DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোলাঘাটত মোবাইল ভানেৰে সজাগতা অভিযান : কোভিড বিধি উলংঘন কৰিলে বিহা হ’ব শাস্তি

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
May 9, 2021 12:29 pm
Golaghat
209
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট জিলাত কোভিড ১৯ ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে সকলো সৰু-বৰ দোকান তথা ব্যৱসায় প্ৰতিষ্ঠানক কোভিড বিধিসমূহ মানি চলিবলৈ নিৰ্দেশ দিছে।

একাংশ ব্যৱসায় প্ৰতিষ্ঠান তথা পদপথৰ দোকানত অনৰ্থক ভিৰ হোৱাটো প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে। এই ক্ষেত্ৰত কেৱল দোকানীয়ে নহয় গ্ৰাহকসকলকো সামাজিক ব্যৱধান মানি চলিবলৈ আহ্বান জনোৱা হৈছে।

অন্যথা সামাজিক দূৰত্ব বজাই ৰাখিব নোৱাৰা ব্যৱসায় প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী আৰু দোকানী তথা কোভিড বিধি মানি নচলা যিকোনো লোকৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি ঘোষণাটোত কোৱা হৈছে।

কোভিডক পৰাজিত কৰিবলৈ দোকান-পোহাৰত অনৰ্থক ভিৰ পৰিহাৰ কৰা, সামাজিক দূৰত্ব মানি চলা, সঠিকভাৱে মাস্ক পৰিধান কৰা, ব্যৱসায় প্ৰতিষ্ঠানসমূহে গ্ৰাহক কৰ্মচাৰীৰ বাবে হেণ্ড চেনিটাইজাৰ আৰু হাত ধোৱাৰ ব্যৱস্থা কৰা আদিৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলা জনসংযোগ বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত গোলাঘাট পৌৰ এলেকাৰ বিভিন্ন ঠাইত মোবাইল ভানেৰে সজাগতা অভিযান চলোৱা হৈছে।

Tags: COVID-19

Recent News

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Woman and 6-Year-Old Daughter Gangraped

নৃশংস! চলন্ত গাড়ীত মাতৃসহ ৬ বছৰীয়া শিশুক দলবদ্ধ ধৰ্ষণ

Alia Bhatt: বিয়াৰ আঢ়ৈ মাহৰ ভিতৰতে অন্ত:সত্তা আলিয়া ভাট! ছ’চিয়েল মিডিয়াত নিজেই দিলে ভাল খবৰ

Alia Bhatt: বিয়াৰ আঢ়ৈ মাহৰ ভিতৰতে অন্ত:সত্তা আলিয়া ভাট! ছ’চিয়েল মিডিয়াত নিজেই দিলে ভাল খবৰ

Boris Johnson Gets Chased By Police

কি জগৰ লগালে বৰিছ জনছনে! ষ্টেডিয়ামত জনছনক ধৰিবলৈ পিছে পিছে দৌৰিল পুলিচ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd