• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাৰ্ঘেৰিটাত ড্ৰাগছৰ ৰমৰমীয়া বেহা; ৩৪ গ্ৰাম হিৰ’ইনসহ ড্ৰাগছ ব্যৱসায়ী আটক

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 6, 2018 2:54 pm
Arrested drugs dealer
94
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়াৰ জিলাৰ লেখাপানীত আজি আৰক্ষীয়ে অভিযান চলাই এটা  ড্ৰাগছ ব্যৱসায়ী আটক কৰে ৷ ধৃত ড্ৰাগছ ব্যৱসায়ী জনৰ নাম প্ৰেম সোনাৰ (৩৩) বুলি জানিব পৰা গৈছে। ৩৪ গ্ৰাম হিৰ’ইন সহ লেখাপানীৰ থানাৰ অন্তৰ্গত তিনি মাইলৰ পৰা ড্ৰাগছ ব্যৱসায়ীজনক লেখাপানী আৰক্ষীয়ে আটক কৰে।

উল্লেখযোগ্য যে মাৰ্ঘেৰিটা মহকুমাকে ধৰি তিনিচুকীয়া জিলাৰ বিভাগীয় কৰ্তৃপক্ষৰ সোপাঢিলা নীতিৰ সুযোগ গ্ৰহণ কৰি একাংশ লোকে মাৰ্ঘেৰিটা, লিডু, জাগুন, লেখাপানী, বৰগোলাই আদি অঞ্চলত প্ৰশাসনক ‘মেনেজ’ কৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা বুলি স্থানীয় ৰাইজে বহু দিনৰ পৰা অভিযোগ কৰি আহিছে।

আনহাতে আবকাৰী বিভাগৰ লোকে নিয়ম মাফিক তালাচীৰে দুই এজন লোকক ধৰি বাঃ বাঃ লোৱাৰ বিপৰীতে প্ৰকৃত বেপাৰীসকল গোপন বুজাবুজিৰ বাবেই অভিযানত ধৰা নপৰে বুলি একাংশ লোকে অভিযোগ কৰে। বিশেষকৈ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত নিংগাম, টাইফাকে আৰু মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত কেটেটং, ইনথেম, নংলাই, ডিবঙকে ধৰি জনগোষ্ঠীয় প্ৰধান অঞ্চলসমূহত এতিয়া গাঞ্জা-কানিৰ মুক্ত প্ৰচলন চলে।

মহকুমাটোত দীৰ্ঘ দিনৰ পৰা অব্যাহত থকা এনে নিচা জাতীয় দ্ৰব্যৰ বেহা বন্ধ কৰিবলৈ স্থানীয় ৰাইজ আৰু দল সংগঠন সমূহে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি আহিছে যদিও এই ক্ষেত্ৰত কোনোধৰণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। অঞ্চলটোৰ লোকসকলে মাৰ্ঘেৰিটাৰ  মহকুমাধিপতি সুমিত সত্তাৱনক তাৎক্ষণিক হস্তক্ষেপৰ দাবী তোলে অন্যথা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হ’ব বুলি প্ৰকাশ কৰে।

 আজি আটক কৰা প্ৰেম সোনাৰৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd