ৰাজ্যত আজি কোভিড আক্ৰান্ত লোকৰ সংখ্যা কিমান, কিমান লোকৰ ঘটিল মৃত্যু ?

বিগত ভালে কেইদিন ধৰি ৰাজ্যত কোভিড সংক্ৰমণৰ হাৰ অতি নিম্নগামী হৈ থকাৰ কথাই আশাৰ বতৰা কঢ়িয়াই আনিছে। অসমত আজিৰ দিনটোতো...

Read moreDetails

‘৮৩ৰ আন্দোলনৰ কথা কোৱাৰ অধিকাৰ বিজেপিৰ নাই: APCCৰ মুখপাত্ৰ পাৰ্থ প্ৰতিম বৰাৰ বিস্ফোৰক মন্তব্য

ছিপাঝাৰৰ ঢলপুৰত বেদখল উচ্ছেদৰ সময়ত আৰক্ষীৰ গুলীত দুজনকৈ লোক নিহত হোৱাৰ বিষয়টোকলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনে প্ৰতিক্ৰিয়াৰ মাজতে আজি...

Read moreDetails

‘নেতিবাচক শক্তি’ৰ পদত্যাগত সুখী ৰাইজৰ দল

আজি ৰাইজৰ দলৰ পৰা ৭০ সংগঠনৰ সমৰ্থন প্ৰত্যাহাৰ সম্পৰ্কে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি সন্দৰ্ভত স্পষ্টীকৰণৰ উদ্দেশ্যে এক সংবাদ মেল আহ্বান...

Read moreDetails

বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম শিল্পী কাননৰ উদ্যোগত শিল্পী সমাৰোহ

অসম শিল্পী কাননৰ উদ্যোগত , মৰিগাঁও জিলা সমিতি আৰু বিষ্ণুজ্যোতি কলা পৰিষদৰ সহযোগিতাত আজি দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শিলচাং বিহুতলিত অনুস্থিত...

Read moreDetails

নিযুক্তি বিনিময়ৰ বাবে অনলাইন পঞ্জীয়ন পৰ্টেল মুকলি

অসমৰ মুখ্যমন্ত্ৰী ড০ সিংহ বিশ্ব শৰ্মাই অসমত নিযুক্তি বিনিময়ৰ বাবে এটা অনলাইন পঞ্জীয়ন পৰ্টেল মুকলি কৰে। আধাৰ কাৰ্ড থকা ব্যক্তিসকলে...

Read moreDetails

হিমন্ত বিশ্ব শৰ্মা অসমৰ চাণক্য কেতিয়াও হব নোৱাৰে,তেওঁ এজন গুৰুতৰ অপৰাধী :বিষ্ফোৰক মন্তব্য গৌৰ্জন মুছাহাৰীৰ

হিমন্ত বিশ্ব শৰ্মাৰ বাবেই অসমত আজি দাউ দাউকৈ জুই জ্বলি আছে ৷ তেওঁৰ বাবেই এনকাউন্টাৰৰ পিছত এনকাউন্টাৰ হৈ আছে ৷...

Read moreDetails

ৰাজ্য সভালৈ নিৰ্বাচিত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অসমৰ পৰা ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আন কোনো প্ৰাৰ্থীয়ে আসনখনৰ বাবে মনোনয়ন পত্ৰ দাখিল নকৰাৰ...

Read moreDetails

মহিলাৰ বাবে ৫০ শতাংশ সংৰক্ষণৰ সমৰ্থন উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এনভি ৰমনাই দেওবাৰে ন্যায়পালিকাত মহিলাসকলৰ বাবে ৫০ শতাংশ সংৰক্ষণ আৰু সমগ্ৰ দেশৰ আইন মহাবিদ্যালয়সমূহত একে ধৰণৰ...

Read moreDetails

অমানৱীয়! ৰুগীয়া ছাত্ৰীৰ বেংক একাউন্টৰ পৰা হেকাৰে সৰকালে হৃদয়ৱান লোকে আগবঢ়োৱা ধন

টীয়ক চন্দ্রকমল বেজবৰুৱা মহাবিদ্যালয়ৰ এগৰাকী মেধাৱী ছাত্রী স্মৃতি বড়াৰ জটিল ৰোগত আক্রান্ত হোৱাৰ বাবে অৰ্থ সাহায্য বিচাৰি দুখীয়া পৰিয়ালটোৱে বিভিন্ন...

Read moreDetails

নিমাতীঘাট কাণ্ডৰ পৰা শিক্ষা! নাও দুৰ্ঘটনা ৰোধৰ বাবে ধুবুৰীত নাও চালক- সহায়কক বিশেষ প্ৰশিক্ষণ

Special training for boat riders:যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে পঞ্জীয়নভুক্ত বিভিন্ন ধৰণৰ নাৱৰ চালক আৰু সহায়কসকলৰ বাবে আজিৰে পৰা পাঁচ...

Read moreDetails
Page 1601 of 5645 1 1,600 1,601 1,602 5,645

Stay Connected

Recent News