যা। সূত্ৰ অনুসৰি যোৱা বছৰ ভাৰতত ২৫ লাখতকৈ অধিক লোকৰ শৰীৰত টিবি ৰোগ ধৰা পৰিছে।...

Read moreDetails

নাপায় হাৰ্ডিক নাপায়! দিল্লীৰ হাতত হাৰি সৰ্বাধিক ৰান কৰা বেটছমেনকে দোষাৰোপ কৰিলে অধিনায়কে

যদিও আনুষ্ঠানিক নহয়, তথাপিও চলি থকা আই পি এলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ যাত্ৰা প্ৰায় শেষ। সেই তালিকাত এইবাৰ যোগ দিবলৈ...

Read moreDetails

আমেৰিকাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৩ গৰাকী ভাৰতীয় যুৱতী

আমেৰিকাত ভয়ংকৰ পথ দুৰ্ঘটনাত ৩ গৰাকী ভাৰতীয় যুৱতীয়ে প্ৰাণ হেৰুৱাইছে। তিনিওজনেই গুজৰাটৰ বাসিন্দা। নিহত যুৱতী তিনিগৰাকী হৈছে ৰেখাবিন পেটেল, সংগীতাবিন...

Read moreDetails

প্ৰধানমন্ত্ৰী মোডীক ‘সমালোচনা’ কৰি ৰাজৰোষত সাংবাদিক; ভাৰত এৰি যাব লগা হ’ল গুচি!

সমালোচনা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। গতিকে ৰাজৰোষত পঢ়িব লগা হ’ল। এনে অভিযোগ সাংবাদিকগৰাকীৰ। তেওঁ ভাৰত এৰি গুচি যাব লগা হ’ল।...

Read moreDetails

IPL 2024: অধিনায়ক সঞ্জুৰ বেটিং বিক্ৰমত ধৰাশায়ী লক্ষ্ণৌ; প্লে অফৰ দৌৰত সবাতোকৈ আগত ৰাজস্থান

অধিনায়ক সঞ্জু চেমছনৰ বেটিঙ বিক্ৰমত ধৰাশায়ী হ’ল লক্ষ্ণৌ। ৰাজস্থান ৰয়েলছৰ প্লে অফ খেলাটো আপাততঃ নিশ্চিত হৈ পৰিল। শনিবাৰে নিশা পুনৰ...

Read moreDetails

বিজেপিৰ টিকেটত নিৰ্বাচন খেলিব আজমল কাছভৰ ফাঁচীৰ বাবে আদালতত যুঁজ দিয়া অধিবক্তা উজ্জ্বল দেওৰাও নিকামে

লোকসভা নিৰ্বাচনত আন এক চমক প্ৰদৰ্শনৰ চেষ্টা বিজেপিৰ। মহাৰাষ্ট্ৰৰ উত্তৰ-মধ্য মুম্বাই লোকসভা সমষ্টিৰ পৰা বিজেপিয়ে থিয় কৰাইছে সন্ত্ৰাসবাদী আজমল কাছভক...

Read moreDetails

মিছলীয়া প্ৰধানমন্ত্ৰীৰ কথাত এতিয়া দেশৰ জনতাই গুৰুত্ব নিদিয়ে : মল্লিকাৰ্জুন খাৰ্গে

“এইবাৰৰ নিৰ্বাচন অতি গুৰুত্বপূর্ণ। এই নির্বাচন কোনো ব্যক্তিৰ নির্বাচন নহয়। এই নির্বাচন কাকো হেয় প্রতিপন্ন কৰাৰ নিৰ্বাচন নহয়। এই নির্বাচন...

Read moreDetails
Page 992 of 1847 1 … 991 992 993 … 1,847

Stay Connected

Recent News