পৰ্যটনৰ বিকাশৰ লক্ষ্যৰে ২৩ মাৰ্চৰ পৰা ডিছক’ভাৰ ইষ্ট জয়ন্তীয়া মহোৎসৱ

পূব জয়ন্তীয়া পাৰ্বত্য জিলাৰ প্রশাসনৰ সহযোগত তথা ৰিমবাই ইলাকা ট্যুৰিজ্যিম এণ্ড এনভায়ৰমেণ্ট ছ’চাইটীৰ উদ্যোগত অহা ২৩ মাৰ্চৰ পৰা দুদিনীয়াকৈ আয়োজন...

Read moreDetails

হিৰ’ ইণ্ডিয়ান মহিলা লীগৰ বাবে সাজু শ্বিলং : প্ৰিমীয়াৰ মহিলা ফুটবল প্ৰতিযোগিতাখনৰ শুভাৰম্ভণি হ’ব ২৫ মাৰ্চত  

হিৰ’ ইণ্ডিয়ান মহিলা লীগৰ দ্বিতীয় সংস্কৰণৰ দিন চমু চাপি অহাৰ লগে লগে ফুটবল প্ৰেমীসকলৰ মাজত দেখা গৈছে যথেষ্ট উৎসাহ উদ্দীপনা।...

Read moreDetails

মেঘালয় বিধানসভাৰ উপাধক্ষ্য নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল

২১ মাৰ্চত অনুষ্ঠিত হ'ব লগীয়া মেঘালয় বিধানসভাৰ উপাধক্ষ্য নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ প্ৰাক্তন উপ মুখ্য মন্ত্ৰী টিমোঠি ডি ছিৰা আৰু বিধায়ক...

Read moreDetails

ৰাজ্যপালে হিন্দীত ভাষণ দিয়াৰ পিছতে মেঘালয় বিধানসভাৰ বাহিৰে-ভিতৰে প্ৰতিক্ৰিয়া

হিন্দী ভাষাক হিন্দী বলয় তথা বিজেপিৰ আধিপত্য বিস্তাৰৰ আহিলাত পৰিণত হোৱাৰ শংকাত ভুগিছে মেঘালয়বাসী। নৱ নিৰ্বাচিত মেঘালয় বিধানসভাত নতুন চৰকাৰৰ...

Read moreDetails

উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ বিত্তীয় ঘাটি সম্পৰ্কত চিন্তিত বিত্ত মন্ত্ৰী জেটলী

উত্তৰ-পূব ৰাজ্যকেইখনৰ বিত্তীয় ঘাটি সম্পৰ্কত উদ্বেগ প্ৰকাশ কৰি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে ৰাজ্যকেইখনৰ বিত্তীয় ঘাটি পৰিপূৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ...

Read moreDetails

গৰমত দেহ-মন জুৰাৱলৈ শীৰ্ষ পাঁচখন পাহাৰীয়া ঠাইৰ ভিতৰত শ্বিলং, গেংটক

গ্ৰীষ্মৰ দহনৰ পৰা নিশ্চিত সকাহ বিচাৰি ভ্ৰমণ কৰিবলগীয়া পাঁচখন পাহাৰীয়া পৰ্যটনস্থলীৰ ভিতৰত আছে উত্তৰ-পূৰ্বাঞ্চলৰ দুই ৰাজ্যৰ ৰাজধানী চহৰ শ্বিলং আৰু...

Read moreDetails

‘কৃষি উন্নতি মেলা’ত মেঘালয়ৰ কৃষকক উচ্চ প্রশংসা প্রধান মন্ত্রী মোদীৰ

নতুন দিল্লীত চলি থকা ‘কৃষি উন্নতি মেলা ২০১৮’ত মেঘালয়ৰ কৃষকক উচ্চ প্রশাংসা কৰিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে। আইচিএআৰৰ উদ্যোগত অনুষ্ঠিত মেলাখনত...

Read moreDetails

শিক্ষকৰ দৰমহাত ব্যয় হয় মেঘালয় শিক্ষা বাজেটৰ নব্বৈ শতাংশতকৈ অধিক ধন : মুখ্য মন্ত্ৰী কনৰাদ

মেঘালয়ৰ শিক্ষা বাজেটৰ নব্বৈ শতাংশতকৈও অধিক ধন শিক্ষকৰ দৰমহাৰ বাবদ ব্যয় হয়। ৰাজ্যখনৰ নতুন মুখ্য মন্ত্ৰী কনৰাদ চাংমাই শুকুৰবাৰে এই...

Read moreDetails

চৰকাৰৰ শীৰ্ষ অগ্ৰাধিকাৰ হ’ল যুৱ কল্যাণ : কনৰাড চাংমা

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই শুকুৰবাৰে কয় যে তেওঁৰ চৰকাৰৰ অগ্ৰাধিকাৰ প্ৰদান কৰা  ক্ষেত্ৰসমূহৰ ভিতৰত যুৱ কল্যাণৰ বিষয়সমূহ আছে। ৰাজ্যখনত শীঘ্ৰেই...

Read moreDetails

আমপাটি সমষ্টিৰ বিধায়কৰ পদ এৰিলে ড০ মুকুল চাংমাই

মেঘালয় বিধানসভাৰ বিৰোধী দলৰ নেতা ড০ মুকুল চাংমাই  ১৯৯৩ চনৰ পৰা  প্ৰতিনিধিত্ব কৰি অহা  আমপাটি সমষ্টিৰ বিধায়কৰ পদৰ পৰা পদত্যাগ...

Read moreDetails
Page 55 of 81 1 54 55 56 81

Stay Connected

Recent News