• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিমাতীঘাট কাণ্ডৰ পৰা শিক্ষা! নাও দুৰ্ঘটনা ৰোধৰ বাবে ধুবুৰীত নাও চালক- সহায়কক বিশেষ প্ৰশিক্ষণ

মুকেশ সিং,ধুবুৰী by মুকেশ সিং,ধুবুৰী
September 27, 2021 4:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Special training for boat riders:যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে পঞ্জীয়নভুক্ত বিভিন্ন ধৰণৰ নাৱৰ চালক আৰু সহায়কসকলৰ বাবে আজিৰে পৰা পাঁচ দিনীয়াকৈ ধুবুৰীত অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ণ সমিতিৰ উদ্যোগত তথা ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে ৷

বিশ্ববেংকৰ পূঁজিৰে পৰিচালিত অসম আভ্যন্তৰীণ জলপৰিবহণ প্ৰকল্পৰ অধীনত ধুবুৰী জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত আয়োজিত প্ৰশিক্ষণ শিবিৰটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰে ধুবুৰী জিলাৰ উপায়ুক্ত অন্বামুথন এম পিয়ে৷

প্ৰশিক্ষণ কাৰ্যসূচী সন্দৰ্ভত উপায়ুক্তগৰাকীয়ে কয় যে নিমাতীঘাটৰ শোকাৱহ নাও দুৰ্ঘটনাৰ পৰৱৰ্তী সময়ত জল পৰিবহণত যাত্ৰীৰ সুৰক্ষাৰ দিশত চৰকাৰ অতিশয় সতৰ্ক হৈছে৷ ধুবুৰীতো নাৱৰ চালক আৰু সহায়কসকলক প্ৰশিক্ষণ দিয়াটো অতি জৰুৰী হৈ পৰাত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে৷

Apply Now

প্ৰশিক্ষণ শিবিৰৰ উদ্বোধনী অনুষ্ঠানত ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত মানস শইকীয়াও উপস্থিত থাকে৷ তেওঁ অংশগ্ৰহণকাৰীসকলক প্ৰশিক্ষণ শিবিৰত ভাগ ললে কেনেধৰণে উপকৃত হ’ব সেই বিষয়ে বুজাই কয়৷

আজি প্ৰশিক্ষণ শিবিৰৰ প্ৰথমটো বেটছত প্ৰায় দুই শতাধিক নাৱৰীয়া আৰু সহায়কাৰীয়ে ভাগ লয়৷ তেওঁলোকক দুদিনৰ বাবে প্ৰশিক্ষণ দিয়া হ’ব৷ বুধবাৰৰ পৰা পৰৱৰ্তী বেটছৰ প্ৰশিক্ষণ আৰম্ভ হ’ব৷

Related news: অমানৱীয়! ৰুগীয়া ছাত্ৰীৰ বেংক একাউন্টৰ পৰা হেকাৰে সৰকালে হৃদয়ৱান লোকে আগবঢ়োৱা ধন

প্ৰশিক্ষণৰ অন্তত সকলোকে একোখনকৈ প্ৰমাণপত্ৰ দিয়া হ’ব৷

অৱসৰপ্ৰাপ্ত নৌ সেনা বিষয়া কমলেশ চন্দ্ৰ চৌধুৰীয়ে ভাৰ্ছুৱেল মাধ্যমেৰে নাও চালক-সহায়কসকলক প্ৰশিক্ষণ প্ৰদান কৰে৷

আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ পৰামৰ্শদাতা তথা অৱসৰপ্ৰাপ্ত নৌ সেনা বিষয়া কেপ্টেইন সৌৰভ খাউণ্ড আৰু আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ সামাজিক উন্নয়ন বিশেষজ্ঞ নবীন শৰ্মাও সমল ব্যক্তি হিচাপে উপস্থিত থাকি নাও চালক আৰু সহায়কসকলক যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰা সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে ৷

পৰৱৰ্তী দিনকেইটাতো তেওঁলোক তিনিওজনে সুৰক্ষিত ভাৱে নাও চালনা, যাত্ৰীৰ সুৰক্ষা, দুৰ্ঘটনা এৰাই চলা, একোখন নাৱত থাকিবলগীয়া নিম্নতম সা-সুবিধা আৰু সেইবোৰৰ ব্যৱহাৰ আদি বিষয়বোৰত প্ৰশিক্ষণ প্ৰদান কৰিব৷

মুকেশ সিং,ধুবুৰী

মুকেশ সিং,ধুবুৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিহাৰৰ চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড: ৰোগীক এৰি পলায়ন কৰ্মচাৰীৰ, আই চি ইউত এজনৰ মৃত্যু

বিহাৰৰ চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড: ৰোগীক এৰি পলায়ন কৰ্মচাৰীৰ, আই চি ইউত এজনৰ মৃত্যু

June 4, 2026 11:18 am
আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

June 4, 2026 10:48 am
ইৰাণৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’লেই মুকলি হ’ব হৰমুজ প্ৰণালী, জনালে ডনাল্ড ট্ৰাম্পে

ইৰাণৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’লেই মুকলি হ’ব হৰমুজ প্ৰণালী, জনালে ডনাল্ড ট্ৰাম্পে

June 4, 2026 9:48 am
ব্ৰিটেইনত নতুন প্ৰস্তুতি: কাৰাগাৰৰ দায়িত্ব ল’ব পাৰে কৃত্ৰিম বুদ্ধিমত্তাই, কয়দীৰ ওপৰত ৰাখিব চোকা নজৰ

ব্ৰিটেইনত নতুন প্ৰস্তুতি: কাৰাগাৰৰ দায়িত্ব ল’ব পাৰে কৃত্ৰিম বুদ্ধিমত্তাই, কয়দীৰ ওপৰত ৰাখিব চোকা নজৰ

June 4, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰৰ চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড: ৰোগীক এৰি পলায়ন কৰ্মচাৰীৰ, আই চি ইউত এজনৰ মৃত্যু

বিহাৰৰ চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড: ৰোগীক এৰি পলায়ন কৰ্মচাৰীৰ, আই চি ইউত এজনৰ মৃত্যু

June 4, 2026 11:18 am
আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

June 4, 2026 10:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd