• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ মাটিত সীমান্ত আৰক্ষী চকী স্থাপনত বাধা নাগালেণ্ডৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 24, 2018 10:35 am
এফ ছেক্টৰ হালোৱাটিং
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মাটিতে প্ৰশাসনে সীমান্ত আৰক্ষী চকী স্থাপন কৰিবলৈ লোৱা কাৰ্যত নাগালেণ্ড প্ৰশাসনে সোমবাৰে বাধা প্ৰদান কৰে। শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমাৰ ‘এফ’ ছেক্টৰত অসমৰ সীমা পহৰা চকী নিৰ্মাণত এইদৰে নাগালেণ্ডে বাধা দিয়াক কেন্দ্ৰ কৰি এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়।

জানিব পৰা মতে, অসম-নাগালেণ্ড সীমান্তৰ এফ চেক্টৰত সীমান্ত চকী স্থাপনৰ বাবে সোমবাৰে গছ কাটি পাহাৰ মুকলি কৰি থকা অৱস্থাতে অসম প্ৰশাসনক বাধা দিয়ে নাগালেণ্ড প্ৰশাসনে।

Apply Now

উল্লেখযোগ্য যে সীমান্তবাসী ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই সঘনাই উদ্ভৱ হোৱা সীমাকেন্দ্ৰিক সমস্যা তথা বিভিন্ন অপৰাধমূলক কাৰ্যৰ ৰোধৰ উদ্দেশ্যেৰে অসম চৰকাৰে আমগুৰি চাহ বাগিচাৰ সমীপত এটা সীমান্ত পহৰা চকী স্থাপনৰ বাবে অনুমোদন জনাইছিল। সেই মৰ্মে যোৱা জুন মাহত পহৰা চকীটো নিৰ্মাণৰ বাবে শিৱসাগৰ জিলা গড়কাপ্টানি কাৰ্যালয়ৰ তত্ত্বাৱধানত নিবিদা গ্ৰহণৰ পিছত যোৱা সপ্তাহত বিভাগীয় নিয়ম অনুসৰি আৰ বি ইঞ্জিনীয়ীৰিং প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানে নিৰ্মাণৰ কাম লাভ কৰে।

উক্ত প্ৰতিষ্ঠানটোৱে প্ৰাৰম্ভিকভাৱে হাবি চাফা কৰাৰ বাবে সোমবাৰে কেইজনমান বনুৱা নিয়োগ কৰে। ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু সীমান্তৰ নগা গেটৰ সমীপত পাহাৰৰ এটা টিলাৰ হাবি চাফা কৰি থকা দেখি স্থানীয় একাংশ নগা লোক আহি বনুৱাসকলৰ কামত বাধা দিয়ে। টিলাটো নাগালেণ্ডৰ বুলি দাবী কৰি নগা লোকসকলে কৰ্মৰত বনুৱা আৰু ঠিকাদাৰক কাম বন্ধ কৰাৰ নিৰ্দেশ দিয়ে।

ইয়াৰ পিছতে স্থানীয় হালোৱাটিং আৰক্ষী আৰু তুলি আৰক্ষীৰ হস্তক্ষেপত মোককচাং জিলাৰ এজন অতিৰিক্ত উপায়ুক্ত আৰু আমগুৰি চক্ৰ বিষয়াৰ মাজত উক্ত স্থানতে এখন অনানুষ্ঠানিক আলোচনা সম্পন্ন হয়। কিন্তু উভয় পক্ষই কোনোধৰণৰ মীমাংসাত উপনীত হ’ব নোৱাৰি উচ্চপদস্থ বিষয়াৰ আলোচনাৰ যোগেদিহে সিদ্ধান্ত লোৱা হ’ব বুলি জানিবলৈ দিয়ে।

আনহাতে, স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকা ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় যদিও তুলি প্ৰশাসনে বিধায়কজনৰ লগত আলোচনা কৰিবলৈ অস্বীকাৰ কৰে। বিধায়কজনে স্থানীয় বাসিন্দাসকলক এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে। ইপিনে নাগালেণ্ড প্ৰশাসনৰ এনে কাৰ্যৰ বিৰুদ্ধে অসমৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে, কিছুদিন পুৰ্বে নগালেণ্ড প্ৰশাসনে সীমান্তৱৰ্তী উক্ত এলেকাতে এটা বৃহৎ পথ নিৰ্মাণ কৰিছিল যদিও শিৱসাগৰ প্ৰশাসনে পথটো বন্ধ কৰি দিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

July 29, 2026 5:48 pm
লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

July 29, 2026 4:13 pm
মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

July 29, 2026 5:48 pm
লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd