DMCA.com Protection Status

ধনৰ জোৰ ! ৰাজপথত শ্ৰমিকক গাড়ীৰে খুন্দিওৱা সুৰামত্ত যুৱতীয়ে পালে জামিন!

যোৱা নিশা গুৱাহাটীৰ ৰুক্মিণীগাঁৱত সুৰামত্ত অৱস্থাত গাড়ীৰে ন গৰাকীকৈ শ্ৰমিকক মহতীয়াই নিয়া যুৱতী ৰাজকন্যা বৰুৱাই আজি জামিন লাভ কৰে। উল্লেখ্য...

Read more

অহা বৰ্ষৰ পৰা পেকেট যুক্ত খনিজ পানী নিষিদ্ধ হ’ব ছিকিমত

ছিকিমে ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা পেকেট যুক্ত খনিজ পানী নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে। ভ্ৰমণকাৰীসকলেও কোনো পেকেট যুক্ত খনিজ পানীৰ...

Read more

ধেমাজীত অসম আৰক্ষীৰ অস্ত্ৰ কঢ়িয়াই অনা ট্ৰাক দুৰ্ঘটনাত পতিত, দুজন আহত

ধেমাজীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। অসম আৰক্ষীৰ বেটেলিয়নৰ অস্ত্ৰ কঢ়িয়াই অনা ট্ৰাক এখন আজি দুৰ্ঘটনাত পতিত হোৱাৰ ফলত...

Read more

বিৰোধী ধূলিসাৎ; উপ নিৰ্বাচনৰ তিনিও আসনতে জয় তৃণমূল কংগ্ৰেছৰ

বঙ্গত পুনৰ বিজয়ৰ নিচান উৰুৱালে তৃণমূল কংগ্ৰেছে। উপ নিৰ্বাচন অনুষ্ঠিত হোৱা তিনিওখন আসনতে তৃণমূল কংগ্ৰেছে ধূলিসাৎ কৰিলে বিৰোধী দলক। ভৱানীপুৰ...

Read more

Shahrukh Khan’s son Arrested:বিলাসী জাহাজত ড্ৰাগছ পাৰ্টী কৰি গ্ৰেপ্তাৰ শ্বাহৰুখ খানৰ পুত্ৰ

Shahrukh Khan’s son Aryan Khan Arrested: অৱশেষত নাৰক’টিক্স কন্ট্ৰ’ল ব্যুৰোই গ্ৰেপ্তাৰ কৰিলে ড্ৰাগছ কাণ্ডত জড়িত বলীউদৰ তাৰকা শ্বাহৰুখ খানৰ পুত্ৰ...

Read more

ভয়ংকৰ দুৰ্ঘটনা! গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ

মেঘালয়ৰ উমছামলেম গাঁৱত শনিবাৰে সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। বাহনৰ ভিতৰত অগ্নিদগ্ধ হৈ মৃত্যু হয় মেঘালয়ৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ...

Read more

শ্বেৰমান আলী আহমেদক দলৰ পৰা নিলম্বনৰ প্ৰস্তাৱ কংগ্ৰেছ বিধায়িনী দলৰ

বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক অৱশেষত কংগ্ৰেছ দলৰ পৰা নিলম্বিত কৰাৰ প্ৰস্তাৱ দিলে কংগ্ৰেছ বিধায়িনী দলে। আজি নিশা প্ৰদেশ কংগ্ৰেছে এই...

Read more

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিধায়ক শ্বেৰমান আলীক ২ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিধায়ক শ্বেৰমান আলীক ২ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিলে আদালতে। আৰক্ষীয়ে ১০ দিনৰ জিম্মাত বিচাৰিছিল যদিও ২...

Read more

আমপাতত এম্ব্ৰইডাৰী কৰি নিজৰ নাম সন্নিবিষ্ট কৰিলে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত

গোলাঘাটৰ নতুন আমোলাপট্টিৰ ১০ নং ৱাৰ্ডৰ বাসিন্দা তথা মেলামৰা হাইস্কুলৰ এগৰাকী শিক্ষয়িত্ৰীয়ে নিজৰ এক অনন্য প্ৰতিভাৰ বলত ইণ্ডিয়া বুক অৱ...

Read more

চীনা আগ্ৰাসন সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ, প্ৰধানমন্ত্ৰী মোদীক কটাক্ষ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেওবাৰে লাডাখ আৰু উত্তৰাখণ্ডত চীনা অনুপ্ৰৱেশৰ অভিযোগত চৰকাৰক সমালোচনা কৰে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ২০১৪ চনৰ...

Read more
Page 1237 of 5296 1 1,236 1,237 1,238 5,296

Recent News