DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

হিমা দাসৰ সৈতে বহু কোটি টকাৰ চুক্তি শীৰ্ষ স্প’ৰ্টছ মেনে’জমেণ্ট ফাৰ্মৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 10, 2018 4:30 pm
hima das assam

ফাইল ফটো

141
VIEWS
Share on FacebookShare on Twitter

দৌৰেৰে দেশজুৰি খলকনিৰ সৃষ্টি কৰা হিমা দাসৰ সৈতে বৃহস্পতিবাৰে বহু কোটি টকাত দুবছৰীয়া এক চুক্তি স্বাক্ষৰিত কৰিছে ইনফিনিটি অপ্টিমেল চলিউশ্যনছ নামৰ এখন স্প’ৰ্টছ মেনে’জমেণ্ট ফাৰ্মে।

হিমাৰ সৈতে চুক্তি কৰা এই ফাৰ্মখনৰ সৈতে দেশৰ আগশাৰীৰ তাৰকা খেলুৱৈ বক্সাৰ মেৰি কম আৰু ৱিজেন্দৰ সিং, ভাৰোত্তোলক মীৰাবাই চানু আৰু পেদলাৰ মনিকা বাত্ৰা আদিও চুক্তিবদ্ধ হৈ আছে।

হিমাৰ সৈতে চুক্তি কৰা ফাৰ্মখনে অৱশ্যে ধনৰাশিৰ সঠিক পৰিমাণটো এতিয়াও ৰাজহুৱা কৰা নাই।

দেশৰ শীৰ্ষ প্ৰতিষ্ঠানটোৰ সৈতে চুক্তি কৰি নিজকে খুব ভাগ্যৱান বুলি অনুভৱ কৰিছে হিমাই। ‘মই বৰ ভাগ্যৱান যে ভাৰতৰ শীৰ্ষ স্প’ৰ্টছ মেনে’জমেণ্ট গ্ৰুপটোৰ সৈতে চুক্তিবদ্ধ হ’ব পাৰিছো। মোৰ ব্যৱসায়িক স্বাৰ্থ চোৱাচিতাৰ বাবে মই পেছাদাৰী গ্ৰুপ এটাৰ সন্ধান কৰিয়ে আছিলো, যিহেতু মই কেৱল প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাতে মনোনিৱেশ কৰিব খোজোঁ,’ সংবাদ মাধ্যমৰ আগত হিমাৰ মন্তব্য।

হিমাক স্বাগতম জনাই কোম্পানিটোৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্য্যবাহী বিষয়া নীৰৱ তোমাৰে কয়, ‘হিমাৰ প্ৰচুৰ সম্ভাৱনা আছে আৰু আমি তেওঁৰ পিছফালে থকা গোট হিচাপে তেওঁৰ ভাবমূৰ্তি নিৰ্মাণ আৰু বাণিজ্যিক স্বাৰ্থ চোৱাচিতা কৰিম।’

Recent News

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd