মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ল’কডাউনৰ ক্ষেত্ৰত কোনো শিথিলতা অৱলম্বন কৰা হোৱা নাই বুলি মন্তব্য কৰে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰ’না...
Read moreDetailsঅসমৰ পাছত ঝাৰখণ্ডতো আজি ৰাজ্যখনৰ প্ৰথমগৰাকী ক’ৰ’না ভাইৰাছ পজিটিভ ৰোগী চিনাক্ত হৈছে। ঝাৰখণ্ডৰ ৰান্সীৰ এটা মছজিদত বাহৰ পাতি থকা মালেছিয়াৰ...
Read moreDetailsউৰি, মাচান, জুবান, ৰমন ৰাঘৱ, ৰাজি আদি জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰা বলিউদৰ জনপ্ৰিয় অভিনেতা বিকি কৌশলে প্ৰধান মন্ত্ৰী সাহায্য পুঁজি...
Read moreDetailsঅসমত প্ৰথমগৰাকী ক’ৰ’না ভাইৰাছ আক্ৰান্ত ব্যক্তিক চিনাক্ত কৰা হৈছে। কৰিমগঞ্জৰ এজন ৫২ বছৰীয়া এজন শৰীৰত ধৰা পৰিছে ক’ৰ’না ভাইৰাছৰ উপস্থিতি।...
Read moreDetailsঅসমত প্ৰথমজন COVID-19 আক্ৰান্ত ৰোগী চিনাক্ত হৈছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে ৫২ বছৰীয়া লোকজনৰ বৰ্তমান শিলচৰ...
Read moreDetailsৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ধুবুৰী জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে গ্ৰহণ কৰা...
Read moreDetailsদেশত ক’ৰ’নাৰ সংহাৰ অব্যাহত থকাৰ সময়তে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজ তবলিগী জামাত কাণ্ডই দেশত ক'ৰ'নাতংক বৃদ্ধি কৰিছে। ইতিমধ্যে ইছলামধৰ্মী এই অনুষ্ঠানত...
Read moreDetailsসমগ্ৰ বিশ্বতে ক’ৰ’না ভাইৰাছে বৰ্তমান সময়ত ভয়াবহ ৰূপ ধাৰণ কৰিছে। ইটালী, চীন, স্পেইন, আমেৰিকা আদিৰ দৰে দেশৰ পাছত শেহতীয়াভাৱে ভাৰতো...
Read moreDetailsলকডাউনৰ সময়চোৱাত সামাজিক ব্যৱধান মানি চলি কৃষকক কৃষি কৰ্মত জৰিত হ’বলৈ আহ্বান জনাইছে কৃষি মন্ত্ৰী অতুল বৰাই। মঙ্গলবাৰে দিচপুৰৰ চৰকাৰী...
Read moreDetailsবিশ্ব বিশ্ৰুত চিত্ৰ শিল্পী ভিনচেন্ট ভেন গ’খৰ এখন বিখ্যাত পেণ্টিং চুৰি হৈছে। যোৱা দেওবাৰে নেডাৰলেণ্ডৰ ছিঙ্গাৰ লাৰেন সংগ্ৰহালয়ৰ পৰা চুৰি...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd