• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ল’কডাউনৰ কোনো শিথিলতা কৰা নাই ৰাজ্য চৰকাৰে; ল’কডাউন উলংঘা কৰাৰ বিৰুদ্ধে অধিক কঠোৰ হ’ব আৰক্ষী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 31, 2020 8:19 pm

1 min read

Image

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ; উৎস-ইণ্টাৰনেট

5.3k
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ল’কডাউনৰ ক্ষেত্ৰত কোনো শিথিলতা অৱলম্বন কৰা হোৱা নাই বুলি মন্তব্য কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে যি ২১ দিনীয়া ৰাষ্ট্ৰজোৰা ল’কডাউনৰ কাৰ্য্যসূচীৰ আহ্বান জনাইছিল, সেই আহ্বানৰ প্ৰতি অসমৰ জনসাধাৰণে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে।

আনহাতে, ১৪ এপ্ৰিললৈ অসমতো ৰাষ্ট্ৰৰ অন্য অংশত থকাৰ দৰে সৰ্বাত্মক ৰূপত ল’কডাউনৰ কাৰ্য্যসূচী অব্যাহত থাকিব বুলিও মুখ্য মন্ত্ৰীয়ে লগতে কয়।

তদুপৰি, সোণোৱালে জৰুৰী সেৱা অব্যাহত ৰখাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী সমূহ যাতে জনসাধাৰণে লাভ কৰে তাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰিছে।

সামাজিক দূৰত্ব বজাই ৰাখি এই ল’কডাউনৰ কাৰ্য্যসূচী সম্পূৰ্ণৰূপে সফল কৰাৰ বাবেও সোণোৱালে জনসাধাৰণক আহ্বান জনায়।

দুখীয়া শ্ৰেণীৰ জনসাধাৰণক সকাহ দিয়াৰ উদ্দেশ্যৰে কালি অনুষ্ঠিত মন্ত্ৰী মণ্ডলীৰ গুৰুত্বপূৰ্ণ বৈঠকত কেতবোৰ পেকেজ ঘোষণা কৰা হয়।

ল’কডাউনৰ সময়ত সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ লোকক সকাহ দিয়াৰ বাবেহে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd