জিলাভিত্তিক টেলেন্ট কনটেষ্টত ‘মিছেছ নগাঁও’ খিতাপ অৰ্জন কৃষ্ণা নাথ বৰাৰ

নগাঁও জিলাৰ মহিলাসকলৰ মাজত থকা প্ৰতিভা বিকাশৰ অৰ্থে বি এম ক্ৰিয়েশ্যনে আয়োজন কৰা এক টেলেণ্ট কনটেষ্ট ''মিছেছ নগাঁও'' খিতাপ অৰ্জন...

Read moreDetails

অসমৰ মাটিত সীমান্ত আৰক্ষী চকী স্থাপনত বাধা নাগালেণ্ডৰ

অসমৰ মাটিতে প্ৰশাসনে সীমান্ত আৰক্ষী চকী স্থাপন কৰিবলৈ লোৱা কাৰ্যত নাগালেণ্ড প্ৰশাসনে সোমবাৰে বাধা প্ৰদান কৰে। শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমাৰ...

Read moreDetails

আন্তঃজিলা টাইকোৱানডোৰ বাবে ঘোষণা নলবাৰীৰ ২৫ জনীয়া দল

অহা ২৬ জুলাইৰ পৰা ডিব্ৰুগড় চহৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব ৩৫সংখ্যক সদৌ অসম আন্তঃজিলা টাইকোৱানডো প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে সোমবাৰে...

Read moreDetails

নৱপ্ৰজন্মৰ মাজত সংস্কৃতিৰ অনুশীলন : নগাঁৱৰ বৰজহাত সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সামৰণি

নগাঁও জিলাৰ বৰজহাত যোৱা ১৫ জুলাইৰ পৰা আৰম্ভ হোৱা সত্ৰীয়া নৃত্য আৰু খোলবাদন কৰ্মশালাৰ সামৰণি পৰিছে। ২ নং বৰজহা সমন্বয়...

Read moreDetails

এন আৰ চিৰ ২২ লাখ পৃষ্ঠাৰ চূড়ান্ত খচৰাৰ ছপা কাম আৰম্ভ

অহা ৩০ জুলাইত প্ৰকাশ হ’বলগীয়া চূড়ান্ত খচৰাৰ ছপা কাম এন আৰ চি কৰ্তৃপক্ষই সোমবাৰৰ পৰা আৰম্ভ কৰিছে। ছপা কৰা চূড়ান্ত...

Read moreDetails

জৰ্ডান অভিমুখী ভাৰতীয় টেবুল টেনিছ দলত অসমৰ তৃষা গগৈ

অসমৰ প্ৰতিভাৱান টেবুল টেনিছ খেলুৱৈ তৃষা গগৈ পুনৰ এবাৰ ভাৰতীয় মহিলা টেবুল টেনিছ দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। লক্ষ্যণীয়...

Read moreDetails

গুৱাহাটী ৰে’ল ষ্টেশ্যনত গাঞ্জাসহ বহি:ৰাজ্যৰ পাঁচগৰাকী মহিলাক আটক

গুৱাহাটী পল্টন বজাৰ ৰে'লৱে ষ্টেশ্যনত চোৰাংভৱে কঢ়িয়াই অনা গাঞ্জাসহ পাঁচগৰাকী মহিলাক সোমবাৰে আটক কৰা হৈছে। গধূলি প্ৰায় ৮-৩০ বজাত ৰে'ল...

Read moreDetails

ভেঞ্চাৰ স্কুল প্ৰাদেশিকীকৰণ: শিক্ষামন্ত্ৰীৰ ব্যৰ্থতাৰ প্ৰতিবাদত ২৭ জুলাইত ৰাজভৱনত শিক্ষকৰ অৱস্থান

ৰাজ্যখনৰ ভেঞ্চাৰ স্কুলসমূহ প্ৰাদেশিকীকৰণত শিক্ষামন্ত্ৰীৰ ব্যৰ্থতাৰ অভিযোগ তুলিছে সদৌ অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই। শিক্ষামন্ত্ৰীৰ এনে ব্যৰ্থতাৰ প্ৰতিবাদত অহা ২৭ জুলাইত ঐক্যমঞ্চই...

Read moreDetails

জনজাতীয় সাহিত্য সভাৰ সৈতে অসম সাহিত্য সভাৰ সুহৃদ সন্মিলন

অসম সাহিত্য সভাৰ সৈতে অসমৰ আঠটাকৈ জনগোষ্ঠীয় সাহিত্য সভাৰ আজি ২৩ জুলাইত গুৱাহাটীৰ ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত ‘সুহৃদ সন্মিলন’ শীৰ্ষক...

Read moreDetails

পৰিৱৰ্তন! দেশৰ সৰ্বাধিক অপৰাধ ঘটা ৰাজ্যত পৰিণত অসম; ৰাজ্যসভাত দাখিল প্ৰতিবেদন

পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দি ক্ষমতা দখল কৰা বিজেপি চৰকাৰৰ শাসনত দেশৰে আটাইতকৈ অপৰাধ সংঘটিত হোৱা ৰাজ্যত পৰিণত হৈছে অসম। ৰাজ্য সভাত...

Read moreDetails
Page 4910 of 5644 1 4,909 4,910 4,911 5,644

Stay Connected

Recent News