কলিয়াবৰত নাহৰফুটুকী মৰাৰ অভিযোগত দুজনক আটক জখলাবন্ধা আৰক্ষীৰ; বাঘৰ ছাল, দাঁত, হাঁড় উদ্ধাৰ

কলিয়াবৰৰ শাকমুঠিয়া চাহ বাগিচাৰ চৈধ্য নম্বৰ লাইনত দেওবাৰে মৰা নাহৰফুটুকী বাঘটোৰ হত্যাকাৰী বুলি লক্ষীন্দৰ চাওতাল আৰু প্ৰহ্লাদ তাঁতী নামৰ দুজন...

Read moreDetails

টংলা মহাবিদ্যালয়ত ‘ডিজিটেল পেইমেণ্ট এণ্ড চাইবাৰ ক্ৰাইম’ শীৰ্ষক কৰ্মশালাৰ আয়োজন

টংলা মহাবিদ্যালয়ত যোৱা মঙলবাৰে ধনৰ ডিজিটেল লেনদেন আৰু চাইবাৰ অপৰাধৰ ক্ষেত্ৰত 'ডিজিটেল পেইমেণ্ট এণ্ড চাইবাৰ ক্ৰাইম' শীৰ্ষক এখন সজাগতা মুলক কৰ্মশালা...

Read moreDetails

ৰকিবুল হুছেইনৰ বিৰুদ্ধে কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাৰ গোচৰ

দুৰ্নীতি তথা অপৰাধৰ অভিযোগে যেন লগ এৰা নাই প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ। আজি পুনৰ দিচপুৰ থানাত কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ...

Read moreDetails

কলিয়াবৰৰ হাতীয়ে খোৱাত পথ দুৰ্ঘটনাত আহত এজন

কলিয়াবৰৰ হাতীয়ে খোৱা তিনি আলিত যাত্ৰীবাহী আলট্ৰা বাছ আৰু টেম্পোৰ মাজত সংঘটিত হোৱা এক সংঘৰ্ষৰ ফলত এজন লোক আহত হয়...

Read moreDetails

টিহুৰ কঠালমূৰাৰ ব্যস্ত গড়কাপ্তানি পথত মৰণফান্দৰ ৰূপত জৰাজীৰ্ণ বাঁহৰ সাঁকো

টিহুৰ ৪২নং জলখানা-ভঠুৱাখানা গাওঁ পঞ্চায়তৰ অন্তৰ্গত কঠালমূৰা গাওঁৰ মাজেৰে পাৰ হৈ যোৱা গড়কাপ্তানি পথটোৱে বহুকেইখন গাওঁক সংযোগ কৰিছে। এই পথটো  হৈছে মাগুৰি, বনগাঁও, ৰূপদিগা, হেলনা, বেতবাৰী আদি গাঁৱৰ ৰাইজৰ টিহুলৈ যোৱাৰ চমু পথ । এই পথতেই টিহু নদীৰ ওপৰত আছে এখন জৰাজীৰ্ণ সাঁকো। প্ৰত্যেক দিনে এই বাহঁৰ সাঁকোখনৰ ওপৰেৰে ছাত্ৰ ছাত্ৰী সকলে মাগুৰি মাধ্যমিক বিদ্যালয়, মাগুৰি উচ্চ প্ৰাথমিক বিদ্যালয়, মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়, টিহু মহাবিদ্যালয় আদিলৈ অতি কষ্টকৰ আৰু বিপদজনক যাত্ৰা কৰিবলৈ বাধ্য হয় । টিহু নদীৰ ওপৰত থকা কাঠৰ দলংখন বহু বছৰ আগতেই জৰাজীৰ্ণ হৈ ভাঙি ছিঙি যোৱাৰ পাছত আজিলৈকে চৰকাৰীভাৱে নতুনকৈ নিৰ্মাণ নকৰাৰ বাবে ৰাইজে এখন সৰু বাঁহৰ সাঁকো নিৰ্মাণ কৰি সেইখনৰ...

Read moreDetails

বালি মাফিয়াৰ আক্ৰমণত আহত কোকিলাৰ সাংবাদিক আজিজুল হক

বঙাইগাঁও জিলাৰ কোকিলা প্ৰেছ ক্লাৱৰ সদস্য তথা নিউজ টাইম আছামৰ সাংবাদিক আজিজুল হকক ভাণ্ডাৰা বজাৰত বালি মাফিয়াই আক্ৰমণ কৰি গুৰুতৰ...

Read moreDetails

‘ইষ্টাৰ ছানডে’ উপলক্ষে শোভাযাত্ৰাৰ আয়োজন কৰিছে ছিকিম খ্ৰীষ্টিয়ান ছচাইটিয়ে

‘ইষ্টাৰ ছানডে’ উপলক্ষে অহা ১ এপ্ৰিলত য়ুনাইটেড খ্ৰীষ্টিয়ান ৱেলফেয়াৰ ছচাইটি অফ ছিকিম (য়ু চি ডব্লিউ এছ এছ) এ গেংটকত এখন...

Read moreDetails

অসম মহিলা বিশ্ববিদ্যালয় : কাৰ্য্যকৰী পদক্ষেপৰ পৰিৱৰ্তে পৰস্পৰৰ গালৈ বোকা ছটিওৱাত ব্যস্ত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অসম মহিলা বিশ্ববিদ্যালয়ৰ স্বীকৃতি তথা মান্যতা সম্পৰ্কীয় বিষয়টোত প্ৰকৃত কাৰ্য্যব্যৱস্থাৰ পৰিৱৰ্তে বোকা ছটিওৱাৰ ৰাজনীতিত ব্যস্ত হৈ পৰিছে বিভিন্ন ৰাজনৈতিক পক্ষ...

Read moreDetails

ঢেকীয়াজুলিত এপষেকৰ ভিতৰতে পুনৰ ছাত্ৰীক অপহৰণৰ চেষ্টা অ’টো চালকৰ : চলন্ত অট’ৰ পৰা জঁপিয়াই ৰক্ষা পৰিল দুই ছাত্ৰী

কেইদিনমান পূৰ্বে ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা দিবলৈ অহা ছাত্ৰীক অপহৰণৰ চেষ্টা কৰা দুজন অট’চালকক আৰক্ষীয়ে...

Read moreDetails

সপ্তম দৰমহা আয়োগৰ আসোঁৱাহ কমিটীৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবীত আজি দিছপুৰ লাষ্টগেইটত ধৰ্ণা

লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ স্বাৰ্থ জড়িত হৈ থকা সপ্তম দৰমহা আয়োগৰ হাৰৰ দৰমহা ৰাজ্য চৰকাৰখনে ২০১৬ চনৰ পহিলা এপ্ৰিলৰ পৰা...

Read moreDetails
Page 5327 of 5642 1 5,326 5,327 5,328 5,642

Stay Connected

Recent News