• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চীনা আগ্ৰাসন সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ, প্ৰধানমন্ত্ৰী মোদীক কটাক্ষ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 3, 2021 3:54 pm
Rahul Gandhi attacks govt over issue of Chinese incursions
192
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেওবাৰে লাডাখ আৰু উত্তৰাখণ্ডত চীনা অনুপ্ৰৱেশৰ অভিযোগত চৰকাৰক সমালোচনা কৰে।

তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰেলীত কৰা ৫৬ ইঞ্চি বুকুৰ মন্তব্য ব্যৱহাৰ কৰি কটাক্ষ কৰে।

লাডাখ আৰু উত্তৰাখণ্ডৰ কথা উল্লেখ কৰি তেওঁ হিন্দীত এক টুইটযোগে কয়, “চীন + পাকিস্তান + ‘মিষ্টাৰ ৫৬ ইঞ্চি’= ভাৰতৰ ভূমিত চীনা দখল বৃদ্ধি।”

चीन + पाकिस्तान + Mr 56”
=
भारत भूमि पर बढ़ता चीनी क़ब्ज़ा।#Ladakh #Uttarakhand pic.twitter.com/7rel1NFE6M

— Rahul Gandhi (@RahulGandhi) October 3, 2021

চীনৰ পিপলছ লিবাৰেচন আৰ্মীৰ (পিএলএ) প্ৰায় ১০০ জন সৈন্যই ৩০ আগষ্টত উত্তৰাখণ্ডৰ বাৰাহোটি খণ্ডত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এলএচি) অতিক্ৰম কৰিছিল। চীনা সৈন্যসকলে কেইঘণ্টামান অতিবাহিত কৰাৰ পিছত অঞ্চলটোৰ পৰা উভতি আহিছিল।

অৱশ্যে চীনা আগ্ৰাসনৰ ওপৰত কোনো আনুষ্ঠানিক মন্তব্য এতিয়ালৈকে কৰা নাই।

পূৱ লাডাখৰ কেইবাটাও অঞ্চলত ভাৰত আৰু চীনা সৈন্যৰ মাজত অব্যাহত অচলাৱস্থাৰ মাজতে দুয়োপক্ষই দুটা সংবেদনশীল স্থানত অৱস্থান কৰিছে।

চীনা পক্ষই খণ্ডটোত প্ৰকৃত সীমা ৰেখালৈক আন্তঃগাঁথনি উন্নয়নো যথেষ্ট বৃদ্ধি কৰিছে।

পূব লাডাখ অচলাৱস্থাৰ পিছত ভাৰতে প্ৰায় ৩,৫০০ কিলোমিটাৰ প্ৰকৃত সীমা ৰেখালৈক কঠোৰ সতৰ্কতা বজাই ৰাখিছে।

পাংগং হ্ৰদ অঞ্চলত এক হিংসাত্মক সংঘৰ্ষৰ পিছত যোৱা বছৰ ৫ মে’ত পূব লাডাখত ভাৰত আৰু চীনা সৈন্যবাহিনীৰ মাজত সীমা বিবাদৰ সূত্ৰপাত হৈছিল। দুয়োপক্ষই লাহে লাহে হাজাৰ হাজাৰ সৈন্যৰ লগতে গধুৰ অস্ত্ৰ-শস্ত্ৰৰ দ্বাৰা তেওঁলোকৰ অৱস্থিতি বৃদ্ধি কৰিছিল।

ফেব্ৰুৱাৰী মাহত, দুয়োপক্ষই পাংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ পাৰৰ পৰা সৈন্য আৰু অস্ত্ৰ-শস্ত্ৰ প্ৰত্যাহাৰ সম্পূৰ্ণ কৰে আৰু বিচ্ছিন্নতাৰ চুক্তি কৰা হয়।

সংবেদনশীল খণ্ডত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এলএচি) ওচৰত বৰ্তমান প্ৰতিটো পক্ষৰ প্ৰায় ৫০,০০০ ৰ পৰা ৬০,০০০ সৈন্য আছে।

উল্লেখ্য যে, ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলে লাডাখত চীনা অনুপ্ৰৱেশৰ অভিযোগত চৰকাৰক আক্ৰমণ কৰি আহিছে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd