আজি পুৱাই এটা দুখৰ খবৰে মৰ্মাহত কৰিলে গোলাঘাটবাসীক। যোৱা কিছুদিন পূৰ্বে কোভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা গোলাঘাটৰ পুৰণা আমোলাপট্টিস্থিত...
Read moreDetailsপ্ৰসিদ্ধ মালয়ালী কবি কে সচ্ছিদানন্দনৰ ফেচবুক পেজটো শুকুৰবাৰে ফেচবুক কৰ্তৃপক্ষই ২৪ ঘণ্টাৰ বাবে বন্ধ কৰি থোৱাৰ ব্যৱস্থা লয়। কেৰেলা বিধানসভা...
Read moreDetailsকলিয়াবৰৰ বুঢ়াপাহাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দলঙৰ ওপৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰীবাহী আল্ট্ৰা বাছ আৰু কন্টেইনাৰ...
Read moreDetailsঅসমৰ নতুন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰিব। উক্ত অনুষ্ঠানতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ উপৰি আন...
Read moreDetailsঅসমৰ পঞ্চদশ গৰাকী মুখ্যমন্ত্ৰী হিচাপে অহা সোমবাৰে শপত গ্ৰহণ কৰিব ডঃ হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব, আৰএছএছ আৰু প্ৰধানমন্ত্ৰী...
Read moreDetailsবিশ্বজুৰি কৰোণা ভাইৰাছৰ তাণ্ডৱৰ অন্তৰালত চীনৰ প্ৰত্যক্ষ বা পৰোক্ষ হাত আছে বুলি বহুতে অভিযোগ কৰি আহিছে। কিন্তু দেশখনক কাঠগড়াত তুলিবৰ...
Read moreDetailsদিচপুৰৰ বিধানসভাৰ বিজেপি দলৰ বিধায়িনী কক্ষত ইতিমধ্যে বিজেপিৰ বিধায়িনী দলৰ বৈঠকচলি আছে। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, কেন্দ্ৰীয় পৰ্যবেক্ষক বি...
Read moreDetailsকৰোণা পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় চৰকাৰক পুনৰ সমালোচনা কৰিলে শিৱ সেনাই। শনিবাৰে শিৱ সেনাই কয় যে ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰতিৱেশী দেশসমূহে যিসময়ত...
Read moreDetailsগোলাঘাট জিলাত কোভিড ১৯ ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে সকলো সৰু-বৰ দোকান তথা ব্যৱসায় প্ৰতিষ্ঠানক কোভিড...
Read moreDetailsক'ভিডৰ দ্বিতীয় ঢৌৱে ভাৰতৰ উপৰিও প্ৰতিৱেশী বাংলাদেশ, পাকিস্তানক চেপি ধৰিছে। কিন্তু এইক্ষেত্ৰত বিৰল নিদৰ্শন দাঙি ধৰিছে ভূটানে। এই পৰ্যন্ত দেশখনত...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd