বিদেশত উদঘাটন ৰূপকোঁৱৰৰ ‘বহু গোপন তথ্য’; ১৭ জুন নহয় জন্ম দিৱস!

স্বাধীনতা সংগ্ৰামী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা সম্পৰ্কে স্কটলেণ্ডত গৈ ‘বহু গোপন তথ্য উদঘাটন’ কৰাৰ লগতে শিল্পীজনৰ জন্ম ১৭ জুন নহয় বুলি...

Read moreDetails

উত্তৰ অসমৰ মাণ্ডলিক আয়ুক্ত ড০ এম অংগমুথুৰ ওদালগুৰি জিলা ভ্ৰমণ

উত্তৰ অসম মণ্ডল, তেজপুৰৰ মাণ্ডলিক আয়ুক্ত ড০ এম অংগমুথুৱে আজি ওদালগুৰি জিলা ভ্ৰমণ কৰি জিলাখনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নয়ণৰ পুনৰীক্ষণ...

Read moreDetails

দিখৌমুখৰ খহনীয়াৰ কবলত পৰা মথাউৰিত জিঅ’ টিউব আৰু জিঅ’ মেট্ৰেছ সংস্থাপনৰ আশ্বাস বিধায়ক প্ৰদীপ হাজৰিকাৰ

যোৱা ৩০ জুলাইত হঠাৎ বাঢ়ি অহা দিখৌ নৈৰ প্ৰলয়ংকৰী সোঁতে শিৱসাগৰ ৰাজহ চক্ৰৰ জকাইচুক মৌজাৰ অন্তৰ্গত দিখৌমুখৰ ৰঘুবাৰীৰ দিখৌ মথাউৰিত...

Read moreDetails

মাজুলীত প্ৰৱেশ পত্ৰ অবিহনেও মুখ্য মন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব

শনিবাৰে অৰ্থাৎ কাইলৈৰ পৰা মাজুলীত অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষা। এইবাৰৰ 'মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষা'ৰ বাবে ইতিমধ্যে মাজুলী জিলাৰ...

Read moreDetails

আজিৰ পৰা আমগুৰিৰ হালোৱাটিঙত নাগালেণ্ডৰ বিৰুদ্ধে অনিৰ্দিষ্ট†কাললৈ অৰ্থনৈতিক অৱৰোধ

শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তত অসমৰ মাটিত বি অ’ পি নিৰ্মাণত  নাগাই বাধা দিয়াক কেন্দ্ৰ কৰি পুনৰ জাঙুৰ খাই উঠিছে বিভিন্ন...

Read moreDetails

গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁৱত বাহিনী নৈত পৰি সন্ধানহীন কিশোৰ

গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁও অঞ্চলত আজি আবেলি প্ৰচণ্ড বৰষুণৰ মাজতে এটি ১৩ বছৰীয়া কিশোৰ বাহিনী নৈত পৰি সন্ধানহীন হৈ আছে।...

Read moreDetails

অসমৰ এন আৰ চি দেশৰ প্ৰতিখন ৰাজ্যৰ বাবে পথপ্ৰদৰ্শক হওক : ৰাজ্যপাল জগদীশ মুখী

'অসমৰ এন আৰ চি  দেশৰ প্ৰতিখন ৰাজ্যৰ বাবে পথপ্ৰদৰ্শক হওক' এই আহ্বান অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ। এন আৰ চিৰ প্ৰসংগক...

Read moreDetails

প্ৰেমিকাক বলাৎকাৰ কৰাৰ অভিযোগত ওদালগুৰিত যুৱক গ্ৰেপ্তাৰ

ওদালগুৰি জিলাৰ টংলাত এটা প্ৰেমজনিত ঘটনাই তিক্ততা মাতি অনাৰ এটা বিৰূপ ঘটনা শেহতীয়াভাৱে পোহৰলৈ আহিছে। জানিব পৰা মতে ওদালগুৰি আৰক্ষীৰ...

Read moreDetails

টিএমচিৰ প্ৰতিনিধিক জনসাধাৰণক সাক্ষাতৰ অনুমতি দিবলৈ অসমৰ মুখ্য সচিবলৈ সাংসদ সুস্মিতা দেবৰ পত্ৰ

শিলচৰ লোকসভা সমষ্টিৰ সাংসদ সুস্মিতা দেবে তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলটোক শান্তি ভংগ নকৰাকৈ জনসাধাৰণক সাক্ষাতৰ অনুমতি দিবলৈ ৰাজ্যিক প্ৰশাসনক অনুৰোধ...

Read moreDetails

শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

শিৱসাগৰ জিলাৰ অনুসূচিত জাতি ছাত্ৰ সন্থাই ৫ দফীয়া দাবী উত্থাপন কৰি আজি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত এক অৱস্থান ধৰ্মঘটৰ...

Read moreDetails
Page 5191 of 5956 1 5,190 5,191 5,192 5,956

Stay Connected

Recent News