• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত কভিড১৯ সংক্ৰমিত লোকৰ সংখ্যা শতাধিক : কোভিড চিকিৎসালয়ৈ ৰূপান্তৰ কঁহৰা চিকিৎসালয়ক

উত্তম শইকীয়া by উত্তম শইকীয়া
July 5, 2020 2:17 pm
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাত মহকুমাত কোভিড১৯ ৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰিছে৷

ইয়াৰেই বেছি সংখ্যক লোক বৰ্হিৰাজ্যৰ পৰা আহি প্ৰতিষ্ঠানিক কোৱাৰেন্টাইন কেন্দ্ৰত থকা লোক৷

Apply Now

বিভাগীয় তথ্য মতে মহকুমাটোত এই পর্যন্ত ১০২ গৰাকী লোকৰ শৰীৰত কভিড ১৯ ৰ সংক্ৰমণ ধৰা পৰিছে৷ ইয়াৰ বেছিভাগেই বহিঃৰাজ্যৰ পৰা অহা যুৱক।

কোভিড ১৯ সংক্ৰমণৰ এই সংখ্যাই এতিয়া শংকিত কৰিছে বোকাখাতৰ জনসাধাৰণক৷ কোভিড ১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰৰ লগতে বোকাখাত মহকুমা প্ৰশাসনে লোৱা বিভিন্ন ব্যৱস্থাৱলীৰ পাছতো একাংশ লোক, বিত্তীয় আৰু ব্যৱসায়ী প্ৰতিষ্ঠানৰ কৰ্মকাণ্ডই মহকুমাতোলৈ সমস্যা কঢ়িয়াই আনিছে৷

মহকুমাটোৰ একাংশ বিত্তীয় প্ৰতিষ্ঠান, এটিম আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানত গ্ৰাহকে সঘনাই সামাজিক দুৰত্বৰ নীতি উলংঘা কৰা দেখা গৈছে৷ মহকুমা প্ৰশাসনতো বাদেই ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্রীগৰাকীযয়ে জনসাধাৰণক মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰখা আদিৰ বাবে জনোৱা আহ্বানেও এই বিত্তীয় আৰু ব্যৱসায় প্রতিষ্ঠানৰ বিষয়া-কৰ্মচাৰী সকলৰ গা লৰাব পৰা নাই।

এনে পটভুমিত বােকাখাত মহকুমাতাে গন সংক্ৰমণ ভয়ংকৰ আশংকা বৃদ্ধি পাইছে৷

উল্লেখ্য যে মহকুমাটোৰ বােকাখাত আৰু কঁহৰাৰ ১৪ টা কোৱাৰেন্টাইন চেণ্টাৰত সম্প্ৰতি বহিঃৰাজ্যৰ পৰা অহা ৬১ জনক লোকক ৰখা হৈছে।  ইয়াৰ ভিতৰত কঁহৰাৰ অৰণ্য লজত ১১ জন, জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্রী নিৱাসত ৫ জন, হিন্দী হাইস্কুলত ৪১ জন আৰু চি এন বি মহাবিদ্যালয়ত ৪ জনক লোকক কোৱাৰেণ্টাইন কৰি ৰখা হৈছে।

অন্যহাতে, কঁহৰাৰ বেজ বৈষ্ণৱ আদর্শ চিকিৎসালয়ক ৪ জুলাইৰ পৰা কোভিড চিকিৎসালয়লৈ ৰূপান্তৰিত কৰি কভিড চিকিৎসা আৰম্ভ কৰা হৈছে৷ সম্প্ৰতি কহঁৰাৰ এই কোভিড চিকিৎসালয়ত কভিড ১৯ সংক্ৰমিত ৫ জন লোকক আজিৰে পৰা চিকিৎসা আৰম্ভ কৰা হৈছে৷

ইফালে যোৱা কালি বোকাখাতৰ দুজন লোকৰ শৰীৰত কভিড ১৯ ৰ সংক্ৰমন পোৱা গৈছে৷ ইয়াৰে এজন গোলাঘাটৰ নিবাসী আৰু কাজিৰঙাৰ ডিৰিঙৰ এটা ভাড়াঘৰত অস্থায়ী ভাৱে থকা হিৰণ্য দত্ত আৰু আন জন ব্যক্তি হ’ল আমটেঙা গাঁৱৰ নিবাসী আৰু বহিৰাজ্যৰ পৰা অহা অনুপ কুটম৷

জানিব পৰা মতে, গােলাঘাট নিৱাসী হিৰণ্য দত্তৰ স্বাব পৰীক্ষা কৰাত আজি পজিটিভ বুলি পােৱা যায়। আজি কাজিৰঙাৰ দিৰিত এটা ভাৰাঘৰত থকা গোলাঘাট নিবাসী হিৰণ্য দত্ত কোভিড-১৯ ৰোগত আক্রান্ত হোৱাৰ কথা প্রচাৰ যোৱাৰ লগে লগে সমগ্র কাজিৰঙা অঞ্চলত আতঙ্কময় পৰিৱেশৰ সৃষ্টি হয়।

হিৰণ্য দত্ত নামৰ লোকজনে কাজিৰঙাৰ গেলেকীৰ ‘বনভিলা’ নামৰ এখন ব্যক্তিগত পর্যটন নিরাসত ব্যক্তিগত খৰচত কোৱাৰেন্টাইন হৈ আছিল। কোৱাৰেণ্টাইন হৈ থকা সময়ত স্বাৱ পৰীক্ষাৰ ফলাফল অহাৰ পূর্বেই তেওঁ কোৰেন্টাইনৰ পৰা নীতিবৰ্হিভূত ভাৱে ওলাই আহি দিৰিঙৰ এজন লােকৰ ঘৰত ভাৰালৈ থাকিবলৈ লয়।

কোভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰ সকলাে নীতি-নির্দেশনা অমান্য কৰি এই লোকজনে কঁহৰা বজাৰত থকা চেলুনত চুলি কটোৱাৰ লগতে এখন হোটেলেত আহাৰ গ্ৰহন কৰি কেইবাজনাে সংগীৰ সৈতে কাজিৰঙাৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিছিল।

এই লোকজনৰ স্বোৱাব পৰীক্ষা কভিড ১৯ ৰ সংক্ৰমণ ধৰা পৰাত এতিয়া কাজিৰঙাত সন্ত্ৰাসৰ সৃষ্টি হৈছে৷ সম্প্ৰতি কভিড ১৯ৰ দ্বাৰা সংক্ৰমিত অনুপ কুটুম আৰু হিৰণ্য দত্তক প্ৰশাসনে কোভিড১৯  চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd