মোদীয়ে অসমৰ মানুহক মিছা কথা ক’লে, অসমৰ মানুহক ঠগিলে : অখিল গগৈ

‘’নৰেন্দ্ৰ মোদীয়ে অসমৰ পৰা বাংলাদেশী টালি-টোপোলা বান্ধিব দিয়া আজি ৪ বছৰ সম্পূৰ্ণ হ'ল। মোদীয়ে অসমৰ মানুহক মিছা কথা কলে, অসমৰ...

Read moreDetails

পাঠশালাৰ মদন ৰাউতা চিকিৎসালয়ক উন্নীত কৰাৰ আকস্মিক ঘোষণা স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ নতুন মন্ত্ৰী পীযুষ হাজৰিকাই বজালী মহকুমাৰ সদৰ পাঠশালাত অৱস্থিত চহিদ মদন ৰাউতা চিকিৎসালয়ক...

Read moreDetails

বৰপেটাৰোডত ট্ৰাকৰ খুন্দাত থিতাতে নিহত বাইক আৰোহী যুৱক

অসমত নৈমিত্যিক ঘটনাত পৰিণত হৈছে পথ দুৰ্ঘটনা। বৰপেটাৰোডৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাইনবোৰ্ডত আজি ১৬ মে’ত এক শোকাৱহ  পথ দুৰ্ঘটনাত...

Read moreDetails

ধুবুৰীত চলি থকা ৯০ শতাংশ ফাৰ্মাচীতে নাই ফাৰ্মাচিষ্ট : পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্ট সন্থা

স্বাস্থ্য বিভাগে ৰাজ্যখনত স্বাস্থ্যখণ্ডত উন্নতি হোৱা বুলি কোৱাৰ সময়তে ধুবুৰী জিলাৰ ৯০ শতাংশ ফাৰ্মাচীয়েই অবৈধ বুলি অভিযোগ উত্থাপন কৰিছে ধুবুৰী...

Read moreDetails

অৰুণাচল প্ৰদেশৰ তথ্য আয়ুক্তৰূপে শপত গ্ৰহণ অধিবক্তা গ’তে এতেৰ

অধিবক্তা গ’ত’ এতেই অৰুণাচল প্ৰদেশৰ তথ্য আয়ুক্ত ( Information Commissioner of Arunachal Pradesh ) হিচাপে ১৬ মে’ত ইটানগৰৰ ৰাজ ভৱনত...

Read moreDetails

এভাৰেষ্ট আৰোহণ যাৰ বাবে এক নিচা : অভিলেখসংখ্যক ২২ বাৰ বিশ্বৰ শিখৰত নেপালৰ কামি চেৰ্পা

বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা আটাইতকৈ অভিজ্ঞতাসম্পন্ন ব্যক্তিত পৰিণত হৈছে নেপালৰ ৪৮ বছৰীয়া কামি চেৰ্পা ( Kami Sherpa...

Read moreDetails

খিলঞ্জীয়াৰ ভূমি, ৰাজনৈতিক আৰু সাংস্কৃতিক অধিকাৰ সুৰক্ষিত কৰিবলৈ ১৯৫১ চনেই ভিত্তিবৰ্ষ হ’ব লাগে : কলিতা জনগোষ্ঠী সন্মিলন

‘’১৯৫১ চনটো ভিত্তিবৰ্ষ হিচাপে লৈ প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ, ৰাজনৈতিক আৰু সাংস্কৃতিক অধিকাৰ সুৰক্ষিত অধিকাৰ সংৰক্ষিত হ’ব পৰা বিধেয়কহে...

Read moreDetails

গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ ১৬ মে’ৰ দিনটো প্ৰতাৰণা দিৱস হিচাপে পালন : মোদীক মিছলীয়া আখ্যা

গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই আজি অৰ্থাৎ বাংলাদেশীয়ে টালি-টোপোলা বন্ধাৰ বাবে মোদীয়ে ধাৰ্য্য কৰা ১৬ মে’ৰ দিনটো প্ৰতাৰণা দিৱস হিচাপে...

Read moreDetails

কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত ৰীমা দসৰ ‘ভিলেজ ৰকষ্টাৰ্‌ছ’

অসমৰ গ্ৰাম্য জীৱনৰ দৰিদ্ৰতাৰ পটভূমিত এগৰাকী কিশোৰীৰ জীৱনৰ ওপৰত আধাৰিত পৰিচালক ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্‌ছ’  চলিত বছৰৰ কান চলচ্চিত্ৰ মহোৎসৱত...

Read moreDetails

দৰিদ্ৰ পৰিয়াললৈ হোজাইৰ স্বেচ্ছাসেৱী সংগঠনৰ খাদ্যৰ টোপোলা

বিভিন্ন ধৰণৰ সমাজসেৱা মূলক কাম-কাজৰ সৈতে জড়িত হোজাইৰ এটা আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠন হৈছে মাৰকাজুল মা’আৰিফ। এই বাৰ এই সংগঠনে মুছলিম...

Read moreDetails
Page 5164 of 5645 1 5,163 5,164 5,165 5,645

Stay Connected

Recent News