চোমন বাংচুকৰ চীনা সামগ্ৰী বয়কটৰ আহ্বানক সহাৰি দি টিকটকক বিদায় জনালে বলিউদ অভিনেতা মিলিন্দ চোমনে

লাডাখৰ অভিযন্তা চোনম ৱাংচুকৰ ‘চীনা সামগ্ৰী বয়কট আন্দোলন’ৰ প্ৰতি সহাৰি দিছে বলিউদ অভিনেতা, চুপাৰ মডেল তথা অসমৰ জোৱাই মিলিন্দ চোমনে।...

Read moreDetails

ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াত নি:চিহ্ন হোৱাৰ উপক্ৰম বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তিম ৰক্ষা কৱচ স্বৰূপ ধনীয়া গাওঁ

সম্প্ৰতি এক আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে চামগুৰি সমষ্টিৰ সীমান্তৱৰ্ত্তী বৃহত্তৰ বুঢ়াচাপৰি গাওঁ খনত। তদুপৰি, গাওঁ খনৰ একমাত্ৰ ধনীয়া প্ৰাৰ্থমিক বিদ্যালয়...

Read moreDetails

১ জুনৰ পৰা বিশেষ ৰূপত দেখা পাব ৰে’লৰ টিটিক; ৰে’ল বিভাগৰ নিৰ্দেশনা জাৰি

ৰে’ল যাত্ৰাৰ সময়ত টিকট পৰীক্ষাৰ বাবে অহা টিটি সকলৰ কাৰণে নতুন নিৰ্দেশনা জাৰি কৰিছে ভাৰতীয় ৰে’ল বিভাগে। ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত...

Read moreDetails

এতিয়া ১০ৰ ঠাইত ১১ সংখ্যাৰ হ’ব আপোনাৰ মোবাইল নম্বৰ; কিহৰ বাবে ট্ৰাইৰ এই সিদ্ধান্ত?

মোবাইল ফোনত বৰ্তমানৰ ১০টা সংখ্যাৰ ঠাইত ১১টা সংখ্যাৰ বাবে সাজু হওক। অতি সোনকালেই ফোন নম্বৰসমূহ ১০টা সংখ্যাৰ ঠাইত ১১টা সংখ্যা...

Read moreDetails

সংঘৰ্ষত আঘাতপ্ৰাপ্ত নক্সাল বিদ্ৰোহীৰ জীৱন ৰক্ষাৰ বাবে ৰক্তদান চি আৰ পি এফৰ জোৱানৰ

ঝাৰখণ্ডত চি আৰ পি এফৰ সৈতে হোৱা নক্সালবাদীৰ সংঘৰ্ষত আটক হোৱা আঘাতপ্ৰাপ্ত এজন নক্সাল বিদ্ৰোহীৰ জীৱন ৰক্ষা কৰাৰ বাবে নিজৰ...

Read moreDetails

প্ৰথমবাৰৰ বাবে সম্পন্ন হ’ল বিশ্বৰ আটাইতকৈ ডাঙৰ ইলেকট্ৰিক বিমানৰ সফল উৰণ

বিশ্বৰ আটাইতকৈ ডাঙৰ ইলেকট্ৰিক বিমানে প্ৰথমবাৰৰ বাবে ইয়াৰ সফল উৰণ সম্পন্ন কৰিছে। আমেৰিকাৰ এটা ষ্টাৰ্টআপ কোম্পানীয়ে এই বিমান নিৰ্মাণ কৰিছে।...

Read moreDetails

এসপ্তাহৰ ভিতৰত চীনা ছফ্টৱেৰ আৰু এবছৰৰ ভিতৰত হাৰ্ডৱেৰ বয়কট কৰক : লাডাখৰ অভিযন্তা চনম ৱাংচুকৰ দেশবাসীলৈ আহ্বান

লাডাখৰ অভিযন্তা চনম ৱাংচুকে চীনা ছফ্টৱেৰ আৰু হাৰ্ডৱেৰ বৰ্জন কৰিবলৈ সকলোকে আহ্বান জনাইছে। চীনা ছফ্টৱেৰ এসপ্তাহৰ ভিতৰত আৰু হাৰ্ডৱেৰ এবছৰৰ...

Read moreDetails

জানুৱাৰি-মাৰ্চ কোৱাৰ্টাৰত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ ৩.১ শতাংশলৈ অৱনমিত

ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ(জি ডি পি) বিকাশৰ হাৰ জানুৱাৰি-মাৰ্চ কোৱাৰ্টাৰত ৩.১ শতাংশলৈ হ্ৰাস পাইছে। শুকুৰবাৰে প্ৰকাশ হোৱা বিভাগীয় তথ্যত বিগত...

Read moreDetails

WHOৰ পৰা আঁতৰি অহাৰ কথা ঘোষণা আমেৰিকাৰ; ট্ৰাম্পে দোহাৰিলে চীনৰ নিয়ন্ত্ৰণৰ কথা

কৰ’নাৰ দ্বাৰা বিশ্বৰ আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত আমেৰিকাই বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আঁতৰি অহাৰ কথা ঘোষণা কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে...

Read moreDetails

প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ বিজেপিৰ সাংসদ গৌতম গম্ভীৰৰ পিতৃৰ এছ য়ু ভি বাহন চুৰি

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা অপেনিং বেটছমেন তথা বৰ্তমানৰ পূব দিল্লীৰ বিজেপিৰ সাংসদ গৌতম গম্ভীৰৰ পিতৃৰ এছ য়ু ভি বাহনখন...

Read moreDetails
Page 3032 of 5646 1 3,031 3,032 3,033 5,646

Stay Connected

Recent News