অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৮গৰাকী আৰক্ষী বিষয়ালৈ সাহসিকতাৰ পদক

অসমৰ পাঁচগৰাকী আৰু অৰুণাচল প্ৰদেশৰ তিনিগৰাকীকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৮গৰাকী আৰক্ষী বিষয়ালৈ তেওঁলোকৰ সাহসী ভূমিকাৰ বাবে সাহসিকতাৰ বঁটাৰে সন্মানিত কৰা হৈছে।...

Read moreDetails

ব্যক্তিগত শিক্ষানুষ্ঠানক মাহেকীয়া মাচুল ২৫ শতাংশ হ্ৰাস কৰিবলৈ শিক্ষা বিভাগৰ নিৰ্দেশ

কোভিড -১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ব্যক্তিগত আৰু বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহলৈ মাচুল সম্পৰ্কত ৰাজ্যখনৰ শিক্ষা আয়ুক্তই এক নিৰ্দেশনা জাৰি কৰিছে। শিক্ষা মন্ত্ৰী...

Read moreDetails

ক’ভিড১৯: অসমত ৫০হাজাৰ অতিক্ৰম আৰোগ্যৰ, নতুনকৈ মুকলি ২৩১০

২৩১০গৰাকী ব্যক্তি অসমত শুকুৰবাৰে ক’ভিড-মুক্ত হৈ চিকিৎসালয় এৰিছে আৰু ৰাজ্যত মুঠ আৰোগ্য লোকৰ সংখ্যাই ৫০ হাজাৰৰ সীমা অতিক্ৰম কৰিছে। অসমত...

Read moreDetails

অসমত ২৭০৬ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৫.৪৫%

২৭০৬গৰাকী ব্যক্তি অসমত শুকুৰবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৫.৪৫ শতাংশ। যোৱা ২৪ ঘণ্টাত ৪৯,৬০৩টা ক’ভিড...

Read moreDetails

অসমত আৰু ছয় ক’ভিড ৰোগীৰ মৃত্যু, মুঠ ১৭৫লৈ বৃদ্ধি

আৰু ছগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু শুকুৰবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ১৭৫লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে—...

Read moreDetails

প্ৰখ্যাত গায়ক এছ পি বালাসুব্ৰমনিয়মৰ স্বাস্থ্যৰ অৱস্থা জটিল

প্ৰখ্যাত গায়ক এছ পি বালাসুব্ৰমনিয়মৰ স্বাস্থ্যৰ অৱস্থা জটিল আৰু তেওঁ আই চি ইউত আছে। কিছুদিন পূৰ্বে ক’ভিড১৯ পজিটিভ চিনাক্ত হোৱা...

Read moreDetails

তামুলপুৰত খাদ্য সুৰক্ষা আঁচনিৰ বৃহৎ পৰিমাণৰ চুৰি চাউল উদ্ধাৰ

তামুলপুৰ আৰক্ষীয়ে বাক্সা জিলাৰ গান্ধীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত দোৱামাখা গাঁৱত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ বৃহৎ পৰিমাণৰ চুৰি চাউল শুকুৰবাৰে উদ্ধাৰ...

Read moreDetails

ৰাজস্থানত আস্থাৰ ভোটত বিজয়ী কংগ্ৰেছ চৰকাৰ ; শচীন-গেহলট পুনৰ একেলগে

ৰাজস্থানৰ অশোক গেহলট নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে শুকুৰবাৰে ৰাজস্থান বিধানসভাত অনুষ্ঠিত হোৱা আস্থাৰ ভোটত বিজয়ী হয়। 'ভইচ ভোট'ৰ জৰিয়তে অনুষ্ঠিত হোৱা...

Read moreDetails

কংগ্ৰেছে মাৰিলে নেকি কফিনৰ শেষৰটো গজাল? কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

সমাগত বিধান সভাৰ নিৰ্বাচন। ২০২১ ৰ বিধানসবা নিৰ্বাচনৰ দিন চাপি অহাৰ বাবে এতিয়া শাসকীয় বিজেপি আৰু কংগ্ৰেছ দলৰ মাজত যি...

Read moreDetails

দিল্লী এইমছৰ চিকিৎসকৰ নিজ বাসগৃহত চীপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ

দিল্লী এইমছৰ এগৰাকী ৪০ বছৰীয়া চিকিৎসকক দিল্লীৰ নিজ বাসগৃহত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয়। মোহিত সিংহ নামৰ নামৰ...

Read moreDetails
Page 2746 of 5642 1 2,745 2,746 2,747 5,642

Stay Connected

Recent News