• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আদালতত জামিন লাভ কৰাৰ পাছতো জুবিনৰ লগত বাক-বিতণ্ডাত লিপ্ত এনএছইউআইৰ চাৰি সদস্যক আটক আৰক্ষীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 19, 2020 9:10 pm
Zubeen Atok
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১২ আগষ্টৰ মাজনিশা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হোৱা চাৰিগৰাকী এনএছইউআইৰ নেতাক আটক কৰিছে দিচপুৰ আৰক্ষীয়ে।

ছয়মাইলত এক সংবাদমেল সম্বোধন কৰাৰ পাছতে উক্ত স্থানত দিছপুৰ থানাৰ সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে আটক কৰে তিনিওজনক।  এখন সংবাদমেল সম্বোধন কৰাৰ পিছতে তেওঁলোকক আৰক্ষীয়ে আটক কৰে।

Apply Now

উক্ত ৪ গৰাকী যুৱক ক্ৰমে হীৰক জ্যোতি ৰাজবংশী, অৰূপ তালুকদাৰ, গীতাৰ্থ ডেকা আৰু দিশান্ত ৰাজবংশী।

উল্লেখ্য যে, বুধবাৰে জুবিন গাৰ্গৰ সৈতে সেই নিশা কি ঘটনা সংঘটিত হৈছিল এই প্ৰসংগত চাৰিওজনে সংবাদমেল সম্বোধন কৰিছিল।

ইপিনে, সংবাদমেল সম্বোধন কৰিবৰ বাবে জুবিন গাৰ্গৰ সৈতে হতাহত হোৱাৰ সময়ত ব্যবহৃত AS 01BY 0675 নম্বৰৰ বাহনখন লৈ আহিছে। বাহনখনৰ গৰাকী অভিযুক্ত হিৰকজ্যোতি ৰাজবংশী বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে উক্ত বাহনখন জব্দ কৰি দিছপুৰ থানালৈ লৈ যায়।

ইপিনে, ঘটনাস্থলীত সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু দাসে কোনোধৰণৰ জাননী আদালতৰ পৰা লাভ কৰা নাই বুলি কোৱাৰ লগতে অভিযুক্ত যুৱককেইজনক আৰক্ষীয়ে বিচাৰি ফুৰা বুলি উল্লেখ কৰে।

কিন্তু নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰে সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত সহকাৰী আৰক্ষী আয়ুক্তই বৰ্তমান অভিযুক্তকেইজনে আদালতৰ জামিনৰ নথি-পত্ৰ দেখুওৱা বুলি জানিবলৈ দিয়ে।

বাতৰি সংগ্ৰহ কৰাৰ সময়লৈকে যুৱককেইজনক সোধ-পোচ কৰি আছে আৰক্ষীয়ে।

ইপিনে, আটক কৰাৰ পূৰ্বে সংবাদমেলত জুবিন গাৰ্গৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হৈ থকা এটা ভিডিঅ’ ভাইৰেল কৰে এনএছইউআইৰ সদস্যকেইজনে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

October 18, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd