• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

WHOৰ পৰা আঁতৰি অহাৰ কথা ঘোষণা আমেৰিকাৰ; ট্ৰাম্পে দোহাৰিলে চীনৰ নিয়ন্ত্ৰণৰ কথা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 30, 2020 7:20 am
image-1-750x375

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’নাৰ দ্বাৰা বিশ্বৰ আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত আমেৰিকাই বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আঁতৰি অহাৰ কথা ঘোষণা কৰিছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কয় যে WHOসম্পূৰ্ণৰূপে চীনৰ নিয়ন্ত্ৰণত আছে। সংস্থাটোৱে পৰিৱৰ্তনৰ প্ৰক্ৰিয়া আৰম্ভ কৰাত ব্যৰ্থ হৈছে আৰু আমেৰিকাই বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে নিজৰ সম্পৰ্ক সমাপ্ত কৰিব।

Apply Now

ট্ৰাম্পে কয় যে এবছৰত ৪০ মিলিয়ন ডলাৰ দিয়েই চীনে WHOক নিয়ন্ত্ৰণত ৰাখিছে য’ত আমেৰিকাই এবছৰ ৪৫০ মিলিয়ন ডলাৰ অনুদান আগবঢ়াই আহিছে।

বিশ্ব স্বাস্থ্য সংস্থাটোক সংশোধনৰ বাবে যি পৰামৰ্শ দিয়া হৈছিল সেয়া কাৰ্যকৰী নকৰাৰ বাবে আমেৰিকাই WHOৰ সৈতে নিজৰ সম্পৰ্ক বিচ্ছিন্ন কৰিবলৈ লৈছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ আমেৰিকাই WHOক আগবঢ়োৱা তেওঁলোকৰ সাহায্যৰ ধন ৰাশি বন্ধ কৰি দিছিল।

ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৰ’না ভাইৰাছ চিনাক্তকৰণত WHO ব্যৰ্থ হোৱাৰ  অভিযোগ অনাৰ লগতে চীনক সহযোগিতা কৰা বুলি সমালোচনা কৰিছিল।

ইয়াৰ পূৰ্বে কৰ’না মহামাৰী ৰোধ কৰাৰ বাবে তথা পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ অভিযোগৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাটোৱে এটা নতুন ফাউণ্ডেশ্যনৰ কথা ঘোষণা কৰিছে।

এই ফাউণ্ডেশ্যনৰ জৰিয়তে কোনো মহামাৰীৰ পৰা পৰিত্ৰাণৰ বাবে পুঁজি গোটোৱা হ’ব য’ত কেবল বৃহৎ দেশসমূহৰ পৰাই নহয়, লগতে সাধাৰণ নাগৰিকৰ পৰাও সাহায্য গ্ৰহণ কৰা হ’ব।

বিগত দিনত WHOৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছিল যে ইয়াৰ বৰ্তমান বাজেট ২.৩ বিলয়ন ডলাৰ যিটো এটা আন্তৰ্জাতিক সংস্থাৰ বাবে বহুত কম। তদুপৰি, আমেৰিকাৰ অনুদান বন্ধ কৰা হৈছে, গতিকেই অধিক পুঁজিৰ প্ৰয়োজন হৈছে।

আনহাতে, কেবল আমেৰিকাই নহয় বৰঞ্চ তেওঁলোকৰ হেচাৰ পাছত আন কেইখনমান দেশেও WHOত পৰিৱৰ্তনৰ বাবে আহ্বান জনাইছিল।

অভিযোগ কৰা হৈছিল যে WHOই কৰ’না ভাইৰাছৰ বিষয়ে যোৱা ডিচেম্বৰ মাহতে জানিব পাৰিছিল যদিও তেওঁলোকে সেয়া বিশ্বক অৱগত কৰা নাছিল।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd