অন্ধ্ৰ প্ৰদেশৰ ভিজাগ উপকূলত ২২,০০০ লোকে মিলি ৭৬ টনৰো অধিক প্লাষ্টিক চাফা কৰাৰ কথাই বহুতৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।অন্ধ্ৰ প্ৰদেশত...
Read moreDetailsদেশৰ বহু লোকক প্ৰতাৰণা কৰা বহু ভুৱা এপ বন্ধ কৰি দিলে গুগলে।শেহতীয়াকৈ গুগলে ভাৰতত ইয়াৰ প্লে ষ্টোৰৰ পৰা প্ৰায় ২০০০...
Read moreDetailsবিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ জয়পুৰস্থিত ছেম কলেজ অৱ নাৰ্ছিঙত শনিবাৰে সন্ধিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অভিভাৱক সকলকো আজি দুৰ্ব্যৱহাৰ...
Read moreDetailsগুৱাহাটীৰ পাঞ্জাবাৰীৰ বিপনন বাণিজ্য ক্ষেত্ৰত আজি অনুষ্ঠিত হোৱা সদৌ অসম প্ৰথম ৰেপিড ৰেটিং দবা প্ৰতিযোগীতাত মায়ংক চক্ৰৱৰ্তীয়ে চেম্পিয়নৰ খিতাপ দখল...
Read moreDetailsAhom organizations see a conspiracy শনিবাৰে অসমৰ আহোম সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা বিভিন্ন সংগঠনে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান চেতিয়াৰ...
Read moreDetailsFarmer breeds scorpions and earns millions তুৰস্কৰ এজন খেতিয়কে হাজাৰ হাজাৰ বৃশ্চিকৰ খেতি কৰে! তেওঁ বিভিন্ন প্ৰসাধন আৰু ফাৰ্মাচিউটিকেল কোম্পানীক...
Read moreDetailsDalai Lama to visit Taiwan টাইৱান ভ্ৰমণ কৰিব দালাই লামাই। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰ অনুসৰি, দেশখনৰ পৰা দালাই লামাক...
Read moreDetailsফাঁচী বজাৰৰ নামটো সলনি হ'ল। মুখ বাগৰি ফাঁচী বজাৰ গৈ 'ফেন্সী বাজাৰ'' হ'ল। আজিৰ প্ৰজন্মৰ বহুতে হয়তো ফাঁচী বজাৰক কেৱল...
Read moreDetailsনিতৌ পোহৰলৈ আহিছে অভিনেত্ৰী তথা বিজেপি নেত্ৰী সোণালা ফোগাটৰ মৃত্যুৰ ন ন তথ্য। বিজেপি নেত্ৰীগৰাকীৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত আৰক্ষীৰ জালত...
Read moreDetailsঅৰুণাচল প্ৰদেশত ৰাজ্যৰ অগ্ৰণী প্ৰকৃতি সংগঠন আৰণ্যকে যোৱা ২৪ আৰু ২৫ আগষ্টত সংগঠনটোৰ আইনী আৰু ওকালতি বিভাগৰ উদ্যোগত বন্যপ্ৰাণী অপৰাধ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd