• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুমাহ ধৰি দৰমহা নাই পৰিবহণ নিগমৰ কৰ্মচাৰীৰ : বাছৰ চলাচল বন্ধ কৰি দিয়াৰ ভাবুকি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2018 9:27 am
TSR-Watermark-9988

প্ৰতিনিধিত্বমূলক ফটো : উৎস-ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম ৰাজ্যিক পৰিবহণ নিগমে কৰ্মচাৰীক দৰমহা আদায় দিব নোৱৰাৰ বাবে বুধবাৰে নিগমৰ কাৰ্যালয়ত প্ৰতিবাদ সাৱ্যস্ত কৰে কৰ্মচাৰীসকলে। বিগত দুমাহ ধৰি কৰ্মচাৰীসকল দৰমহাৰ পৰা  বঞ্চিত হৈ থকাৰ পাছত বুধবাৰে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটে।

পৰিবহন নিগমৰ কৰ্মচাৰীসকলে বুধবাৰে প্ৰতিবাদত নমাৰ লগতে এসপ্তাহৰ ভিতৰত দৰমহা আদায় নিদিলে নিগমৰ বাছ চলাচল বন্ধ কৰি দিয়াৰ ভাবুকি দিয়ে।

Apply Now

আনহাতে, কৰ্মচাৰীসকলে চৰকাৰে নিগমৰ প্ৰায় ৭৪০ বিঘা মাটি ব্যক্তিগত খণ্ডক গতোৱাৰ ষড়যন্ত্ৰ কৰা বুলিও অভিযোগ কৰে।

উল্লেখযোগ্য যে পৰিবহণ নিগমৰ ৫ সহস্ৰাধিক  কৰ্মচাৰীয়ে বিগত মাৰ্চ আৰু এপ্ৰিল মাহৰ দৰমহা লাভৰ পৰা বঞ্চিত হৈ আছে। এই সন্দৰ্ভত নিগমৰ কৰ্মচাৰী সন্থাই পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি পৰিবহণ আয়ুক্ত আনন্দ প্ৰকাশ তিৱাৰীক কেইবাবাৰো সাক্ষাৎ কৰিছিল।

তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো দৰমহা লাভ নকৰাৰ বাবে বুধবাৰে কৰ্মচাৰীসকলে প্ৰতিবাদত নমা বুলি জানিব দিয়ে। কংগ্ৰেছৰ শাসনৰ সময়ত তেওঁলোকে নিয়মীয়াকৈ দৰমহা লাভ কৰি থকা বুলিও সদৰী কৰে।

ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে আনকি আয়ুক্ত তিৱাৰীকো ঘেৰাও কৰে। কৰ্মচাৰীসকলে জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে এতিয়া পৰিবহণ নিগমক ধ্বংসৰ চক্ৰান্ত কৰা বুলি অভিযোগ কৰে।

উল্লেখযোগ্য যে চৰকাৰে একাধিক নিগম-নিকায়ৰ কৰ্মচাৰীসকলক দৰমহা আদায় দিব নোৱৰা অৱস্থাত পৰিছে। মঙলবাৰে দৰমহা লাভ নকৰাৰ অভিযোগত ৰাজ্যৰ উদ্যান শস্য নিগমৰ কৰ্মচাৰীসকলেও নিজৰ কাৰ্যালয়ত তলা ওলমাই প্ৰতিবাদ সাব্যস্ত কৰিছিল।

অসম ৰাজ্যিক পৰিবহন নিগম দীৰ্ঘদিন ধৰি লোকচানৰ সন্মুখীন হৈ অহাৰ বাবে চৰকাৰৰ নীতিৰ লগতে নিগমৰ কৰ্মচাৰীসকলৰ দায়বদ্ধতাকো দোষাৰোপ কৰি আহিছে সচেতন মহলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এক দেশ–এক নিৰ্বাচন: পশ্চিমবংগ, অসম-সহ কেইবাখনো ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল হ্ৰাসৰ সম্ভাৱনা

এক দেশ–এক নিৰ্বাচন: পশ্চিমবংগ, অসম-সহ কেইবাখনো ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল হ্ৰাসৰ সম্ভাৱনা

July 12, 2026 2:07 pm
কিশোৰীক হাৰাশাস্তি আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ জনপ্ৰিয় অভিনেতা

কিশোৰীক হাৰাশাস্তি আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ জনপ্ৰিয় অভিনেতা

July 12, 2026 1:56 pm
মাতৃত্বকালীন ছুটি কোনো দয়া নহয় বৰঞ্চ সাংবিধানিক অধিকাৰ: উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

মাতৃত্বকালীন ছুটি কোনো দয়া নহয় বৰঞ্চ সাংবিধানিক অধিকাৰ: উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

July 12, 2026 1:15 pm
মৰ্মান্তিক ঘটনা! বিশ্বকাপ খেলি দেশলৈ উভতিয়েই মৃত্যুক সাৱটিলে যুৱ মিডফিল্ডাৰে

মৰ্মান্তিক ঘটনা! বিশ্বকাপ খেলি দেশলৈ উভতিয়েই মৃত্যুক সাৱটিলে যুৱ মিডফিল্ডাৰে

July 12, 2026 12:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এক দেশ–এক নিৰ্বাচন: পশ্চিমবংগ, অসম-সহ কেইবাখনো ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল হ্ৰাসৰ সম্ভাৱনা

এক দেশ–এক নিৰ্বাচন: পশ্চিমবংগ, অসম-সহ কেইবাখনো ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল হ্ৰাসৰ সম্ভাৱনা

July 12, 2026 2:07 pm
কিশোৰীক হাৰাশাস্তি আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ জনপ্ৰিয় অভিনেতা

কিশোৰীক হাৰাশাস্তি আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ জনপ্ৰিয় অভিনেতা

July 12, 2026 1:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd