কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কৰ্কট ৰোগক কেনেকৈ জয় কৰিব পাৰি সেই সম্পৰ্কে বিভিন্ন মতামত আছে। অৱশ্যে এইবাৰ দক্ষিণ কোৰিয়াৰ এজন বিজ্ঞানীয়ে আচৰিত ধৰণৰ দাবী...

Read moreDetails

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মাই অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ...

Read moreDetails

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

ৰাজ্যিক পক্ষী সুৰক্ষা সমিতি, অসমৰ উদ্যোগত মহানগৰীৰ ৰাধাগোবিন্দ বৰুৱা পথৰ জোনালীস্থিত সনাতন ধৰ্ম সভা প্ৰাংগনত অনুষ্ঠিত হ'ব বিশ্ব পক্ষী দিৱস।...

Read moreDetails

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

দক্ষিণ ৱাজিৰস্তানত পাকিস্তানী সেনাৰ মেজৰ মইজ আব্বাছ শ্বাহ নিহত হৈছে। ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতীয় বায়ুসেনাৰ পাইলট উইং কমাণ্ডাৰ অভিনন্দন...

Read moreDetails

ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ব্লেকমেইল কৰাৰ অভিযোগ ৰাজস্থান ৰয়েলছৰ স্বত্বাধিকাৰীৰ; তৰিলে গোচৰ

শিল্পা শ্বেট্টীৰ স্বামী তথা উদ্যোগপতি ৰাজ কুন্দ্ৰা আৰু বিতৰ্ক যেন ইটোৱে সিটোক এৰি চলিব নোৱাৰে। ইতিমধ্যে আই পি এলত প্ৰৱঞ্চনা...

Read moreDetails

এয়াৰ ইণ্ডিয়াৰ ‘অভিশপ্ত’ বিমানখনত কি ঘটিছিল? ব্লেক বক্সৰ পৰা উদ্ধাৰ সকলো তথ্য!

কিয় উৰণৰ কেইছেকেণ্ডমানৰ ভিতৰতে আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হৈছিল এয়াৰ ইণ্ডিয়াৰ নিৰ্ভৰযোগ্য বাহনখন? ১২ জুনত সংঘটিত হোৱা ভয়ানক দুৰ্ঘটনাৰ পিছৰে পৰা এই...

Read moreDetails

৫ বছৰৰ মূৰত জুলাইত হিংসাগ্ৰস্ত মণিপুৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোডীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা মাহত (জুলাই) মণিপুৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত তেওঁ ইম্ফল আৰু চুৰাচান্দপুৰ ভ্ৰমণ কৰি কেইবাটাও...

Read moreDetails

জলবোমা মূৰত লৈও অসমে লাভ নকৰে বিনামূলীয়া বিদ্যুৎ! এনএইচপিচিয়ে নামনি সোৱণশিৰিৰ মাত্ৰ ২০৮ মেগাৱাট বিক্ৰী কৰিব অসমক!

অসমত বৃদ্ধি পাইছে বিদ্যুতৰ চাহিদা। এনে পৰিপ্ৰেক্ষিতত, এনএইচপিচিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোক চৰকাৰে এক ডাঙৰ সাফল্য হিচাপে বিবেচনা কৰিছিল, কিন্তু...

Read moreDetails

গুৱাহাটীবাসীলৈ সুখবৰ! ৬ জুলাইত মুকলি হ’ব ৰুক্মিণীগাঁৱত নিৰ্মীয়মাণ উৰণ সেতুৰ

গুৱাহাটীবাসীলৈ  সুখবৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই সুখবৰ দিলে গুৱাহাটীবাসীক। ৬ জুলাইত মুকলি হ’ব ৰুক্মিণীগাঁৱত নিৰ্মীয়মাণ উৰণ সেতুৰ। সামাজিক মাধ্যম...

Read moreDetails

ৰঙা চন্দনৰ বাবে মেঘালয়ৰ দুস্কৃতিকাৰীয়ে অসমভূমিত জ্বলাই দিলে ঘৰ

অসম-মেঘালয় সীমান্তৰ কাৰ্বিভূমিৰ তাপাত অঞ্চলত সীমান্তৰ কাৰ্বিভূমিক লৈ পুনৰ কাৰ্বি আৰু খাছী লোকৰ মাজত সৃষ্টি হৈছে সংঘাতৰ ৷ পশ্চিম কাৰ্বি...

Read moreDetails
Page 447 of 5997 1 … 446 447 448 … 5,997

Stay Connected

Recent News