নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা বঙালী বুদ্ধিজীৱী, বিশিষ্ট নাগৰিকৰ

হিন্দু বাংলাদেশীক সংস্থাপনৰ দিহা কৰাৰ উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ মুকলিকৈ বিৰোধিতা কৰিছে ৰাজ্যখনৰ একাংশ বঙালী...

Read moreDetails

ধাৰত ডুব যোৱাৰ অজুহাত দেখুৱাই কেইবাখনো চাহ বাগিচা বেচিব খুজিছে মেকলয়েড ৰাছেলে

ধাৰৰ বোজাত ডুব যোৱাৰ অজুহাত দেখুৱাই মেকলয়েড ৰাছেল কোম্পানীয়ে তেওঁলোকৰ অধীনত থকা উজনি অসমৰ লগতে ডিমৌৰ কেইবাখনো চাহ বাগিচা বিক্ৰী কৰিবলৈ লোৱাৰ সিদ্ধান্তৰ...

Read moreDetails

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ বান পৰিস্থিতিৰ উন্নতি

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ বান পৰিস্থিতিৰ আজি সামান্য উন্নতি হোৱা বুলি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সূত্ৰই জনাইছে।...

Read moreDetails

নলবাৰীত ঘৰৰ পুখুৰীত গা ধুই থাকোতেই পানীত ডুবি মৃত্যুক সাবটিলে মৃগী ৰোগী মহিলাই

নলবাৰীত আজি এগৰাকী মহিলাই গা ধুবলৈ গৈ মৃত্যুক আঁকোৱালি লোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। উল্লেখযোগ্য যে নলবাৰীৰ বাহঁজানীৰ অন্তৰ্গত...

Read moreDetails

এইমছত সফল অস্ত্ৰোপচাৰৰ পিছত ক্ৰমে সুস্থ হৈ উঠিছে কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী ৰিজিজু

নতুন দিল্লীৰ এইমছত চিকিৎসাধীন হৈ থকা কেন্দ্ৰীয় গৃ্হ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজু বৰ্তমান সম্পূৰ্ণ সুস্থ। শুকুৰবাৰে ৰিজিজুৰ ছাইনাছাইটিছৰ এটা অগুৰুতৰ...

Read moreDetails

কৃষ্ণাইৰ শ্ৰী শ্ৰী টুক্ৰেশ্বৰী দেৱালয়ত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন আগবঢ়াই গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ সমীপৱৰ্তী টুকুৰাত অৱস্থিত শ্ৰী শ্ৰী টুক্ৰেশ্বৰী দেৱালয়ত আন দিনসমূহৰ দৰে পবিত্ৰ ঈদ উল ফিতৰৰ...

Read moreDetails

ভোটৰ স্বাৰ্থতহে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কথা কৈছিল নৰেন্দ্ৰ মোদীয়ে : জুৱেল ওৰামৰ মন্তব্যৰ প্ৰতিক্ৰিয়াত ৰিপুন বৰা

“ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত আন্তৰিকতা নাই বিজেপি চৰকাৰৰ। নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদীয়ে ছটা জনগোষ্ঠীক কেৱল ভোটৰ স্বাৰ্থতহে জনজাতিকৰণৰ বিষয়টো ছমাহৰ...

Read moreDetails

অহা 8 মাহত উত্তৰ-পূবত ১,২০০জন নিৱনুৱাক চাকৰি দিব পতঞ্জলিয়ে : পতঞ্জলি যোগপীঠ অসম

পতঞ্জলিয়ে অহা চাৰি মাহৰ ভিতৰত উত্তৰ-পূবত প্ৰায় ১২০০ নিৱনুৱা তথা অতিৰিক্ত ৪ হাজাৰ লোকক নিযুক্তি দিব। আজি দিচপুৰ প্ৰেছ ক্লাৱত...

Read moreDetails

হোজাইৰ ডবকাত পথ দুৰ্ঘটনাত মৃত্যু যুৱকৰ

ঈদ-উল-ফিতৰৰ দিনাই আবেলি ৩ মান বজাত হোজাইৰ দবকাত এক পথ দুৰ্ঘটনাত ফজলট আলম নামৰ এগৰাকী ২২ বছৰীয়া যুৱকে প্ৰাণ হেৰুৱায়।...

Read moreDetails

ডিমৌত আঞ্চলিক কৰ্মচাৰী পৰিষদৰ শপত গ্ৰহণ, প্ৰথম কাৰ্যনিৰ্বাহক বৈঠক

আজি ডিমৌ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ নৱগঠিত সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান আৰু প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। ডিমৌৰ আলুন নগৰত...

Read moreDetails
Page 5351 of 5952 1 5,350 5,351 5,352 5,952

Stay Connected

Recent News