• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা বঙালী বুদ্ধিজীৱী, বিশিষ্ট নাগৰিকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 17, 2018 7:20 am
07-05-18-Guwahati-Public-hearing-JPC-30-570x320-1-570x320

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিন্দু বাংলাদেশীক সংস্থাপনৰ দিহা কৰাৰ উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ মুকলিকৈ বিৰোধিতা কৰিছে ৰাজ্যখনৰ একাংশ বঙালী বুদ্ধিজীৱী আৰু বিশিষ্ট নাগৰিকে।

সমগ্ৰ অসমতে বিতৰ্কিত বিধেয়কখনকলৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে ৰাজ্যখনৰ একাংশ বঙালী সম্প্ৰদায়ৰ বুদ্ধিজীৱী, চিন্তাবিদ আৰু শিক্ষাবিদে বিধেয়কখনৰ বিৰোধিতা কৰিছে।

Apply Now

বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰাৰ বাবে দাবী উত্থাপন কৰি তেওঁলোকে এন আৰ চিত সকলো ভাৰতীয় নাগৰিকৰে নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আহ্বান জনাইছে।

বুদ্ধিজীৱী তথা বিশিষ্ট নাগৰিকসকলে লগতে ডিটেনশ্যন কেম্পত আটক কৰি ৰখা প্ৰায় ডেৰ লক্ষাধিক লোকৰ মানৱ অধিকাৰ সুনিশ্চিত কৰাৰ বাবেও দাবী জনাইছে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত বঙালী বুদ্ধিজীৱীকেইজনে দীৰ্ঘকাল ধৰি অসমত সৃষ্টি হৈ অহা বিদেশী নাগৰিকৰ সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে আগ্ৰহ ব্যক্ত কৰিছে। বিবৃতিটোত তেওঁলোকে বিদেশী নাগৰিকৰ সমস্যাটোৰ স্থায়ী সমাধানৰ হেতু সকলো ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্ত কৰি এখন শুদ্ধ নাগৰিকপঞ্জী প্ৰকাশ কৰাৰ বাবে মত আগবঢ়াইছে।

বিশিষ্ট বঙালী নাগৰিকসকলে অসম চুক্তিৰ আধাৰত ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বিদেশীক বহিস্কাৰ কৰাৰ সপক্ষে মত ব্যক্ত কৰিছে। অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা সকলো বিদেশীকে অসমৰ পৰা বহিস্কাৰ কৰাৰ দাবী উত্থাপন কৰিছে।

অসমৰ সমূহ জনগোষ্ঠী অসমীয়া-বঙালী, হিন্দু-মুছলমান, জনজাতীয়-অজনজাতীয় সকলোৱে অসম চুক্তিক মানি লৈছে। সাধাৰণভাৱে বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাতো ইয়াক স্বীকাৰ কৰা হৈছে। সকলো ৰাজনৈতিক দলেও আনকি এই সময়সীমা মানি লৈছে। তেনে ক্ষেত্ৰত প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ জৰিয়তে অসমৰ জনসাধাৰণৰ মাজত গঢ়ি উঠা ঐক্যমতক নস্যাৎ কৰিব বিচৰা হৈছে। সেয়ে হ’লে অসমত যুগ যুগ ধৰি শান্তি-সম্প্ৰীতিৰে বাস কৰি অহা লোকসকলৰ মাজত অসূয়া-অপ্ৰীতি, বিভেদ আৰু বিদ্বেষৰ সৃষ্টি হ’ব। আনহাতে, ভাৰতীয় সংবিধানৰ মৰ্মবস্তুৰো ই পৰিপন্থী। গিতকে অনতিপলমে বিধেয়কখন প্ৰত্যাহাৰ কৰা উচিত বুলি বুদ্ধিজীৱীসকলে মত পোষণ কৰে।

প্ৰেছ বিবৃতিৰ জৰিয়তে নিজৰ স্থিতি প্ৰকাশ কৰা বুদ্ধিজীৱী, চিন্তাবিদ আৰু শিক্ষাবিদসকল হ’ল- ড০ জ্যোতিৰ্ময় জানা, অধ্যাপক অমল কান্তি ৰাহা, ডাঃ সুজিত কুমাৰ চক্ৰৱৰ্তী, দেৱীপ্ৰসাদ সিনহা, উদয়ন বিশ্বাস, কিৰন শংকৰ, মৃদুল গুপ্ত, অধ্যাপক মানিক কৰ, অধ্যাপক সুশান্ত কৰ, চাৰ্বাক, সঞ্জয় চক্ৰৱৰ্তী, ডাঃ অমৃতলাল সাহা, ডাঃ অনীতা সাহা, তুষাৰ কান্তি সাহা, বিশ্বজিৎ চক্ৰৱৰ্তী, গৌতম ভট্টাচাৰ্য, পৰিতোষ তালুকদাৰ, শক্তিময় কাঞ্জিলাল, সমীৰ মুখাৰ্জী, ৰজনীকান্ত ভট্টাচাৰ্য, ৰত্নদীপ ভট্টাচাৰ্য, শৈবাল কান্তি দাস, শিৱ শংকৰ দাস, দেৱযানী চৌধুৰী, পাৰ্থ ঘোষ, পাৰিজাত ঘোষ, ৰত্নদ্বীপ পুৰকায়স্থ, কমলেশ গুপ্ত, ত্ৰিদীপ দাসগুপ্ত, পাৰ্থ সাৰথি বিশ্বাস, উজ্জল ভৌমিক আৰু হৰিসাধন চক্ৰৱৰ্তী।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদৰ চলিত অধিৱেশনকে ধৰি ঘৰুৱা জৰুৰী ব্যস্ততাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল, দিল্লীত হ’ব মোদীৰ সৈতে বৈঠক

সংসদৰ চলিত অধিৱেশনকে ধৰি ঘৰুৱা জৰুৰী ব্যস্ততাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল, দিল্লীত হ’ব মোদীৰ সৈতে বৈঠক

June 23, 2026 2:48 pm
প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

June 23, 2026 1:43 pm
জুবিন গাৰ্গৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদন; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

জুবিন গাৰ্গৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদন; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

June 23, 2026 12:59 pm
আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

June 23, 2026 12:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদৰ চলিত অধিৱেশনকে ধৰি ঘৰুৱা জৰুৰী ব্যস্ততাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল, দিল্লীত হ’ব মোদীৰ সৈতে বৈঠক

সংসদৰ চলিত অধিৱেশনকে ধৰি ঘৰুৱা জৰুৰী ব্যস্ততাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল, দিল্লীত হ’ব মোদীৰ সৈতে বৈঠক

June 23, 2026 2:48 pm
প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

June 23, 2026 1:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd