মণিপুৰ বিধানসভাই যোৱা শুকুৰবাৰে স্পষ্ট প্ৰস্তাৱত কয় যে নাগা ৰাজনৈতিক সংকটৰ সমাধানৰ বাবে কৰা নাগা ফ্ৰেইমৱৰ্ক চুক্তিৰ ফলত ৰাজ্যখনৰ বৰ্তমানৰ...
Read moreDetails৩৪ নং অসম ৰাইফলচৰ সেনাপতি বিগ্ৰেডৰ উদ্যোগত বৃহস্পতিবাৰে মণিপুৰৰ টাফ নাগা গাঁৱত এখন প্ৰাক বৰদিন মেলাৰ আয়েজন কৰে। অঞ্চলটোত এই...
Read moreDetailsমণিপুৰৰ জলসম্পদ মন্ত্ৰী লেতপাও পাওকিপে আজি সদনত কৰা এটা ঘোষণাত কয় যে চৰকাৰে ৰাজ্যখনৰ নদীৰ গৰাখহনীয়া, মথাউৰি তথা নদীৰ পাৰবোৰৰ...
Read moreDetailsসুদীৰ্ঘ ১১ বছৰ বিৰতিৰ পিছত মণিপুৰৰ ইম্ফল আৰু জিৰিবামৰ মাজত পুনৰ বাছ সেৱা আৰম্ভ হ’ল। বুধবাৰে ৰাজ্যিক পৰিবহন আয়ুক্ত এল...
Read moreDetailsমণিপুৰৰ লেইহাওপোকপিৰ চাঞ্চল্যকৰ গণ ধৰ্ষণৰ ঘটনাৰ মুখ্য অভিযুক্তক বুধবাৰে মণিপুৰৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় ফাষ্ট ট্ৰেক আদালতৰ অতিৰিক্ত দণ্ডাধীশ এ...
Read moreDetailsআজিৰ পৰা মণিপুৰ বিধানসভাৰ চাৰিদিনীয়া শীতকালীন অধিৱেশন আৰম্ভ হৈছে। অধিৱেশনৰ আৰম্ভণি কৰা হয় মণিপুৰ বিধানসভাৰ চাৰিজন প্ৰয়াত প্ৰাক্তন সদস্যৰ প্ৰসংগেৰে,...
Read moreDetailsআজি মণিপুৰৰ মুখ্য মন্ত্ৰীয়ে এটা অনুষ্ঠানত ভাল গৈ কয় যে কেন্দ্ৰীয় চৰকাৰৰ এক্ট ইষ্ট নীতিৰ আধাৰত ম্যানমাৰৰ সীমামূৰীয়া চিন জিলাৰ...
Read moreDetailsকেন্দ্ৰীয় চৰকাৰে মণিপুৰত বদ্ধি পাই অহা কৰ্কট ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ চিকিৎসাৰ সুবিধাৰ্থে ইম্ফলত অৱস্থিত জৱাহৰলাল নেহৰু ইনষ্টিটিউট অফ্...
Read moreDetailsদেওবাৰৰ পৰা ইম্ফলৰ ট্ৰাইবেল ৰিচাৰ্ছ ইনষ্টিটিউটৰ প্ৰেক্ষাগৃহত ৰাজ্যিক পৰ্যায়ৰ প্ৰথমখন জনজাতীয় চলচ্চিত্ৰ মহোৎসৱ তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। ‘’শ্ৰেষ্ঠত্বৰ সন্ধানত’’ শীষৰ্ক...
Read moreDetailsআজি পুৱা ইম্ফলৰ ৩৭ নং ঘাইপথত স্থাপন কৰি থোৱা এটা আই ই ডি বিস্ফোৰণ হোৱাৰ পূৰ্বেই উদ্ধাৰ কৰিবলৈ সক্ষম হয়...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd