সাৱধান! ২৪ ঘণ্টাত গুৱাহাটীত ৩৭৮ গৰাকী ক’ৰ’নাত আক্ৰান্ত

গুৱাহাটীত যোৱা ২৪ ঘণ্টাৰ ভিতৰত পুনৰ ৩৮০ গৰাকী লোক ক'ৰ'নাত আক্ৰান্ত হৈছে। সমগ্ৰ ৰাজ্যত নতুনকৈ ক'ৰ'নাত আক্ৰান্ত হৈছে ৪০৮ গৰাকী...

Read moreDetails

ঘাইপথ, MSMEত নিষিদ্ধ হ’ব চীনা কোম্পানি

কেন্দ্ৰীয় মন্ত্ৰী নীতীন গাদকাৰিয়ে বুধবাৰে কয় যে ভাৰতে চীনা কোম্পানিক ঘাইপথ প্ৰকল্পত অংশ ল’বলৈ অনুমতি নিদিয়ে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু...

Read moreDetails

গুৱাহাটী লকডাউনৰ তৃতীয় দিনত ৫জনক গ্ৰেপ্তাৰ, ৫৮ বাহন জব্দ

আৰক্ষীয়ে গুৱাহাটীত লকডাউনৰ তৃতীয় দিনা বুধবাৰে নিয়ম উলংঘাকাৰী পাঁচগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু কৰা হৈছে।...

Read moreDetails

গুৱাহাটীত ৯০০ বিচনাযুক্ত ক’ভিড চিকিৎসালয় মুকলি

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে গুৱাহাটীত ৯০০ বিচনাযুক্ত এক ক’ভিড চিকিৎসালয় মুকলি কৰিছে। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ...

Read moreDetails

অসমত নতুনকৈ ক’ভিড মুক্ত ১৮৪, সক্ৰিয় ৰোগী ২৭০১

অসমত শেহতীয়াকৈ ব্যাপক হাৰত ক’ভিড ৰোগী চিনাক্ত হৈ অহাৰ মাজতে ১৮৪গৰাকী ব্যক্তিয়ে বুধবাৰে আৰোগ্য লাভ কৰিছে। অসমৰ বিভিন্ন অসামৰিক, জিলা...

Read moreDetails

অসমৰ ভূমি অধ্যাদেশ বিজেপি চৰকাৰৰ নিৰ্বাচনী গিমিক: উপমন্যু হাজৰিকা

জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজনবিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই উদ্যোগক মাটি দিয়াৰ বাবে সৰ্বানন্দ সোণোৱাল কেবিনেটে গ্ৰহণ কৰা অধ্যাদেশৰ বাবে চৰকাৰক...

Read moreDetails

দিল্লীৰ দৰেই অসমতো আৰম্ভ হ’ব প্লাজমা থেৰাপি : ডঃ হিমন্ত বিশ্ব শৰ্মা

ৰাজধানী চহৰ নতুন দিল্লীৰ দৰেই অসমতো আৰম্ভ হ’ব প্লাজমা থেৰাপি। বুধবাৰে এই ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীত আয়োজিত...

Read moreDetails

জাতি মাটি ভেটি ৰক্ষাৰ কথা কোৱা সোণোৱাল চৰকাৰে খিলঞ্জীয়াৰ ভূমিৰ প্ৰতি নমাই আনিছে শংকা!

অসমত পুনৰ খিলঞ্জীয়া লোকৰ অস্তিত্বৰ ওপৰত প্ৰশ্ন উত্থাপিত কৰাবলৈ বাধ্য কৰাইছে সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে। নিজৰ ভাষণত ডিঙিৰ শিৰ ফুলাই...

Read moreDetails

কি মৰ্মান্তিক দৃশ্য! : কাশ্মীৰত গুলীবিদ্ধ ককাকৰ বক্ষত কন্দৰত এটি শিশুৰ ভিডিঅ’ ভাইৰেল

কাশ্মীৰত সন্ত্ৰাসবাদীয়ে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ ওপৰত কৰা আক্ৰমণত গুলীবিদ্ধ এজন বৃদ্ধৰ বক্ষত কন্দৰত এটি শিশুৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে...

Read moreDetails

চামগুৰিত কলং সুঁতিত গা ধুবলৈ গৈ এটি শিশুৰ সলিল সমাধি

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোনাৰিবালিত এটি আঠ বছৰীয়া শিশুৰ সলিল সমাধি ঘটা ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।...

Read moreDetails
Page 3255 of 5986 1 … 3,254 3,255 3,256 … 5,986

Stay Connected

Recent News