• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কংগ্ৰেছে মাৰিলে নেকি কফিনৰ শেষৰটো গজাল? কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

কংগ্ৰেছ আৰু এআইয়ুডিএফৰ মিত্ৰতা আত্মঘাতী পদক্ষেপ : হিমন্ত

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , August 14, 2020 9:11 pm

2 min read

Himanta Biswa Sarmah jpg
435
VIEWS
Share on FacebookShare on Twitter

সমাগত বিধান সভাৰ নিৰ্বাচন। ২০২১ ৰ বিধানসবা নিৰ্বাচনৰ দিন চাপি অহাৰ বাবে এতিয়া শাসকীয় বিজেপি আৰু কংগ্ৰেছ দলৰ মাজত যি বাক-বিতণ্ডা সেয়া তীব্ৰতৰ হোৱা পৰিলক্ষিত হৈছে।

বিশেষকৈ ৰিপুন বৰাই যদি কোনো কথাত হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে তাৰ পাছত তাক লৈয়ে আকৌ সৰব হৈ পৰে মন্ত্ৰীগৰাকী।

২০২১ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী কংগ্ৰেছ আৰু এআইয়ুডিএফৰ মাজত মিত্ৰতাৰ কথা ইতিমধ্যে চুড়ান্ত হৈ পৰিছে।

তাক লৈ যেন মুঠেও সন্তুষ্ট নহয় স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

শুকুৰবাৰে গুৱাহাটী মেডিকেল কলেজত বিজেপিৰ নেতা-কৰ্মীৰ মাজত অনুষ্ঠিত হোৱা প্লাজমা দান অনুষ্ঠানত অংশ লৈ সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ আৰু এআইয়ুডিএফৰ মিত্ৰতাৰ সন্দৰ্ভত সৰব হৈ পৰে স্বাস্থ্য মন্ত্ৰীগৰাকী।

হিমন্ত বিশ্ব শৰ্মাৰ মতে ‘কংগ্ৰেছ আৰু এআইয়ুডিএফৰ মিত্ৰতা কেৱল ৬ নং দফা বুলিয়েই নহয়, এইটো এটা আত্মঘাতী পদক্ষেপ।‘

ইপিনে, এইবাৰ কংগ্ৰেছ আৰু এআইয়ুডিএফৰ মিত্ৰতা হ’লে কংগ্ৰেছে পূৰ্বে লাভ কৰা ভোটৰ হাৰতকৈয়ো এইবাৰ ভোটৰ হাৰ একেবাৰেই কমি যাব বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় ‘কংগ্ৰেছ দলৰ অসমীয়া মানুহৰ মাজত ৰৈ যোৱা যি প্ৰভাৱ আছিল এইবাৰ বিধান সভাৰ নিৰ্বাচনত সেইখিনিও নোহোৱা হ’ব।‘

‘কংগ্ৰেছৰ যদি ক’ৰবাত এক দুই শতাংশ ভোট ৰৈ গৈছিল সেইখিনিও নোহোৱা হৈ যাব।‘ মন্ত্ৰীগৰাকীয়ে লগতে কয়।

বাকী যি নহওঁক, মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে যে কংগ্ৰেছে এআইয়ুডিএফৰ সৈতে মিত্ৰতা কৰিলে কংগ্ৰেছৰ কফিনৰ শেষ গজালটো নিজে মাৰি ল’ব নেকি?

Recent News

dc-Cover-fosgj

নিষ্ঠুৰ পিতৃ: দোকানৰ পৰা বিড়ি আনি দিয়াত পলম হোৱাৰ বাবেই জ্বলাই দিলে ১০ বছৰীয়া পুত্ৰক

FB_IMG_1611046341596(2)

অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত এচামে আমাৰ জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: দিপাংক নাথ

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd