অসমত ২১১৬ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৫.২৩%

২১১৬গৰাকী ব্যক্তি অসমত বুধবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৫.২৩ শতাংশ। যোৱা ২৪ ঘণ্টাত ৪০,৩৮৯টা টেষ্টত...

Read moreDetails

অসমত আৰু দহ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ২১৩লৈ বৃদ্ধি

আৰু দহগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু বুধবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২১৩লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা ৰোগীকেইগৰাকী হৈছে—ডিব্ৰুগড়ৰ...

Read moreDetails

কা বাতিলৰ দাবীত যোৰহাটত আছুৰ বাইক ৰেলি

সদৌ অসম ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধন আইন, ২০১৯ বাতিলৰ দাবীত যোৰহাট চহৰত এক বাইক সমদল বাহিৰ কৰে। যোৰহাট ষ্টেডিয়ামৰ পৰা...

Read moreDetails

আদালতত জামিন লাভ কৰাৰ পাছতো জুবিনৰ লগত বাক-বিতণ্ডাত লিপ্ত এনএছইউআইৰ চাৰি সদস্যক আটক আৰক্ষীৰ

যোৱা ১২ আগষ্টৰ মাজনিশা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হোৱা চাৰিগৰাকী এনএছইউআইৰ নেতাক আটক কৰিছে দিচপুৰ আৰক্ষীয়ে।...

Read moreDetails

ৰাষ্ট্ৰীয় যুৱ মজদুৰ কংগ্ৰেছৰ গোলাঘাট জিলাৰ সভাপতি নিযুক্ত দাদু টায়ে

অসম প্ৰদেশ যুৱ মজদুৰ কংগ্ৰেছৰ গোলাঘাট জিলাৰ সভাপতিৰূপে বোকাখাতৰ যুৱনেতা দাদু টায়েক নিযুক্তি প্ৰদান কৰা হৈছে। অসম প্ৰদেশ যুৱ মজদুৰ...

Read moreDetails

ভাৰত-ভূটান সীমান্তৰ সৰলপাৰাত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

কোকৰাঝাৰ জিলাৰ ভাৰত-ভুটান সীমান্তৰ সৰলপাৰাত নদীত সন্ধানহীন যুৱকৰ মৃতদেহ আজি পুৱা উদ্ধাৰ হয়৷ নিহত যুৱক গৰাকী গোসাইগাঁও সদৰ চহৰৰ এক...

Read moreDetails

‘হুজুৰ, আমি ভাবো আপুনি নৰেন্দ্ৰ মোদীৰ লগত যুঁজ কৰা উচিত’ একালত আজমলক উদ্দেশ্যি হিমন্ত

নিজৰ চৰকাৰী বাসগৃহত সম্বোধন কৰা এক সংবাদমেলত একালৰ নয়নৰ মণি ‘কংগ্ৰেছী হিমন্ত’ৰ এটা ভিডিঅ’ ভাইৰেল কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।...

Read moreDetails

ভূ-স্বৰ্গ কাশ্মীৰলৈ উভতিছে শান্তি: প্ৰত্যাহাৰ কৰা হ’ব নিৰাপত্তা বাহিনীৰ ১০০টা কোম্পানী

ভূ-স্বৰ্গ কাশ্মীৰলৈ ক্ৰমাৎ উভতি আহিছে শান্তি। আপাততঃ এনে ধাৰণাই কৰিছে কেন্দ্ৰীয় গৃহ দপ্তৰে। সেইবাবেই কাশ্মীৰ উপত্যকাৰ পৰা চৰকাৰে নিৰাপত্তা বাহিনীৰ...

Read moreDetails

এতিয়াৰে পৰা চৰকাৰী আৰু বেংকৰ চাকৰি লাভ কৰিবলৈ সহজ হ’ব চাকৰি প্ৰত্যাশীৰ

এতিয়াৰে চৰকাৰী আৰু বেংকৰ চাকৰি লাভ কৰিবলৈ সহজ হ'ব চাকৰি প্ৰত্যাশীৰ। কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় নিয়োগ সংস্থা(National Recruitment Agency) গঠন কৰি ...

Read moreDetails

অৰ্জুন বঁটালৈ মনোনয়ন: লাভলিনা, মীৰাবাই চানুলৈ অভিনন্দন নৰ্থইষ্ট ইউনাইটেড এফচিৰ

নৰ্থইষ্ট ইউনাইটেড এফচিয়ে এই বছৰৰ অৰ্জুন বঁটাৰ বাবে মনোনয়ন লাভ কৰা অসমৰ বক্সাৰ লাভলিনা বৰগোহাঁই আৰু মণিপুৰৰ ভাৰোত্তোলক মীৰাবাই চানুলৈ...

Read moreDetails
Page 2725 of 5640 1 2,724 2,725 2,726 5,640

Stay Connected

Recent News