বিদ্যালয়ত এটা ক্ৰীড়াৰ পিৰিয়ড বাধ্যতমূলক কৰাৰ বাবে চৰকাৰক ‘প্ৰেৰণা’ যোগাইছে স্বৰ্ণৰাণী হিমাই

অলপতে ফিনলেণ্ডৰ টাম্পেৰেত জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত ট্ৰেক ইভেন্টত ৪০০ মিটাৰ দৌৰত ভাৰতৰ বাবে প্ৰথমটো স্বৰ্ণ অৰ্জন কৰি গৌৰৱ কঠিয়াই অনা...

Read moreDetails

ওদালগুৰিৰ পানেৰী চাহ বাগিচাত এন আৰ চি সন্দৰ্ভত সজাগতা সভা সম্পন্ন

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এন আৰ চি)ৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত ৰাইজৰ মাজত সৃষ্টি হোৱা শংকা নিৰসনৰ বাবে সদৌ অসম আদিবাসী...

Read moreDetails

শিৱসাগৰৰ ১৫৩০ গৰাকী বেতন বঞ্চিত শিক্ষকৰ পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

শিৱসাগৰৰ ১৫৩০ গৰাকী বেতন বঞ্চিত শিক্ষকে যোৱা ২৬ জুলাইত শিৱসাগৰ পুখুৰীত সমুহীয়া আত্মজাহৰ যি প্ৰতিবাদী কাৰ্য্যসূচী লৈছিল তাক বাতিল কৰিবলৈ...

Read moreDetails

মাজুলীত সোৱণশিৰি নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে দলং : বিৰিণাবাৰী অঞ্চলেৰে যোগাযোগ বিচ্ছিন্ন

সোৱণশিৰি নদীৰ বাঢ়নী পানীয়ে শেহতীয়াকৈ বুৰাই পেলাইছে নামনি মাজুলীৰ বিৰিণাবাৰী অঞ্চলৰ অৰ্জুনগুৰি, বৰালিমৰা, বিৰিণাবাৰী, বৰুণচুক, চিলাকলাকে ধৰি পাঁচখনকৈ গাঁও। অঞ্চলটোৰে...

Read moreDetails

কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাত হাতীৰ আক্ৰমণত নিহত এজন বনকৰ্মী

ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ গড়পাল বনশিৱিৰ এলেকাত কৰ্মৰত অৱস্থাতে এজন বনকৰ্মীক সোমবাৰে নিশা হাতীয়ে আক্ৰমণ কৰি নিহত কৰে...

Read moreDetails

বঙাইগাঁও জিলাত আবতৰীয়া ধুমুহাত বিস্তৰ ক্ষতি; নিমিষতে উছন হ’ল বহু ঘৰ-বাৰী

সোমবাৰে নিশা বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত শৌলমাৰী, নাম্বাৰপাৰা, চাকলা, কোকিলাত আবতৰীয়া প্ৰলয়ংকাৰী বতাহ ধুমুহাত বিস্তৰ ক্ষতি হয় জনসাধাৰণৰ।...

Read moreDetails

চূড়ান্ত খচৰাত বিহাৰ-উত্তৰ প্ৰদেশৰ লোকৰ নাম বাদ পৰাত উদ্বেগ প্ৰকাশ পূৰ্বোত্তৰ ভোজপুৰী সন্মিলনৰ

অসমত দীৰ্ঘ দিনৰে পৰা বসবাস কৰি থকা বিহাৰ আৰু উত্তৰ প্ৰদেশৰ লোকসকলৰ ভিতৰত প্ৰায় এক লাখ লোকৰ নাম এন আৰ...

Read moreDetails

এ পি এছ চি কেলেংকাৰি : অচিৰেই গ্ৰেপ্তাৰ হ’ব আৰু কেইজনমান বিষয়া

এ পি এছ চি কেলেংকাৰিত জড়িত আটাইকেইজন অভিযুক্তক এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। অৱশ্যে, সকলোবোৰ অভিযুক্ত গ্ৰেপ্তাৰ  নহ’লেও...

Read moreDetails

নিখিল ভাৰত পথ পৰিবহণ কৰ্মী সংঘৰ ২৪ ঘণ্টীয়া চকা বন্ধত ব্যাহত গুৱাহাটীৰ স্বাভাৱিক জীৱন যাত্ৰা

আজি নিখিল ভাৰত পথ পৰিবহণ কৰ্মী সংঘই (AIRTWF) আহ্বান জনোৱা ২৪ ঘণ্টীয়া চকা বন্ধৰ ফলত সমগ্ৰ দেশৰ লগতে অসমতো বন্ধৰ...

Read moreDetails

নাগৰিকত্ব বিধেয়ক আৰু এন আৰ চি একেলগে সম্ভৱ হ’ব নোৱাৰে : তৰুণ গগৈ

‘যদি আপোনালোকে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বিচাৰিছে, তেন্তে নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬’ ক কেনেকৈ সমৰ্থন কৰিব পাৰে? দুয়োটা একেলগে কেনেকৈ সম্ভৱ...

Read moreDetails
Page 4862 of 5640 1 4,861 4,862 4,863 5,640

Stay Connected

Recent News