দাবী পূৰণত ব্যৰ্থ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ : ১৯ মে’ত ২৪ ঘণ্টীয়া কাৰ্বি আংলং বন্ধ ঘোষণা

কাৰ্বি আংলং আৰু ডিমা হাছাওৰ ভোটাৰ তালিকাৰ পৰা অবৈধ অজনজাতিসকলৰ নাম কৰ্তনৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক জনোৱা দাবীৰ ১৫...

Read moreDetails

ধুবুৰীত পথ দুৰ্ঘটনাত নিহত এগৰাকী স্কুলীয়া ছাত্ৰী, আহত আন দুগৰাকী

ধুবুৰী জিলাৰ ছাগলীয়া আৰক্ষী চকীৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ছাগলীয়া গাওঁ পঞ্চায়তৰ কাষত বুধবাৰে ৰাতিপুৱা এখন ই-ৰিক্সাৰে আহি...

Read moreDetails

অসহায় কৃষক : নগাঁৱৰ বেবেজীয়াৰ মাহৰিআটিত পুনৰ লক্ষাধিক টকা মূল্যৰ গৰুচুৰি

নগাঁও জিলাৰ বেবেজীয়াৰ আৰক্ষী চকীৰ অন্তৰ্গত মাহৰিআটিত মঙলবাৰে নিশা পুনৰ সংঘটিত হয় আন এক গৰু চুৰিৰ ঘটনা। প্ৰাপ্ত খবৰ অনুসৰি,...

Read moreDetails

ভাস্কৰ কলিতাৰ মৃত্যুৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰৰ তদন্ত কমিটী গঠন

তিনিচুকীয়া জিলাৰ বৰডুমচাত ৪ মে'ত আলফা স্বাধীনৰ গুলীত মৃত্যুক সাৱতি লোৱা বিষয়া ভাস্কৰ কলিতাৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে কমিটী গঠন...

Read moreDetails

দুমাহ ধৰি দৰমহা নাই পৰিবহণ নিগমৰ কৰ্মচাৰীৰ : বাছৰ চলাচল বন্ধ কৰি দিয়াৰ ভাবুকি

অসম ৰাজ্যিক পৰিবহণ নিগমে কৰ্মচাৰীক দৰমহা আদায় দিব নোৱৰাৰ বাবে বুধবাৰে নিগমৰ কাৰ্যালয়ত প্ৰতিবাদ সাৱ্যস্ত কৰে কৰ্মচাৰীসকলে। বিগত দুমাহ ধৰি...

Read moreDetails

নতুন শিক্ষা মন্ত্ৰীৰ আশ্বাসত ৬ বছৰে দৰমহা বঞ্চিত শিৱসাগৰৰ শিক্ষকৰ মুখত আশাৰ ৰেঙণি

ৰাজ্যৰ নতুন শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই শিৱসাগৰ জিলাৰ ৬ বছৰ ধৰি বেতনৰ পৰা বঞ্চিত ১,৫৩৪ গৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ দৰমহা...

Read moreDetails

ৰণনীতিৰ সন্ধান : শুকুৰবাৰৰ পৰা নলবাৰীত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক

ভাৰতীয় জনতা পাৰ্টি, অসমৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অহা ১৮, ১৯ মে’ত দুদিনীয়াকৈ নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত...

Read moreDetails

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বিদেশী ঘোষিত ব্যক্তিৰ আত্মীয়ৰ নাম অন্তৰ্ভুক্ত নকৰিবলৈ নিৰ্দেশ হাজেলাৰ

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম ক্ষিপ্ৰ গতিত চলি থকাৰ লগতে দ্বিতীয়খন খচৰা প্ৰকাশৰ দিনো চমু চাপি আহিছে। অহা ৩০ জুনত নাগৰিকপঞ্জীৰ...

Read moreDetails

ডনবস্ক’ৰ ভূমি কেলেংকাৰি : এইবাৰ মুখ্য মন্ত্ৰী সোণোৱালক প্ৰত্যাহ্বান হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ

প্ৰাক্তন মুখ্য সচিব ভি কে পিপাৰচেনিয়াক বচাবৰ বাবেই অদৃশ্য শক্তিৰ হেঁচাত হৰিশংকৰ ব্ৰহ্মই এৰাই চলিছিল ডনবস্ক’ বিশ্ববিদ্যালয়ৰ বৃহৎ ভূমি কেলেংকাৰি।...

Read moreDetails

ডুমডুমা বিছাকুপি চাহ বাগিচাত চাহ জনজাতীয় মহিলাক হত্যা : ধৰ্ষণৰ সন্দেহ

তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত বিছাকুপি চাহ বাগিচাত সোমবাৰে ৰাতি উদ্ধাৰ হোৱা চাহ জনজাতীয় মহিলাৰ হত্যাকাণ্ডৰ সৈতে জড়িত অপৰাধীক...

Read moreDetails
Page 5161 of 5645 1 5,160 5,161 5,162 5,645

Stay Connected

Recent News