হিমা দাসৰ সৈতে বহু কোটি টকাৰ চুক্তি শীৰ্ষ স্প’ৰ্টছ মেনে’জমেণ্ট ফাৰ্মৰ

দৌৰেৰে দেশজুৰি খলকনিৰ সৃষ্টি কৰা হিমা দাসৰ সৈতে বৃহস্পতিবাৰে বহু কোটি টকাত দুবছৰীয়া এক চুক্তি স্বাক্ষৰিত কৰিছে ইনফিনিটি অপ্টিমেল চলিউশ্যনছ...

Read moreDetails

আজি দাখিল কৰিব চহিদ আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদন

তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত কুজুপথাৰত চি আৰ পি এফ আৰু আৰক্ষীৰে আলফা (স্বাঃ)ৰ চলা সংঘৰ্ষত চহিদ হোৱা বৰডুমচা...

Read moreDetails

আন্তৰ্জাতিক চিত্র প্ৰদৰ্শনীৰ বাবে নিৰ্বাচিত অসম কন্যা আকাংক্ষা কাশ্যপৰ চিত্র

ইউনেস্কোই কাজাকিস্তানৰ আলমাটীত আয়োজন কৰা আন্তৰ্জাতিক চিত্রকলা মহোৎসৱত ভাৰতৰ পৰা নিৰ্বাচিত হৈছে অসম কন্যা আকাংক্ষা কাশ্যপৰ অঁকা ছবি। ইউনেস্কোৰ  'আস্থানা...

Read moreDetails

ভাৰত-বাংলা সম্পৰ্কত এন আৰ চিয়ে কোনো প্ৰভাৱ নেপেলায় : বিদেশ মন্ত্ৰালয়

ভাৰত-বাংলাৰ দ্বিপাক্ষিক সম্পৰ্কত অসমৰ এন আৰ চিয়ে কোনো প্ৰভাৱ নেপেলায় বুলি বৃহস্পতিবাৰে স্পষ্ট কৰিছে নতুন দিল্লীয়ে। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে স্পষ্ট...

Read moreDetails

বাণিজ্যিক বিমানৰ চালকৰ আসনত আকৌ এগৰাকী অসমীয়া মহিলা ‘অভিষ্কা বৰুৱা’

বাণিজ্যিক বিমান উৰুৱাবলৈ সাজু অসমৰ আন এগৰাকী মহিলা বিমান চালক অভিষ্কা বৰুৱা । প্ৰথমবাৰলৈ অভিষ্কাই চলাব দিল্লীৰ পৰা ডুবাইৰ আবু...

Read moreDetails

ত্ৰি-শতাধিক পেডলাৰৰ অংশগ্ৰহণেৰে ডিব্ৰুগড়ত আৰম্ভ মেজৰ ৰেংকিং টেবুল টেনিছ

বৃহস্পতিবাৰৰ পৰা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়ামত আৰম্ভ হৈছে চলিত বৰ্ষৰ অষ্টম বাৰ্ষিক সদৌ অসম মেজৰ ৰেংকিং টেবুল টেনিছ...

Read moreDetails

বিশ্বনাথৰ চতিয়াৰ পৰা কাজিৰঙাৰ বন বিষয়াই গ্ৰেপ্তাৰ কৰিলে দুৰ্ধৰ্ষ গঁড় চিকাৰী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ বন বিভাগৰ বিষয়াই বৃহস্পতিবাৰে বিশ্বনাথ জিলাৰ চতিয়াৰ পৰা এজন দুৰ্ধৰ্ষ গঁড় চিকাৰীক গ্ৰেপ্তাৰ কৰে। বন...

Read moreDetails

নাগৰিকত্ব বিধেয়ক গৃহীত হ’লে এন আৰ চি পেলনীয়া কাগজত পৰিণত হ’ব : তৰুণ গগৈ

বিজেপিয়ে বিচৰা ধৰণে নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬’ গৃহীত হ’লে এন আৰ চি পেলনীয়া কাগজত পৰিণত হ’ব। এই মন্তব্য কৰিছে ৰাজ্যৰ...

Read moreDetails

আজিৰে পৰা আৰম্ভ এন আৰ চিত ভুল সংশোধনী প্ৰক্ৰিয়া, নাম বাদ পৰা সকলে বিচাৰিব পাৰিব তথ্য

আজিৰে পৰা এন আৰ চিৰ সম্পূৰ্ণ খচৰাত নাম নহা নাগৰিকসকলে তেওঁলোকৰ নাম কিয় বাদ পৰিল সেই বিষয়ে সকলো তথ্য জানিব...

Read moreDetails

স্বাধীনতা দিৱস : কূটাঘাতৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যজুৰি আৰক্ষীৰ হাই এলাৰ্ট

স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ পাঁচ দিন। হয়, ৭২ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে ৰাজ্যৰ প্ৰতিখন জিলালৈ এক...

Read moreDetails
Page 5165 of 5954 1 5,164 5,165 5,166 5,954

Stay Connected

Recent News