নকল উপায়ুক্ত! তেজপুৰত আটক হোৱা মহাপ্ৰৱঞ্চক অংকুৰ শইকীয়াই কি কৰিব বিচাৰিছিল?

নকল উপায়ুক্ত!৷ জিলা উপায়ুক্তকে সলনি কৰি নিজে হৈ ল’লে স্বয়ম্ভু উপায়ুক্ত ৷ বিলাসী বাহনত ঘুৰি ফুৰোতে আটক হ’ল এই স্বয়ম্ভু...

Read moreDetails

কাজিয়াৰ সময়ত “অণ্ডকোষ চেপি ধৰাটো হত্যাৰ প্ৰচেষ্টা নহয়”; অভিযুক্তৰ শাস্তি হ্ৰাস কৰিলে আদালতে

পুৰণি শত্ৰুতাক লৈ তুমুল কাজিয়া। সেই সময়ত এজনে আনজনৰ অণ্ডকোষত চেপি ধৰিছিল। দ্বিতীয়জন ব্যক্তি গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত ভৰ্তি হ’ব...

Read moreDetails

ভৰ দুপৰীয়া মুকেশ আম্বানী, আনন্দ মহিন্দ্ৰাই মাতিব লগা হৈছিল Uber; কিন্তু কিয় জানেনে?

মুকেশ আম্বানী, আনন্দ মহিন্দ্ৰা দেশৰ লগতে বিশ্বৰ ধনী ব্যক্তিসকলৰ ভিতৰত অন্যতম। সেই দুজন উদ্যোগপতিয়ে ক’ৰবাত যাবলৈ উবেৰ মতাৰ কথা জানো...

Read moreDetails

দিল্লীত গাড়ী ৰখাই মূৰত বন্দুক থৈ মাত্ৰ ৩৮ ছেকেণ্ডতে লুটি নিলে লক্ষাধিক টকা; চাওক ভিডিঅ’

ঠিক যেন ৱেব ছিৰিজৰ দৰে! ৰাজধানী দিল্লীৰ ৰাজহুৱা ঘাইপথত ৪ জন মটৰবাইক আৰোহীয়ে এখন চলন্ত গাড়ী ৰখাই চালক আৰু আৰোহীৰ...

Read moreDetails

১৫ হাজাৰ টকা উৎকোচ বিচাৰি মৰিগাঁৱত গ্ৰেপ্তাৰ লাট মণ্ডল

মৰিগাঁও জিলাৰ মৰিগাঁও চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ আন এজন লাট মণ্ডলক সোমবাৰে তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ বিষয়াই গ্ৰেপ্তাৰ কৰে। বিষয়াসকলে...

Read moreDetails

মেঘালয়ত আৰক্ষীৰ গাড়ীত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ

চুবুৰীয়া ৰাজ্য মেঘালয়ত আৰক্ষীৰ এখন মাৰুতি জিপছী গাড়ীত দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰিছে। দেওবাৰে সন্ধিয়া মেঘালয়ৰ পূব খাচি পাহাৰ জিলাৰ শ্বিলঙৰ মাউলাই...

Read moreDetails

অদ্ভুত কাণ্ড! স্কুটাৰত ৭টা শিশুকে ধৰি চালক; ভাইৰেল ভিডিঅ’ দেখি আতংকিত নেটিজেন, গ্ৰেপ্তাৰ অভিযুক্ত

ঘটনাটো দেখি নেটিজেনৰ চকু কপালত উঠিছে। মুম্বাই চহৰৰ ঘটনা। নিয়ম আৰু সুৰক্ষাৰ প্ৰতি ভেঙুচালি কৰি ৭টা শিশুক এখন স্কুটিত উঠাই...

Read moreDetails

পৰকীয়াৰ পৰিণতি! পত্নীৰ প্ৰেমিকৰ ডিঙি কাটি তেজ পান কৰিলে স্বামীয়ে

বিবাহ বহিৰ্ভূত সম্পৰ্কৰ বাবে ঘটিল এক পৈশাচিক কাণ্ড! প্ৰতিশোধ ল’বলৈ স্বামীয়ে চোকা অস্ত্ৰৰে পত্নীৰ প্ৰেমিকক আক্ৰমণ কৰে। অৱশেষত ডিঙি কাটি...

Read moreDetails

তীব্ৰ গতিৰে চলিছিল দৰাযাত্ৰীৰ বাছখন, হঠাৎ চৰকাৰী বাছৰ সৈতে মুখামুখি সংঘৰ্ষ; কমেও ১২ জনৰ মৃত্যু

মাজনিশা আন্ধাৰৰ মাজেৰে বাছখন চলিছিল। হঠাৎ ভয়ংকৰ দুৰ্ঘটনা। দুখন বাছৰ মুখামুখি সংঘৰ্ষ। খুন্দা মৰাৰ লগে লগে ছিটিকি পৰিল যাত্ৰীসকল, দুয়োখন...

Read moreDetails

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰোধিতা: বৰাক উপত্যকাত ১২ ঘণ্টীয়া বন্ধৰ আহ্বান

নিৰ্বাচন আয়োগে শেহতীয়াকৈ প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক কেন্দ্ৰ কৰি উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি। খচৰা প্ৰস্তাৱৰ বিৰোধিতাৰে এইবাৰ...

Read moreDetails
Page 1096 of 5995 1 … 1,095 1,096 1,097 … 5,995

Stay Connected

Recent News