আই অ’ আৰু এন আৰ চিৰ খচৰা প্ৰকাশৰ সময়সীমা সম্পৰ্কীয়  শুনানি পিছুৱালে

আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিনটন নৰিমানৰ দ্বাৰা গঠিত বিচাৰপীঠে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত গাওঁ পঞ্চায়তে...

Read moreDetails

মনজিৎ মহন্তৰ বিৰুদ্ধে এইবাৰ গোচৰ তৰিলে আৰ এছ এছে

আৰ্শ্বাদ মাদানী বিতৰ্কৰ এতিয়াও ওৰ পৰা নাই। এইবাৰ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ গুৱাহাটী শাখাই সাংবাদিক তথা সমাজকৰ্মী মনজিৎ মহন্তৰ বিৰুদ্ধে...

Read moreDetails

অনিমা গুহ গুৰুতৰভাৱে অসুস্থ

অসমৰ এগৰাকী সুলেখিকা, অশীতিপৰ অনিমা গুহ গুৰুতৰভাৱে অসুস্থ হোৱাৰ বাতৰি পোৱা গৈছে। সম্প্ৰতি গুৱাহাটীৰ আৰ্য হস্পিটেলৰ আই চি য়ুত লেখিকাগৰাকীক...

Read moreDetails

মহিলা যাত্ৰীক দুৰ্ব্যৱহাৰ কৰা বাবে ইণ্ডিগ’ৰ দুজন কৰ্মচাৰীক নিলম্বন

এটা লজ্জাজনক ঘটনাৰ প্ৰতিকাৰমূলক ব্যৱস্থা হিচাপে বিমানসেৱা প্ৰতিষ্ঠান ইণ্ডিগ’ই বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত কৰ্মৰত তেওঁলোকৰ দুজন কৰ্মচাৰীক...

Read moreDetails

ঢাকা-গুৱাহাটীৰ মাজত বিমানসেৱা আৰম্ভ কৰিবলৈ বাংলাদেশৰ অসামৰিক পৰিবহণ মন্ত্ৰীক সৰ্বানন্দ সোণোৱালৰ প্ৰস্তাৱ

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাংলাদেশৰ অসামৰিক পৰিবহণ মন্ত্ৰী ৰছিদ খান মেননক অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাৰ লগতে ব্যৱসায়-বাণিজ্যৰ উন্নয়নৰ বাবে ঢাকা-গুৱাহাটীৰ মাজত...

Read moreDetails

তিনিচুকীয়াৰ জাগুনত বাছৰ পৰা বিস্ফোৰক জব্দ

তিনিচুকীয়া জিলাৰ জাগুনত আজি সেনা আৰু অসম আৰক্ষীৰ এটা দলে যুটীয়া অভিযানত অৰুণাচল প্ৰদেশৰ মেওৰ পৰা অসমৰ জাগুনলৈ অহা এখন...

Read moreDetails

ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্সাৰ ৰোগ পাপৰ ফল বুলি কোৱাটো দুৰ্ভাগ্যজনক : দেৱব্ৰত শইকীয়া

'পাপৰ ফলত কেন্সাৰ হয় বুলি হিমন্ত বিশ্বই কৰা মন্তব্য দুৰ্ভাগ্যজনক আৰু হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্যই প্ৰতিজন কেন্সাৰ ৰোগীকে মনত...

Read moreDetails

লখিমপুৰত বনবিভাগৰ অকৰ্মণ্যতাৰ বাবেই নলাত পৰি বনৰীয়া হাতীৰ মৃত্যু

বিগত ক্ৰমাগত তিনিটা দিনত বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনা ঘটি থকাৰ পিছত আজি ক্ৰমাগত চতুৰ্থ দিনৰ বাবে বন বিভাগৰ গাফিলতিত আন...

Read moreDetails

কলিয়াবৰৰ ন-সত্ৰত পথ দুৰ্ঘটনা

আজি দুপৰীয়া ১.৩০ বজাত কলিয়াবৰৰ ন-সত্ৰত পথ দুৰ্ঘটনা সংঘটিত হয়। নগাওঁ অভিমুখে আহি থকা এখন মালভৰ্তি ট্ৰাকে (AS 01W 3904)...

Read moreDetails

অসম লোকসেৱা আয়োগৰ তদন্তৰ আওতালৈ দালালবোৰকো অনা হ’ব : আৰক্ষী

১৪ গৰাকীকৈ এ চি এছ, এ পি এছ বিষয়াক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত অসম আৰক্ষীয়ে এইবাৰ অসম লোকসেৱা আয়োগৰ...

Read moreDetails
Page 5936 of 5942 1 5,935 5,936 5,937 5,942

Stay Connected

Recent News