ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পত দৰং আৰক্ষী আৰু মঙলদৈ টেৰিটৰিয়েল ফৰেষ্ট বীট অফিচৰ বনকৰ্মীৰ এটা যুটীয়া গোটে অভিযান...
Read moreDetailsনগাঁও জিলাৰ বঢ়মপুৰ অঞ্চলৰ বঢ়মপুৰ হাইস্কুলৰ সমীপত থকা এটা দ' খাৱৈত এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি...
Read moreDetails‘’মোক বিজেপিৰ প্ৰশান্ত গোস্বামীয়ে whatsapp message ৰ জৰিয়তে প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰাৰ জাননী দিছে। দলৰ নীতি নিৰ্দেশনা মানি...
Read moreDetailsআজি পুৱা প্ৰায় ৯.৩০ বজাত শিৱসাগৰ জিলাৰ ডিমৌৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন যুৱকে থিতাতে...
Read moreDetailsৰাজ্যত জৰুৰীকালীন স্বাস্থ্য সেৱা আগ বঢ়াই অহা ১০৮ আৰু ১০২-ৰ কৰ্মচাৰীসকলে শোষণ-বঞ্চনাৰ অভিযোগ তুলি বুধবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি আৰম্ভ...
Read moreDetailsওদালগুৰিত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত এখন পোহনীয়া প্ৰাণীৰ মেগা প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে। ছেপ্টেম্বৰৰ ১৫ তাৰিখে স্থানীয় বিষ্ণুৰাভা কৃষ্টি...
Read moreDetailsনগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত চামগুৰি তিনি আলিৰ এটা খালত বুধবাৰে নিশা এডাল অজগৰ সাপ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ...
Read moreDetailsডিমা হাচাও জিলাৰ হাফলং আৰু জাতিংগা ষ্টে’চনৰ মাজত বৃহস্পতিবাৰে দিনৰ ২ বজাত এটা ম’হত খুন্দা মাৰি লাইনচ্যুত হয় কাঞ্চনজংঘা এক্সপ্ৰেছ।...
Read moreDetailsগুৱাহাটীত ব্ৰহ্মপুত্ৰৰ বুকুত বুধবাৰে সংঘটিত নাও দুৰ্ঘটনাত কটন বিশ্ববিদ্যালয়ৰ দুগৰাকী ছাত্ৰীৰ লগতে বহুকেইজন লোকে প্ৰাণ হেৰুওৱাৰ পাছত আজি কটন আৰু সন্দিকৈ কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে জল পৰিবহণ বিভাগ তথা চৰকাৰৰ বিৰুদ্ধে...
Read moreDetailsতিনিচুকীয়াৰ জিলাৰ লেখাপানীত আজি আৰক্ষীয়ে অভিযান চলাই এটা ড্ৰাগছ ব্যৱসায়ী আটক কৰে ৷ ধৃত ড্ৰাগছ ব্যৱসায়ী জনৰ নাম প্ৰেম সোনাৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd