মণিপুৰত মুকলি কৰা হৈছে উত্তৰ-পূবৰ প্ৰথমটো সৌৰশক্তিচালিত শৌচালয় ( solar toilet )। মণিপুৰৰ ইবুধৌ মাৰ্জিং হিল হেইঙাঙত দেশৰ ভিতৰৰ এই...
Read moreDetailsবােকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত বোকাখাতৰ মহকুমা প্ৰশাসনৰ উদ্যোগত আজি বোকাখাতৰ বিশিষ্ট ব্যক্তি, গাঁওৰক্ষী বাহিনী তথা স্থানীয় দল-সংগঠনৰ বিষয়ববীয়াৰ এক গুৰুত্বপূৰ্ণ...
Read moreDetailsচৰাইদেউ জিলাৰ সোণাৰিৰ অসম আৰক্ষীৰ ৰাজীৱ দাস আৰু এ পি আৰ বিষয়া লক্ষ্মী নাৰায়ণ চাহুৱে এক গোপন তথ্যৰ ভিত্তিত অসম-নাগালেণ্ড সীমান্তৰ...
Read moreDetailsএকালৰ সুদক্ষ ফুটবল খেলুৱৈ, ঝুমুৰ শিল্পী তথা সমাজকৰ্মী বোকাখাত গড়মূৰ গাঁৱৰ বাসিন্দা দশৰথ কৰ্মকাৰৰ ৯১ বছৰ বয়সত বাৰ্দ্ধক্যজনিত কাৰণত ১৯...
Read moreDetailsনাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত অব্যাহত থকা বিক্ষোভ- প্ৰতিবাদৰ মাজতে এচাম ন্যস্তস্বাৰ্থ জড়িত মহলে সমাজত বাঙালী- মুছলমান বিদ্বেষ বিয়পাবলৈ চেষ্টা...
Read moreDetailsকাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ খটখটিৰ ছানডে বজাৰ এলেকাত শুকুৰবাৰে মাজনিশা পুনৰ বন্যহস্তীৰ আক্ৰমণৰ এক ঘটনা সংঘটিত হয়। জানিব পৰা...
Read moreDetailsপথ যোগাযোগৰ বিধস্ত অৱস্থাই জুৰুলা কৰি তুলিছে মাজুলীৰ সীমান্তৱৰ্তী লোহিত-খাবলুবাসীক । লখিমপুৰ জিলাৰ অন্তৰ্গত লোহিত-খাবলু পঞ্চায়তৰ ৩২খনকৈ গাঁৱৰ লোকে এখন...
Read moreDetails‘মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ দক্ষ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগত ১,২৭৩ গৰাকী প্ৰাৰ্থীৰ নিযুক্তিৰ নামত...
Read moreDetailsধুবুৰীত অসমীয়া সাহিত্য- সংস্কৃতিৰ বিকৃত উপস্থাপনেৰে এখন গ্ৰন্থ প্ৰকাশক লৈ ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। উল্লেখযোগ্য যে ধুবুৰীৰ নিউ মহম্মদীয়া...
Read moreDetailsবোকাখাতৰ লতাবাৰীত আজি পুৱা এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘৰ্টিত হয় ৷ ৩৭ নং ৰাষ্ট্ৰীয় পথত সংঘৰ্টিত পথ দুৰ্ঘটনাটোত এজন লোকৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd