• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াত নি:চিহ্ন হোৱাৰ উপক্ৰম বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তিম ৰক্ষা কৱচ স্বৰূপ ধনীয়া গাওঁ

ভার্গব হাজৰিকা by ভার্গব হাজৰিকা
May 30, 2020 10:16 am
5_6237695546463617344 (1) (1)

ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্প্ৰতি এক আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে চামগুৰি সমষ্টিৰ সীমান্তৱৰ্ত্তী বৃহত্তৰ বুঢ়াচাপৰি গাওঁ খনত। তদুপৰি, গাওঁ খনৰ একমাত্ৰ ধনীয়া প্ৰাৰ্থমিক বিদ্যালয় খনলৈও নামি আহিছে সংকট।

বুঢ়াচাপৰিৰ নৈ পৰীয়া ধনীয়াগাঁৱৰ বৃহত্তৰ অঞ্চলটোত পুনৰ এই বছৰো ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াই ব্যাপক ৰূপ ধাৰণ কৰিছে।

Apply Now

গাঁৱখনৰ একমাত্ৰ প্ৰাৰ্থমিক বিদ্যালয় খন মহাবাহুৰ বুকত উচন হোৱাৰ উপক্ৰম হোৱাত এতিয়া গাঁৱৰ ৰাইজে বিদ্যালয় খন নিজ হাতেৰে ভাঙি-ছিঙি আন ঠাইলৈ স্থানান্তৰিত কৰাৰ চেষ্টা কৰিছে।

এতিয়া খৰস্বোতা ব্ৰহ্মপুত্ৰৰ নিচেই দাঁতিতে নিৰবে ঠিয়হৈ আছে বিদ্যালয় খনৰ কেৱল পকী অৱয়বটোহে।

উল্লেখযোগ্য যে, বিগত কেইবাবছৰো ধৰি অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াৰ ফলত বৃহত্তৰ বুঢ়াচাপৰি অঞ্চলটোত কেইবাখনো গাঁৱৰ লগতে নৈ বুকুত জাহ গৈছিল বহু সংখ্যক পৰিয়ালৰ ঘৰ-বাৰী-বিদ্যালয় তথা বহুবোৰ ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান।

এইবেলি বছৰৰ প্ৰথমটো বাৰিষাতে পুনৰ আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ বাবে এতিয়া চৰম ভাবুকি আহি পৰিছে ধনীয়াগাঁৱৰ বাকী থাকি যোৱা বহু সংখ্যক গো-পালক তথা কৃষিজীৱি পৰিয়াল সমূহলৈ।

কেৱল ইমানেই নহয় বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তিম ৰক্ষা কৱচ স্বৰূপ ধনীয়াগাওঁ খন সমুলঞ্চে উচন হ’লে চৰম ভাবুকি আহি পৰিব বন্যপ্ৰাণী অভয়াৰণ্য খনলৈয়ো।

কিয়নো  ইতিমধ্যেই ব্ৰহ্মপুত্ৰৰ প্ৰৱল বান গৰাখহনীয়াই প্ৰতিবছৰে ক্ৰমশঃ সংকুচিত কৰি অহা বন্যপ্ৰাণী অভয়াৰণ্যৰ গাতে লাগি আছে ১৯৩০ চনতে চৰকাৰী ৰাজহ গাওঁ হিচাবে স্বীকৃতিপ্ৰাপ্ত, বৰ্তমানে ধ্বংসৰ গৰাহত থকা ধনীয়া গাওঁ খন।

ইপিনে, চামগুৰি সমষ্টিৰ সীমান্তৱৰ্ত্তী তথা শোণিতপুৰ জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ এখন আছুতীয়া গাওঁ হোৱাৰ হেতুকেই বুঢ়াচাপৰি ধনীয়া গাওঁ খনক চৰকাৰ তথা শোণিতপুৰ জিলা প্ৰশাসনে অনীহাৰ দৃষ্টিৰে চোৱাৰো অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী সাধাৰণ গঞা ৰাইজে।

বিগত বহু বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ প্ৰৱল বান-গৰাখহনীয়াৰ কৱলত পৰি অসমৰ মানচিত্ৰৰ পৰা সমুলঞ্চে নি:চিহ্ন হোৱাৰ উপক্ৰম হোৱা বুঢ়াচাপৰি ধনীয়া গাঁৱখন সুৰক্ষিত কৰিবৰ বাবে ৰাইজে সংশ্লিষ্ট বিভাগ তথা জলসম্পদ মন্ত্ৰী গৰাকীৰ লগতে শাসনাধিষ্ঠিত বিজেপি চৰকাৰ খনক আহ্বান জনাইছে।

তদুপিৰ, শীঘ্ৰে নৈৰ দাঁতিত গাইড বান্ধ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰি নৈ পৰীয়া বুঢ়াচাপৰিবাসী ৰাইজক সকাহ প্ৰদান কৰিবলৈ সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাইছে ধনীয়াৰ সমূহ গঞাঁ ৰাইজে।

অন্যথা ধনীয়া গাওঁ খন নি:শেষ হোৱাৰ পিছত সম্ভৱতঃ মহাবাহুৰ দুৰ্বাৰ গতিক কোনো কাৰণতেই ৰুধিব নোৱাৰিব বিভিন্ন বন্যপ্ৰাণী বিহংগমে গিজগিজাই থকা বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য খনে।

ভার্গব হাজৰিকা

ভার্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd