• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিৰোধী ধূলিসাৎ; উপ নিৰ্বাচনৰ তিনিও আসনতে জয় তৃণমূল কংগ্ৰেছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 3, 2021 5:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙ্গত পুনৰ বিজয়ৰ নিচান উৰুৱালে তৃণমূল কংগ্ৰেছে। উপ নিৰ্বাচন অনুষ্ঠিত হোৱা তিনিওখন আসনতে তৃণমূল কংগ্ৰেছে ধূলিসাৎ কৰিলে বিৰোধী দলক।

ভৱানীপুৰ সমষ্টিৰ পৰা মমতা বেনাৰ্জীয়ে আশা কৰাৰ দৰেই অভিলেখ ভোটত জয়ী হোৱাৰ পিছত চামছেৰগঞ্জ আৰু জঙ্গীপুৰতো জয়ী হৈছে তৃণমূল কংগ্ৰেছ। জঙ্গীপুৰৰ তৃণমূল প্ৰাৰ্থী জাকিৰ হোছেইনে অভিলেখ ভোটত জয়লাভ কৰে।

উল্লেখ্য ২৬ এপ্ৰিলত সপ্তম পৰ্যায়ত চামছেৰগঞ্জ আৰু জঙ্গীপুৰ সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল।
কিন্তু তাৰ আগে আগে কৰ’ণা মহামাৰীৰ ফলত দুজন প্ৰাৰ্থী ক্ৰমে চামছেৰগঞ্জৰ কংগ্ৰেছ প্ৰাৰ্থী ৰেজাউল হক আৰু জঙ্গীপুৰৰ আৰ এছ পি প্ৰাৰ্থী প্ৰদীপ নন্দীৰ মৃত্যু হয়। সেয়ে সমষ্টি দুটাৰ নিৰ্বাচন অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হৈছিল।

Apply Now

অৱশেষত ৩০ ছেপ্টেম্বৰত দুয়োখন আসনত নিৰ্বাচন অনুষ্ঠিত হৈছিল। জাকিৰ হোছেইনে জঙ্গীপুৰ সমষ্টিত তৃণমূলৰ হৈ যুঁজ দিছিল। বিজেপিৰ প্ৰাৰ্থী আছিল সুজিত দাস। জানে আলম মীনাই আৰএছপিৰ হৈ যুঁজ দিয়ে।

দেওবাৰে ভোট গণনাৰ আৰম্ভণিৰ পৰাই তৃণমূল প্ৰাৰ্থী জাকিৰ হোছেইন জঙ্গীপুৰ আসনত আগবাঢ়ি আছিল। ২৬ ৰাউণ্ড গণনা কৰাৰ পিছত জাকিৰ হোছেইন ৯২,৬১৩ টা ভোটত জয়ী হয়।

আনহাতে চামছেৰগঞ্জত তৃণমূল কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আছিল আমিৰুল ইছলাম। বিজেপিৰ মিলন ঘোষ, চিপিএম মোদাছাৰ হোছেইন আৰু কংগ্ৰেছৰ জাইদুৰ ৰহমানে সমষ্টিটোত প্ৰতিদ্বন্দীতা আগবঢ়াইছিল।
ইতিমধ্যে ভোট গণনাৰ শেষত তৃণমূল কংগ্ৰেছৰ আমিৰুল ইছলাম ২৬,৬১১ টা ভোটত জয়ী হৈছে। কংগ্ৰেছ প্ৰাৰ্থী জাইদুৰ ৰহমান দ্বিতীয় স্থানত আছে। তেওঁ ৭০,০০০ তকৈও অধিক ভোট লাভ কৰিছিল। আনহাতে বিজেপি দলৰ মনোনীত প্ৰাৰ্থীজন এই আসনখনত বহুত পিছ পৰি থাকে।

উল্লেখ্য যে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনতো তৃণমূলে চামছেৰগঞ্জ আৰু জঙ্গীপুৰত জয়লাভ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am
লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am
লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd